ABVP Bamundi Unit

ABVP Bamundi Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Bamundi Unit, College & University, Sualkuchi.

04/11/2022

বামুন্দী মহাবিদ্যালয়(কণিষ্ঠ)ৰ মুঠ পদ ৮টা।
তাৰে ABVPৰ ৬টা পদত জয়লাভ কৰে আৰু ASSU ৰ ২টা পদত ।এতিয়া ASSU ই ফালি আছে যে সিহঁতৰ বৃহৎ জয় 😄😄😄😄😄 । ABVP ই বোলে মুখথেকেছা খাইছে ।

গতিকে বিবেচনা ৰাইজৰ ওপৰত এৰিলোঁ ।👏👏

বামুন্দী মহাবিদ্যালয় (কণিষ্ঠ)ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত  ABVP ৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দিতাৰে ৪টা পদত...
02/11/2022

বামুন্দী মহাবিদ্যালয় (কণিষ্ঠ)ৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত ABVP ৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দিতাৰে ৪টা পদত জয় লাভ কৰে ।।

সহ:সাধাৰণ সম্পাদক -বনজিৎ শৰ্মা
খেল সম্পাদক-জিদান কলিতা
সাংস্কৃতিক সম্পাদক -ধ্ৰুৱজ্যোতি দাস
আলোচনী সম্পাদিকা-হিৰামণি ঠাকুৰীয়া ।

বাকী সাধাৰণ সম্পাদক, উপসভাপতি, সমাজসেৱা সম্পাদক ,শ্ৰেণী প্ৰতিনিধি ,পুথিভঁৰাল সম্পাদক পদত প্ৰতিদ্বন্দীতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীক ABVP ৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।

দীৰ্ঘদিনৰ অন্তত আপোন  বামুন্দী মহাবিদ্যালয়খনৰ ভাইটি -ভন্টীসকলৰ লগত আগন্তুক ছাত্র একতা সভাৰ নিৰ্বাচন সম্পৰ্কীয় বিষয় লৈ আল...
29/10/2022

দীৰ্ঘদিনৰ অন্তত আপোন বামুন্দী মহাবিদ্যালয়খনৰ ভাইটি -ভন্টীসকলৰ লগত আগন্তুক ছাত্র একতা সভাৰ নিৰ্বাচন সম্পৰ্কীয় বিষয় লৈ আলোচনাত মিলিত হওঁ।।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ উত্তৰ কামৰূপ জিলাৰ ।জিলা প্ৰশিক্ষণ শিবিৰ বামুন্দী মহাবিদ্যালয়ত উপস্থিত হয় ।উক্ত অনুষ্ঠানৰ উ...
16/10/2022

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ উত্তৰ কামৰূপ জিলাৰ ।
জিলা প্ৰশিক্ষণ শিবিৰ বামুন্দী মহাবিদ্যালয়ত উপস্থিত হয় ।
উক্ত অনুষ্ঠানৰ উদ্ঘাটন সত্ৰত উপস্থিত থাকে ABVP ৰাষ্ট্ৰীয় সহ: সাংগঠনিক গোবিন্দ নায়ক জী ,জিলা প্ৰমুখ হেমেন দাস ছাৰ লগতে জিলা সংযোজক দিম্পি কলিতা ।।

বামুন্দী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ প্ৰদীপ নাৰায়ণ ভট্ট ডাঙৰীয়াক ABVP বামুন্দী শাখাই...
30/09/2022

বামুন্দী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ প্ৰদীপ নাৰায়ণ ভট্ট ডাঙৰীয়াক ABVP বামুন্দী শাখাই সম্বৰ্ধনা জনাই।।
।।ABVP জিন্দাবাদ ।।
।।ভাৰত মাতা কি জয় ।।

ABVP কামৰূপ জিলাৰ নতুন সংযোজক Dimpi Kalita  .লগতে জিলা প্ৰমুখ Hemen Das  ছাৰ লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
31/07/2022

ABVP কামৰূপ জিলাৰ নতুন সংযোজক Dimpi Kalita .

