Dhemaji College Student's Union

Dhemaji College Student's Union Only DHEMAJI COLLEGE related post

07/04/2024
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় জ'ন D ৰ ফুটবল প্ৰতিযোগিতা যোৱা ০৩/১০/২০২৩ ৰ পৰা ১০/১০/২০২৩ তাৰিখলৈ আমাৰ মহা...
10/10/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় জ'ন D ৰ ফুটবল প্ৰতিযোগিতা যোৱা ০৩/১০/২০২৩ ৰ পৰা ১০/১০/২০২৩ তাৰিখলৈ আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়।তাৰে কিছু দৃশ্য ধৰি ৰখা হ'ল।
college student's union
college

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় টেবুল-টেনিছ প্ৰতিযোগিতা যোৱা ০৬/১০/২০২৩ আৰু ০৭/১০/২০২৩ তাৰিখে আমাৰ মহাবিদ্য...
09/10/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় টেবুল-টেনিছ প্ৰতিযোগিতা যোৱা ০৬/১০/২০২৩ আৰু ০৭/১০/২০২৩ তাৰিখে আমাৰ মহাবিদ্যালয়ত সুকলমে অনুষ্ঠিত হয়।তাৰে কিছু মূহুৰ্ত ধৰি ৰখা হ'ল।
College
College Student's Union

৩৫ সংখ্যক ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ধেমাজি মহাবিদ্যালয়ৰ দলটি। ...
02/10/2023

৩৫ সংখ্যক ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ধেমাজি মহাবিদ্যালয়ৰ দলটি। college College Student's Union

আজি ধেমাজি মহাবিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ভাৰত ৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিক...
08/09/2023

আজি ধেমাজি মহাবিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ভাৰত ৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকৰ ওপৰত সংলগ্ন ৰাখি তথা তেখেতক সুঁৱৰি এটি সভা আয়োজন কৰা হয়।
উক্ত সভা খন ধেমাজি মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়ে উদ্বোধন কৰে। লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য-গীত প্ৰদৰ্শন কৰে।

25/08/2023

কি আইন কি সংবিধান আজি দেখোন সকলো ব্যৰ্থ। ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা বমা বিস্ফোৰণত জড়িত দোষী আজি মুকলি আকাশৰ তলত।
কি বুলি শ্ৰদ্ধা নিবেদিম সেই বোমা বিস্ফোৰণত মৃত্যুক আকুৱালি লোৱা সেইসকল নিস্পাপ শিশুৰ আত্মাক কি বুলি তেওঁলোকৰ আত্মাৰ সদগতিৰ হকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম যিটো সংবিধানে দোষী ক উচিত শাস্তি প্ৰদান কৰিব নোৱাৰিলে।
সুন্দৰ আৰু প্ৰগতিশীল সমাজ ব্যৱস্থা এতিয়া কেৱল মাথোঁ শ্লোগান।


আগষ্ট ১,  ২০২৩ তাৰিখে ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে ধেমাজি জি...
02/08/2023

আগষ্ট ১, ২০২৩ তাৰিখে ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালী মহোদয়,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক শৰৎ চন্দ্ৰ কাকতি মহোদয় , বিশিষ্ট উধ্যমী আৰু সফল ব্যৱসায়িক তথা উপন্যাসিক দীপক গগৈ ডাঙৰিয়াকে প্ৰমোখ্যো মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কৰ্মচাৰী, ন- পুৰনি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।


01/08/2023

জয় জয়তে মই সেই সকল মহান ব্যক্তিৰ সৎ চিন্তা আৰু ত্যাগক শ্ৰদ্ধা নিবেদিছো যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত আজি ধেমাজি মহাবিদ্যালয় খন ৫৯ টা গৌৰৱোজ্জল বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ধেমাজি জিলাৰ আগশাৰীৰ মহাবিদ্যালয় তথা মানৱ সম্পদ নিৰ্মাণৰ শিক্ষাৰ মুখ্য কেন্দ্ৰস্থল ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু সমূহ ধেমাজি বাসী ৰাইজলৈ ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা মই আমাৰ স্বনামধন্য ধেমাজি মহাবিদ্যালয়ৰ ৫৯ তম প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।

। জয়তু ধেমাজি মহাবিদ্যালয়।



25/07/2023
সীমিত সংখ্যক আসন আছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান লৈকে স্নাতক মহলাৰ প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা নাই তেওঁলোকে ধেমা...
23/07/2023

সীমিত সংখ্যক আসন আছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান লৈকে স্নাতক মহলাৰ প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা নাই তেওঁলোকে ধেমাজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তি কৰিব পাৰিব।
নামভৰ্ত্তিৰ অন্তিম তাৰিখ ২৫ জুলাই।


চৰকাৰী নিৰ্দেশনা অনুসাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসক দুটা দিনৰ কাৰ্যসূচীৰে উদযাপন কৰা হয়। লগতে এখনি ৰাজ্যিক পৰ্যায়...
20/06/2023

চৰকাৰী নিৰ্দেশনা অনুসাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসক দুটা দিনৰ কাৰ্যসূচীৰে উদযাপন কৰা হয়। লগতে এখনি ৰাজ্যিক পৰ্যায়ৰ এখনি আন্তঃ মহাবিদ্যালয় ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

আজি ইং ১৭/৬/২০২৩ তাৰিখে ধেমাজি মহাবিদ্যালয়ৰ তৰফৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ‌ওপৰত এটি কৰ্মশালা অনুষ্ঠিত কৰা হ...
17/06/2023

আজি ইং ১৭/৬/২০২৩ তাৰিখে ধেমাজি মহাবিদ্যালয়ৰ তৰফৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ‌ওপৰত এটি কৰ্মশালা অনুষ্ঠিত কৰা হয়।

Address

Dhemaji, Station Road
Dhemaji
787057

Alerts

Be the first to know and let us send you an email when Dhemaji College Student's Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Dhemaji College Student's Union:

Share