J. N. College, Boko

  • Home
  • J. N. College, Boko

J. N. College, Boko This is not the
official page
of J.N. College . This page is
managed by some students of
JN College
for recent
Photos and Events.

আজি জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৫৮ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা তথা বিশিষ্ট শিক্ষাবিদ অচ্...
03/08/2021

আজি জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৫৮ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা তথা বিশিষ্ট শিক্ষাবিদ অচ্যুত কান্ত অধিকাৰী দেৱৰ আৱক্ষ মুৰ্ত্তি উন্মোচনৰ লগতে মহাবিদ্যালয়ৰ সংহত জৈৱিক পামৰ শুভ উদ্বোধন কৰা হয়।
জয়তু
জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো ।

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ  কিছু মুহূৰ্ত২৪ মাৰ্চ, ২০২১...
24/03/2021

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু মুহূৰ্ত

২৪ মাৰ্চ, ২০২১ ইং

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ নৱাগত আদৰণি সভা, ২০২১ ৰ  কিছু মুহূৰ্ত
06/02/2021

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ নৱাগত আদৰণি সভা, ২০২১ ৰ কিছু মুহূৰ্ত

ইয়াৰ দ্বাৰা জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ সমূহ ছাত্ৰ-ছাত্ৰীকে জনাওঁ যে অহা ১৯ ডিচেম্বৰত আলোচনী বিভাগৰ পৰা এখনি চিত্...
16/12/2020

ইয়াৰ দ্বাৰা জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ সমূহ ছাত্ৰ-ছাত্ৰীকে জনাওঁ যে অহা ১৯ ডিচেম্বৰত আলোচনী বিভাগৰ পৰা এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব । যি সকল ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অহা ১৭ ডিচেম্বৰৰ আগতে নিজৰ নামসমূহ বিভাগীয় সম্পাদকৰ হাতত জমা দিবলৈ অনুৰোধ জনোৱা হ'ল , লগতে প্ৰতিযোগিতাৰ বিজয়ীৰ বাবে আকষৰ্ণীয় পুৰস্কাৰ আৰু বাছনি চিত্ৰসমূহ মহাবিদ্যালয়ত সংৰক্ষণ কৰা হব।

সহ:আলোচনী সম্পাদক
সুমিত কাশ্যপ
9101035431
ছাত্ৰ একতা সভা(2019-20)

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ প্ৰাঙ্গনত প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত তৰুণ গগৈ দেৱলৈ শ্ৰদ্ধাঞ্জলি ।
25/11/2020

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ প্ৰাঙ্গনত প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত তৰুণ গগৈ দেৱলৈ শ্ৰদ্ধাঞ্জলি ।

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে মহাবিদ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সংগীত আৰু নৃত‍্যৰ...
05/11/2020

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দেৱৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে মহাবিদ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সংগীত আৰু নৃত‍্যৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

ADMISSION NOTICE FOR THE SESSION 2020-2021
17/06/2020

ADMISSION NOTICE FOR THE SESSION 2020-2021

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা "জৱাহৰজ‍্যোতি" নামৰ Phot...
06/02/2020

জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা "জৱাহৰজ‍্যোতি" নামৰ Photography and Art Exhibition ৰ কিছু দৃশ্য

লগতে ফটো আৰু ছবিৰ বিষয়ে আলোচনা কৰা হয় ।

সৰস্বতী পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰ আৰু ফটোগ্ৰাফীৰ প্ৰদৰ্শনীৰ কিছু দৃশ‍্য
30/01/2020

সৰস্বতী পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰ আৰু ফটোগ্ৰাফীৰ প্ৰদৰ্শনীৰ কিছু দৃশ‍্য

11/12/2019

প্ৰতিবাদী কণ্ঠ 🔥
জয় আই অসম ✊
জাতিৰ সংকতৰ সময়ত ৰাজপথত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী🔥

Address

Boko

Alerts

Be the first to know and let us send you an email when J. N. College, Boko posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your university to be the top-listed University?

Share