Gameri High School

Gameri High School Gameri High School Gamiri is situated in remote village of India in the state of Assam, district Sonitpur under PS Halem .

Gameri High School was established by some conscious people of the area in the year 1963. Now we the public and employees are preparing for its golden jubilee year 2012. The main celebration will be in Jan,2013. We remember all the ex student, teachers and well wishers of the school at this grand occasion. I, Subhash Upadhyaya, present Headmaster of the school urge for your suggestions with physical, financial & mental help. Please contact via mail or phone given below.

Attending Tihar Festival arranged by Gohpur district Gorkha Sammelan at Bhanu Bhawan, near district HQ
13/11/2022

Attending Tihar Festival arranged by Gohpur district Gorkha Sammelan at Bhanu Bhawan, near district HQ

24/09/2022

আজি ৬০ তম শিক্ষক দিৱসৰ দিনা আবেলি পৰত   এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ঘৰলৈ আহি শ...
05/09/2021

আজি ৬০ তম শিক্ষক দিৱসৰ দিনা আবেলি পৰত এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ঘৰলৈ আহি শুভেচ্ছা জ্ঞাপন কৰে। এওলোকক দশম শ্ৰেণীত এৰি ২০২০ ৰ অক্টোবত অৱসৰ লৈছিলোঁ। সকলোকে আগবঢ়াৰ বাবে আশীৰ্বাদ জনালোঁ।

26/11/2020

বিদ্যালয়ৰ নতুন প্ৰধান শিক্ষক হিচাপে শ্ৰীকেশৱ শৰ্মাক মাধ‍্যমিক শিক্ষা সঞ্চালক মহোদয়ে নিযুক্তি দিয়ে। তেখেতলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে বিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

30/10/2020

দিঘলীয়া শিক্ষকতাৰ কালখন্ড অতিবাহিত কৰি অহা কালি অৱসৰ গ্ৰহণ কৰিম। ইমানদিনে কৰিবলৈ সময় নথকা কামবোৰ কৰাৰ আশা ৰাখিছোঁ।

21/10/2020

আমি বিদ্যালয়ত শিক্ষকতা কৰা আজি 14988 তম দিন আৰু মাত্ৰ 11 নং দিনলৈকে আছোঁ।মুঠ 14999 দিন চাকৰিকাল পাম আৰু 31/10/2020 অৱসৰ। ভাল-বেয়া দুয়োটাই লাগি আছে।

আজি দ্বিতীয় দিন দশম শ্ৰেণীৰ পাঠদান। পূৱাৰ ভাগত 6 জন, আবেলি 4 জনৰ উপস্থিতি পোৱা গ'ল। মুঠ ছাত্র ছাত্ৰী 118 জন। বোধকৰোঁ অধি...
22/09/2020

আজি দ্বিতীয় দিন দশম শ্ৰেণীৰ পাঠদান। পূৱাৰ ভাগত 6 জন, আবেলি 4 জনৰ উপস্থিতি পোৱা গ'ল। মুঠ ছাত্র ছাত্ৰী 118 জন। বোধকৰোঁ অধিকাংশ অভিভাৱক সন্তুষ্ট নহয়।

যোৱা 16/03/2020 ৰ পিছত আজি কোভিদ 19 ৰ পৰা প্ৰতিৰক্ষা নিয়ম পালন কৰি নৱমৰ ছাত্র ছাত্ৰীৰ স্কুললৈ (গমিৰি হাইস্কুল) আগমন হয়। ...
21/09/2020

যোৱা 16/03/2020 ৰ পিছত আজি কোভিদ 19 ৰ পৰা প্ৰতিৰক্ষা নিয়ম পালন কৰি নৱমৰ ছাত্র ছাত্ৰীৰ স্কুললৈ (গমিৰি হাইস্কুল) আগমন হয়। পূৱাৰ ভাগত 7 জন উপস্থিত।
*আবেলিৰ ভাগত 3 জন আহিল।*
*আমাৰ নৱমৰ মুঠ 224 জন*।

শ্ৰদ্ধাৰ  গুৰু সকললৈ প্ৰনাম। স্কুলত শিক্ষকতাৰ ৪১তম আৰু অন্তিমটো বছৰ চলি আছে, ৫৭ দিনৰ দিনাখন সামৰণি পৰিব। হাজাৰ হাজাৰ স্ব...
05/09/2020

শ্ৰদ্ধাৰ গুৰু সকললৈ প্ৰনাম। স্কুলত শিক্ষকতাৰ ৪১তম আৰু অন্তিমটো বছৰ চলি আছে, ৫৭ দিনৰ দিনাখন সামৰণি পৰিব। হাজাৰ হাজাৰ স্বনামধন্য ছাত্র-ছাত্ৰী পালোঁ, সকলোকে পুনৰ এবাৰ শুভাশীৰ্বাদ জনালোঁ।

প্ৰথম বিভাগৰ তালিকাত কিছুমান ভূল ছপা হোৱাৰ বাবে পুনৰ দিয়া হ'ল।
07/06/2020

প্ৰথম বিভাগৰ তালিকাত কিছুমান ভূল ছপা হোৱাৰ বাবে পুনৰ দিয়া হ'ল।

Address

Missamari Gadharia Road, PO: Gameri, Dist: Sonitpur, State:
Gohpur
784172

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 1pm

Telephone

+919854282996

Website

Alerts

Be the first to know and let us send you an email when Gameri High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Gameri High School:

Share