27/06/2022
অসম ভেলীৰ গৌৰৱ প্ৰিয়ংকা বৈশ্য অসমৰ ভিতৰত চতুৰ্থ স্থান। প্ৰিয়ংকাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
তৰ্কবিজ্ঞান আৰু দৰ্শন বিষয়ত 💯 নম্বৰ লাভ কৰি ডৰথী মিশ্ৰই আমাৰ বিভাগলৈ গৌৰৱ কঢ়িয়াই আনে ।
দুয়ো গৰাকী ছাত্ৰীৰ লগতে অসম ভেলীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন আৰু শুভ কামনা জনালোঁ।
সকলোৰে উজ্বল ভবিষ্যত কামনা কৰিলো।