বৰ্ণি জাতীয় বিদ্যালয়,

  • Home
  • India
  • Hajo
  • বৰ্ণি জাতীয় বিদ্যালয়,

বৰ্ণি জাতীয় বিদ্যালয়, শিক্ষা অমূল্য ধন।

৭৭তম স্বাধীনতা দিৱস পালনৰ কেইটিমান স্মৰণীয় মূহুৰ্ত ।স্থান:বৰ্নি জাতীয় বিদ্যালয়,বৰ্নি,হাজোতাং:১৫/০৮/২০২৩
15/08/2023

৭৭তম স্বাধীনতা দিৱস পালনৰ কেইটিমান স্মৰণীয় মূহুৰ্ত ।

স্থান:বৰ্নি জাতীয় বিদ্যালয়,বৰ্নি,হাজো

তাং:১৫/০৮/২০২৩

বৰ্নি জাতীয় বিদ্যালয়ত  আবশ্যক হোৱা বিভিন্ন সহকাৰী শিক্ষক পদৰ বাবে আপুনিওআবেদন কৰিব পাৰে।উল্লেখিত পদ সমূহ পূৰণ কৰা বাবে অ...
23/05/2023

বৰ্নি জাতীয় বিদ্যালয়ত আবশ্যক হোৱা বিভিন্ন সহকাৰী শিক্ষক পদৰ বাবে আপুনিও
আবেদন কৰিব পাৰে।

উল্লেখিত পদ সমূহ পূৰণ কৰা বাবে অতি সোনকালে সাক্ষাত্ কাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰা হব।

অভিজ্ঞ আৰু শৈক্ষিক অৰ্হতাক অগ্ৰাধিকাৰ দিয়া হ'ব।

তাং= ১৫/৮/২০২২স্বাধীনতা দিৱস পালনৰ কেইটিমান মূহুৰ্ত।স্থান:বৰ্ণি জাতীয় বিদ্যালয় প্ৰাংগন।
15/08/2022

তাং= ১৫/৮/২০২২

স্বাধীনতা দিৱস পালনৰ কেইটিমান মূহুৰ্ত।

স্থান:বৰ্ণি জাতীয় বিদ্যালয় প্ৰাংগন।

আজি ৬/৫/২২ তাৰিখ শুক্ৰবাৰে বিদ্যালয়ত অষ্টম ,নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বৰ্ণি উপস্বাস্থ্য  কেন্দ্ৰৰ নেতৃত্বত   " ক'ভিড...
06/05/2022

আজি ৬/৫/২২ তাৰিখ শুক্ৰবাৰে বিদ্যালয়ত অষ্টম ,নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বৰ্ণি উপস্বাস্থ্য কেন্দ্ৰৰ নেতৃত্বত " ক'ভিড ভেকচিন" দিয়া হয়।
স্বাস্থ্যকৰ্মী ভনীতা পাটোৱাৰী(ANM),প্ৰতীমা কলিতা(ANM),মফিজান বিবি(ASHA), কাৰিমা বিবি(ASHA) ,আলিয়া বেগম(ASHA Supervisor) আৰু অন্যান্য সহকৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিলো।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সু দিহা-পৰামৰ্শ সদায় কাম্য।

আগন্তুক নতুন শিক্ষাবৰ্ষ (২০২১-২২)ৰ বাবে আৰম্ভ হ'বলগীয়া পাঠদানৰ বাবে ইচ্ছুক শিক্ষক/শিক্ষয়িত্ৰীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে...
21/03/2021

আগন্তুক নতুন শিক্ষাবৰ্ষ (২০২১-২২)ৰ বাবে আৰম্ভ হ'বলগীয়া পাঠদানৰ বাবে ইচ্ছুক শিক্ষক/শিক্ষয়িত্ৰীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণৰ কেইটিমান আলোকচিত্ৰ।
19/02/2021

বিদ্যালয়ৰ শিক্ষামূলক ভ্ৰমণৰ কেইটিমান আলোকচিত্ৰ।

বিভিন্ন মূহুৰ্তত বিদ্যালয়ৰ ভিন্ন কাৰ্যসূচীৰ আলোকচিত্ৰ বোৰ মুখপুথিৰ পৃষ্ঠাত সজায় ৰখাৰ প্ৰয়াস।
04/02/2021

বিভিন্ন মূহুৰ্তত বিদ্যালয়ৰ ভিন্ন কাৰ্যসূচীৰ আলোকচিত্ৰ বোৰ মুখপুথিৰ পৃষ্ঠাত সজায় ৰখাৰ প্ৰয়াস।

Address

Hajo

Telephone

+919859660565

Website

Alerts

Be the first to know and let us send you an email when বৰ্ণি জাতীয় বিদ্যালয়, posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share