লগতে জিলা প্ৰমুখ Hemen Das ছাৰ লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।

বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন  #অখিল_ভাৰতীয়_বিদ্যাৰ্থী_পৰিষদ ৰ ৭৪ তম  #ৰাষ্ট্ৰীয়_বিদ্যাৰ্থী দিৱসৰ সকলো বিদ্যাৰ্থীকে আন্ত...
09/07/2022

বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন #অখিল_ভাৰতীয়_বিদ্যাৰ্থী_পৰিষদ ৰ ৭৪ তম #ৰাষ্ট্ৰীয়_বিদ্যাৰ্থী দিৱসৰ সকলো বিদ্যাৰ্থীকে আন্তৰিক শুভ কামনা যাচিছোঁ।

#অখিল_ভাৰতীয়_বিদ্যাৰ্থী_পৰিষদ(বামুন্দী শাখা) ই ৭৪তম #ৰাষ্ট্ৰীয়_বিদ্যাৰ্থী দিৱস উপলক্ষে বামুন্দী শাখাৰ অন্তৰ্গত শিক্ষানুষ্ঠান সমূহৰ #হাইস্কুল_শিক্ষান্ত_পৰীক্ষা লগতে #উচ্চতৰ_মাধ্যমিক_পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীক সম্বৰ্ধনা ও শুভেচ্ছা জনোৱা হয়। এই বিশেষ কাৰ্যক্ৰম টোত উপস্থিত থাকে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়(IS) #অপূৰ্ব_ঠাকুৰীয়া ডাঙৰীয়া, ABVP অসম প্ৰদেশৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা বৰ্তমান ৰ ভাৰতীয় কিষান সংঘৰ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক #কৃষ্ণকান্ত_বৰা ডাঙৰীয়া, জনপ্ৰিয় কৌতুক অভিনেতা #মন্মথ_বৰুৱা লগতে বিভিন্ন গণ্য মান্য ব্যক্তিসকল।
🚩জয়তু মাতৃ ভূমি,জয়তু পৰিষদ🚩
🚩ABVP long live🚩

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাত দশক যোৰা গৌৰৱোজ্জ্বল ইতিহাস সম্বলিত ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচন কৰিবলৈ লোৱা  "ধ্যেয় যাত্...
22/03/2022

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাত দশক যোৰা গৌৰৱোজ্জ্বল ইতিহাস সম্বলিত ৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচন কৰিবলৈ লোৱা "ধ্যেয় যাত্রা" শীৰ্ষক গ্রন্থখন বামুন্দী শাখাৰ উদ্যোগত হোৱা এই যাত্ৰাত
৩নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য Bipul Das দা ,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলাৰ কাৰ্য্যবাহ নিভাষ কলিতা ,সহ: কাৰ্য্যবাহ Prabhat Nath দা ,নলবাৰী বিভাগ শাৰীৰিক প্ৰমুখ Diganta Das দা ,
ABVP বামুন্দী শাখাৰ সভাপতি Premada Kalita বাইদেউ ,জি. এল মেমৰীয়েল হাই স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী বিচিত্ৰা দাস বাইদেউ,হালোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সত্যৰাম কলিতা ছাৰৰ লগতে বিভিন্নজন পূৰ্ব কার্য্যকর্তা, শিক্ষাগুৰু তথা শুভাকাংক্ষী সকলে অগ্ৰিম পঞ্জীয়নত সহযোগ কৰে ।।


ABVP বামুন্দী শাখাৰ লাচিত দিৱস উদযাপন । ।।লাচিত যাত্ৰা ।।প্ৰায় 200ছাত্ৰ ছাত্ৰী লগতে সুভাকাংশীসকলৰ উপস্থিতিত অনুষ্ঠানটি স...
24/11/2021

ABVP বামুন্দী শাখাৰ লাচিত দিৱস উদযাপন ।
।।লাচিত যাত্ৰা ।।
প্ৰায় 200ছাত্ৰ ছাত্ৰী লগতে সুভাকাংশীসকলৰ উপস্থিতিত অনুষ্ঠানটি সাফল্যমণ্ডিত হয় ।।

ভাৰত মাতা কি জয়
বন্দে মাতৰম
ABVP long live

Address

Sualkuchi
781103

Telephone

+917399275204

Website

Alerts

Be the first to know and let us send you an email when ABVP Bamundi Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share