Darrang Academy Junior College

  • Home
  • Darrang Academy Junior College

Darrang Academy Junior College Living in touch with all students and official updates..

01/11/2018

Wishing you joy and prosperity this Diwali

12/04/2017

Good Morning....
কেইটিমান নক'ব লগীয়া কথা-
/
☞ জীৱনত দুখ নাথাকিলে সুখ কি কেনেকৈ বুজি পাবা??
/
☞ জীৱন জীৱনেই, জীৱনক বেছিকৈ বুজিৱ গলে কেতিয়াবা কষ্টহে পাবলগীয়া হয় ৷
☞ সুখ-দুখ বুলি কোনো কথা নাই, বিচাৰিব জানিলেই হ'ল ৷
/
☞ যিকোনো বস্তুৰ লগাতকৈ বেছি আশা কৰা ভুল, আশাকৰা মতে নপালে পিছত কষ্টহে পোৱা যায় ৷
/
☞ কিছুমান বস্তু দুৰৰ পৰাই ভাল লাগে ৷
/
☞ টকাৰে আপুনি সহজেই হীৰাৰ টুকুৰা এটা কিনিব পাৰিব, কিন্তু কাৰোবাৰ মন কিনিব নোৱাৰে ৷
/
☞কাগজ এখন মোহাৰাৰ আগতেই থিৰাং কৰি ল'ব সেইখন লাগিতিয়াল অলাগতিয়াল , কাৰন মোহাৰাৰ পিছত সেইখন আগৰ অৱস্থাত কেতিয়াওঁ নাপাব ৷
/
☞ কেতিয়াবা ৰিস্কো লৈ চাব পাৰে , দেখিৱ সফলতাই নিজে আগুৱাই অাহিছে ৷
/
☞ যি মুলা বাঢ়ে তাৰ দুপাততে চিন নহ'ৱও পাৰে কাৰন সকলোৱে জানে যে শংকৰদেৱে ১১বছৰ বয়সতহে পঢ়াশালীলৈ গৈছিল ৷
/
☞ সপোন দেখিব শিকিলে কষ্ট কৰিবওঁ শিকিব লাগে ৷
/
☞ মন্দিৰ-মজজিদলৈ গৈ প্ৰাৰ্থনা কৰাৰ নামত দহ-বিশ টকা খৰচ কৰিলেও গেটৰ সন্মুখত ৰৈ থকা ভিক্ষাৰীজনক টকা এটা দিবলৈ নাপাহৰিব ৷
/
☞ অকল প্ৰেৰণাই মানুহক সফল কৰিব নোৱাৰে, নিজৰ ইচ্ছা অাৰু চেষ্টাও লাগিব ৷
/
☞ অাৱেগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা কেতিয়াও নলৱ, পিছত ই আপোনাৰ ক্ষতি কৰিব পাৰে ৷
/
☞ কেতিয়াবা কোনো কামত সফল হ'ৱ নোৱাৰিলেও ভাগি নপৰিব, ৰোম দেশখন এদিনতে সৃষ্টি হোৱা নাছিল বুলি সকলোৱে জ্ঞাত ৷
/
☞ শত্ৰুক ভাল ব্যৱহাৰ কৰক, তেতিয়া নিজৰ মূৰ্খামীৰ বাবে নিজে অনুতপ্ত হ'ব ৷
/
☞ মানুহ এজনক চকুৰে চাই চিনিব নোৱাৰি ৷ মানুহ চিনিৱ পৰাটোও এটি গুণ ৷
/
☞ আপোনাক কোনোবাই বেয়া ব্যৱহাৰ কৰিলেও অাপুনি কেতিয়াও তেনে ব্যৱহাৰ নকৰিব, কাৰণ তেনে কৰিলে আপোনাৰ আৰু মানুজনৰ মাজত পাৰ্থক্যয়ে নাথাকিব৷
/
☞ পোহৰৰ একমাত্ৰ কাম হ'ল অন্ধাৰক দুৰ কৰা ৷
/
☞ অাজিৰ দিনটো যদি উপভোগ কৰিব পাৰিছে বুলি বুকুত হাত থৈ কৱ পাৰে, তেন্তে আপুনি সুখী ৷
/
☞ সেইটো ৰাস্তাৰে নাযাবা যিটো ৰাস্তাৰে জীৱনে তোমাক লৈ যায়,জীৱনক সেইটো ৰাস্তাৰে নিয়া যিটো ৰাস্তাৰে তুমি যাব বিচৰা ৷
/
☞ সদায় এটা কথা মনত ৰাখিবা তুমি বা মই জীয়াই থাকিবলৈ জন্ম হৈছো,জন্ম হোৱাৰ কাৰনে জীয়াবলৈ নহয় ৷
/
☞ নিৰৱতাই হ'ল সকলো প্ৰশ্নৰে উত্তম উত্তৰ আৰু হাঁহিয়েই হ'ল যিকোনো পৰিস্থিতিৰ উত্তম প্ৰতিক্ৰিয়া ৷
/
☞বিশ্বাস ঘাটকতাৰ আটাইতকৈ দুখ লগা দিশটো হ'ল, ই কোনো অচিনাকি অথবা শত্ৰুৰ ফালৰ পৰা নাহে, ই আহে কোনো বন্ধু বা আপোনজনৰ পৰা ৷
/
☞ অাপোনজনক কেতিয়াওঁ প্ৰয়োজনাধিক শাসন নকৰিব, নহ'লে তেওঁ মিছা কবলৈ শিকিব ৷
/
ধন্যবাদ 🙏🏻🙏🏻🙏🏻

20/02/2017

Best of luck all
Hs Student

19/02/2017

Good Morning
Have a Beautifully
day..

Hs exam time 2017
06/01/2017

Hs exam time 2017

hs exam time 2017
06/01/2017

hs exam time 2017

2015 Dist libry
05/01/2017

2015 Dist libry

29/12/2016

punor otithi holugoi aji
mur sinaki hei
smritihisorito bikhador sohorkhonor,
hei ekei sinaki poth
sinaki goli
sinaki manuh...
osinaki mathu monbur
osinaki ei bortomanbur....
jikhom sohoror porokhot
jipal hoisil mur bukur heujiabur,
jikhon sohoror goliyedi
aguai ahisil eta nosto bastobor hopunbur,
aji aru hei pothot
heujia nogoje
aguai nahe hopunor roth,
hei pothedi boi mur
sokulur nijora
hukhor golpo tat aru
muk kuneu nokoi...
bohu kothai koboloi thaki gol tumak,
jibur kothai edin ahi
mur bukut koral bandhilehi,
bohu kobitai hunabo thaki gol tumak
jibur kobitai nihongotat hong diye
muk tumihinotar....
huworoni hobo janu ketiaba
bhor joubonor dupor belat
tumar onamikat guji diya hei
protisrutir upoharor kotha,
huworoni hobo janu ketiaba
hator anguli kati
tumar hirot oka hei
rangoli rekhar kotha.. .
tumi asila babei sage
jibontut mur junak asil
purnimar hei nixaburor dore,
aji tumi nai
hei junaku nai
nai aru purnimar nixa,
tumihinotat abegburu kiyo
omabosyar andhare dhoka....

Good Morning2013/2015 Best
18/12/2016

Good Morning
2013/2015
Best

13/12/2016

Good Night
All
Student

Address

MG Road, Karimchowk

MANGALDAI

Telephone

8876303996

Website

Alerts

Be the first to know and let us send you an email when Darrang Academy Junior College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your university to be the top-listed University?

Share