অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিমাকুছি শাখা

  • Home
  • India
  • Dimakuchi
  • অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিমাকুছি শাখা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিমাকুছি শাখা Knowledge Character Unity

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুচি  শাখাৰ তৰফৰ পৰা বিদ্যাৰ্থী পৰিষদৰ ৭৭তম্ প্ৰতিষ্ঠা দিৱসৰ ল...
12/07/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুচি শাখাৰ তৰফৰ পৰা বিদ্যাৰ্থী পৰিষদৰ ৭৭তম্ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শেখৰ শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বৰ্ষৰ চূড়ান্ত পৰীক্ষাত ঊত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুস্থিত কৰা হয়। এই অনুষ্ঠানত বিশেষ ভাৱে উপস্হিত থাকে শেখৰ শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত মেদিনি বৰা ছাৰ, NRDS কণিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষক সৌৰভ কুমাৰ ভূঁঞা, লগতে ওদালগুৰি জিলাৰ বিদ্যাৰ্থী পৰিষদৰ জিলা প্ৰমূখ জয়ন্ত কুমাৰ নাথ, জিলা সহ- প্ৰমূখ যুমন বৰুৱা ছাৰ, জিলা সং যোজক কাৰ্তিক ডেকা প্ৰমুখ্যে কৰি ডিমাকুচি শাখাৰ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।‌ এই অনুষ্ঠানত ১৩৫ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়।

Congratulations 🎉
03/07/2025

Congratulations 🎉

📣 Official Announcement | ABVP Udalguri District (2025–26)

Hearty Congratulations! 🎉
We proudly extend our best wishes to:

🔸 Jayanta K Nath Sir! — Re-appointed as District Incharge
🔸 Juman Baruah Sir! - Newly appointed as District Co-Incharge
🔸 Kartik Deka — Newly appointed as District Convenor

Your dedication and commitment to the organization have been truly commendable. We are confident that your leadership will further strengthen the mission of ABVP in Udalguri district.

Wishing you a successful and inspiring journey ahead! 💪🔥

Bharat Mata Ki Jai! 🇮🇳

25/05/2025

Address

No. 1 Uttar Dimakuchi
Dimakuchi
784526

Telephone

+917002675963

Alerts

Be the first to know and let us send you an email when অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিমাকুছি শাখা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিমাকুছি শাখা:

Share