Dibrugarh University AASU Unit

Dibrugarh University AASU Unit This is an official page of Dibrugarh University AASU UNIT (DU-AASU UNIT).

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আ...
18/07/2025

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আজি সামৰণি অনুষ্ঠান ।
Utpal Sarma
Samiran Phukon
Dibrugarh University
All Assam Students' Union - AASU

16/07/2025

Results of the Dibrugarh University Post Graduate Entrance Test (DUPGET) 2025 held on 7th & 8th July 2025 will be declared today on 16th July at 03:00 pm.

সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ তৰফৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ সৌজন্যত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ...
15/07/2025

সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ তৰফৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ সৌজন্যত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ন কৰিব বিচৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা মানসেৰে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ কাৰ্যালয়ত এক Admission Help Desk ৰ আয়োজন কৰা হয় ।
তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ ললোঁ লগতে AASA সকলো সদস্য/সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Utpal Sarma
Samiran Phukon
All Assamese Students' Association, New Delhi
All Assam Students' Union - AASU

14/07/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট আৰু দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ যৌথ উদ্যোগত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ বিচৰা শিক্ষাৰ্থীৰ সকলৰ বাবে নামভৰ্তি সহায়ক কেন্দ্ৰ ।
#১৫ জুলাই
#ডিব্ৰুগড়_বিশ্ববিদ্যালয়


Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU
Dibrugarh University
All Assamese Students' Association, New Delhi

Highlights

Help desk for Delhi University
12/07/2025

Help desk for Delhi University

বিগত বৰ্ষসমূহত সদৌ অসমীয়া ছাত্ৰ সংস্থাই অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰি আহিছে এনে বিশেষ পদক্ষেপ।

10/07/2025
ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট আৰু দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহ...
10/07/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট আৰু দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ নামভৰ্ত্তি সহায়ক কেন্দ্ৰ ।
All Assam Students' Union - AASU
Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন

07/07/2025

শুভ ইচ্ছা..

Samiran Phukon

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী  নিলখ হাইস্কুলত সাত দিনীয়াকৈ গণিত গ...
03/07/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী নিলখ হাইস্কুলত সাত দিনীয়াকৈ গণিত গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰা হৈছে । বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল, গণিত বিভাগৰ প্ৰধান প্ৰাধ্যাপক ড৹ পৰমানন্দ ডেকা আৰু স্থানীয় গণ্য মান্য ৰাইজৰ উপস্থিতিত আজি শিবিৰৰ উদ্ধোধনী হৈ যায় ।
অষ্টম,নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত গণিতৰ প্ৰতি থকা ভয় আৰু সংকা দূৰ কৰিবলৈ গণিত বিভাগৰ এই প্ৰচেষ্টাক আমি বিশ্ববিদ্যালয় আছু গোটে আদৰণী জনাইছো আৰু শিবিৰত অংশগ্ৰহণ কৰিব লগা আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো ।
Dibrugarh University
Niranjan Bora

All Assam Students' Union - AASU Dibrugarh University Utpal Sarma Samiran Phukon - সমীৰণ ফুকন
02/07/2025

All Assam Students' Union - AASU
Dibrugarh University
Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন

01/07/2025

শুভাশা।

-Utpal Sarma

ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ উদ্যোগত গ্ৰীস্মকালীন পাঠদান শিৱিৰৰ শুভাৰম্ভণি …
19/07/2024

ডিব্ৰুগড় বিশ্ববিদ্যালয় 'আছু' গোটৰ উদ্যোগত গ্ৰীস্মকালীন পাঠদান শিৱিৰৰ শুভাৰম্ভণি …

Address

Dibrugarh

Telephone

+917002965315

Website

Alerts

Be the first to know and let us send you an email when Dibrugarh University AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Dibrugarh University AASU Unit:

Share