Bajali Arts and Commerce Academy-BACA. Pathsala

Bajali Arts and Commerce Academy-BACA. Pathsala The mission of the Academy is to provide need based quality education along with allround development Our Millstone : Bhaskarjyoti Sarma 6th Position. H.S.

Final Examination - 2012(Commerce)

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০২৬ৰ  ফলাফল।
28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০২৬ৰ ফলাফল।

Join us.........
27/03/2026

Join us.........

Importance of Commerce Foundation
24/03/2026

Importance of Commerce Foundation

09/03/2026
আজিয়েই যোগাযোগ কৰক।
17/02/2026

আজিয়েই যোগাযোগ কৰক।

আজি ১৪/১২/২০২৫ ইং তাৰিখ ৰবিবাৰে অনুষ্ঠিত হৈ যোৱা বহু বিকল্প প্ৰশ্ন সম্বলিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দৃশ্যাংশ।      ...
14/12/2025

আজি ১৪/১২/২০২৫ ইং তাৰিখ ৰবিবাৰে অনুষ্ঠিত হৈ যোৱা বহু বিকল্প প্ৰশ্ন সম্বলিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কিছু দৃশ্যাংশ।

শোক বাৰ্তাঅসমবাসীৰ গৰ্ব, সংগীতৰ জাদুকৰ, “অসমৰ হিয়াৰ আমঠু” প্ৰিয় শিল্পী জুবিন গাৰ্গ দৰদীয়াভাৱে আজি ১৯ ছেপ্টেম্বৰ, ২০২৫ ইং...
19/09/2025

শোক বাৰ্তা

অসমবাসীৰ গৰ্ব, সংগীতৰ জাদুকৰ, “অসমৰ হিয়াৰ আমঠু” প্ৰিয় শিল্পী জুবিন গাৰ্গ দৰদীয়াভাৱে আজি ১৯ ছেপ্টেম্বৰ, ২০২৫ ইং তাৰিখে আমাক বিদায় জনালে।

জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰে বজালী আৰ্ট্‌ছ এণ্ড কমাৰ্চ একাডেমীৰ শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল গভীৰভাবে শোকাহত কৰি তুলিছে।

জুবিন গাৰ্গৰ অকাল প্ৰয়াণ অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি।

জুবিন গাৰ্গৰ সংগীত, কণ্ঠ আৰু সৃষ্টিশীল অৱদানে অসমীয়া সমাজ আৰু সংস্কৃতিক চিৰদিনলৈ উজ্জ্বল কৰি ৰাখিব।

বজালী আৰ্ট্‌ছ এণ্ড কমাৰ্চ একাডেমীৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু শোকাহত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

০৫ চেপ্তেম্বৰ তাৰিখে আয়োজিত শিক্ষক দিৱস ও নৱাগত আদৰণি সভাখনৰ স্মৃতি।            fans
07/09/2025

০৫ চেপ্তেম্বৰ তাৰিখে আয়োজিত শিক্ষক দিৱস ও নৱাগত আদৰণি সভাখনৰ স্মৃতি।

fans

যোৱা ০৫ চেপ্তেম্বৰ, ২০২৫ ইং তাৰিখে অনুস্থিত হৈ যোৱা শিক্ষক দিৱসৰ দৃশ‍্যাংশ।    fans
07/09/2025

যোৱা ০৫ চেপ্তেম্বৰ, ২০২৫ ইং তাৰিখে অনুস্থিত হৈ যোৱা শিক্ষক দিৱসৰ দৃশ‍্যাংশ।

fans

সকলোকে নিমন্ত্ৰণ জনালো।   day
28/08/2025

সকলোকে নিমন্ত্ৰণ জনালো।

day


Have you appeared in the HSLC exams.......📚📋Waiting for results.......📌Confused for selecting a future Way to study........
12/03/2025

Have you appeared in the HSLC exams.......📚📋

Waiting for results.......📌

Confused for selecting a future Way to study......⁉️

We make you future professionals....🧑🏻‍💻👩🏻‍💻

Come forward and contact us☎️

📲 +91 9864761506, +91 91019 58297

Address

Pathsala
781325

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 3pm

Telephone

+917099415675

Alerts

Be the first to know and let us send you an email when Bajali Arts and Commerce Academy-BACA. Pathsala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Bajali Arts and Commerce Academy-BACA. Pathsala:

Share