Philosophy Department Jorhat College

Philosophy Department Jorhat College Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de Philosophy Department Jorhat College, Enseignement supérieur, MG Road, Democratic Republic of the.

27/04/2025
01/03/2024
Kohinoor Jubilee Closing CeremonyJorhat College
01/03/2024

Kohinoor Jubilee Closing Ceremony
Jorhat College

 #যোৰহাট কলেজৰ দৰ্শন বিভাগৰ গুৰু গৱেষণা কৰ্ম, 'অসমৰ এশখন গাঁৱৰ মানুহৰ বৈজ্ঞানিক মানসিকতা'-ৰ ক্ষেত্ৰ-ভিত্তিক অধ্যয়নত পোৱা...
12/01/2023

#যোৰহাট কলেজৰ দৰ্শন বিভাগৰ গুৰু গৱেষণা কৰ্ম, 'অসমৰ এশখন গাঁৱৰ মানুহৰ বৈজ্ঞানিক মানসিকতা'-ৰ ক্ষেত্ৰ-ভিত্তিক অধ্যয়নত পোৱা গৈছে বহু গুৰুত্বপূৰ্ণ তথ্য। # #

# #যোৰহাট কলেজৰ কহিনুৰ জয়ন্তী'ঃ অসমৰ এহাজাৰখনি গাওঁ সাঙুৰি দহটি গুৰু গৱেষণা প্ৰকল্প আৰম্ভ # # 

... ... ... অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান যোৰহাট মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ষাঠিটি বৰ্ষ পূৰ্ণ হোৱা উপলক্ষ্যে চলি থকা 'কহিনুৰ জয়ন্তী'-ৰ লগত সংগতি ৰাখি অসমৰ প্ৰায় এহাজাৰখন গাওঁ সাঙুৰি আৰম্ভ কৰা হৈছে দহটি গুৰু গৱেষণা প্ৰকল্প।।মহাবিদ্যালয়ৰ অধ্যক্ষ দ° দেৱব্ৰত শৰ্মাই জানিবলৈ দিয়া মতে মহাবিদ্যালয়ৰ পৰা কেন্দ্ৰীয়ভাৱে দুটি আৰু আঠটি শৈক্ষিক বিভাগৰ পৰা আঠটি, মুঠতে দহটি গুৰু গৱেষণা প্ৰকল্পত ক্ষেত্ৰ-গৱেষক ৰূপে তথ্য সংগ্ৰহ কাৰ্যত জড়িত হৈ পৰিছে মহাবিদ্যালয়ৰ প্ৰায় এহাজাৰ শিক্ষাৰ্থী।।
অসমৰ সমাজ, সাহিত্য, ইতিহাস, ৰাজনীতি, শিক্ষা, অৰ্থনীতি ইত্যাদিলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব পৰা দহটি গৱেষণা প্ৰকল্প হ'লঃ  ১/ 'অসমৰ ভাষিক জৰীপ'(Linguistic Survey of Assam')   - কেন্দ্ৰীয়ভাৱে   ২/  'ভাৰতৰ স্বাধীনতাৰ' অসমৰ অজ্ঞাত সেনানী'
( Unkniwn Freedom Fighters of Assam)  - কেন্দ্ৰীয়ভাৱে
৩/ দৰ্শন বিভাগঃ 'অসমৰ এশ খন গাঁৱৰ মানুহৰ বৈজ্ঞানিক মানসিকতা' ('Scientific Temper of the Villagers of Hundred Villages in Assam')

৪/ সমাজতত্ত্ব বিভাগঃ 'অসমৰ আহোমসকলৰ ধৰ্মীয় ৰূপান্তৰকৰণ' ('Religious Transformation of the Ahoms of Assam')

৫/English Department:

'High School Students Approach towards Learning English in Jorhat, Assam: An exploratory study'

৬/ ইতিহাস বিভাগঃ 'আমাৰ গাওঁ; আমাৰ ইতিহাস- যোৰহাটৰ গাওঁ সমূহৰ তথ্যপঞ্জী' ('Our Village; Our History - A collection of Historical information of the Villages of Jorhat')

৭/ৰাজনীতি বিজ্ঞান বিভাগঃ 'আমাৰ গাওঁ, আমাৰ ৰাজনৈতিক ইতিহাস,
অসমৰ ,১০০গাওঁৰ ভোটদাতাৰ ৰাজনৈতিক সচেতনতা,ভোটদাতাৰ আচৰন'('Our village, Our Political History.
Political awareness, Voting Behaviour among Voters of100 Villages of Aasam')

৮/অৰ্থনীতি বিভাগঃ  'স্বাধীনতাৰ ৭৫ বছৰত যোৰহাটৰ অৰ্থনৈতিক আৰ্হিৰ বিবৰ্তন' ( 'The Dynamics in the Economic Paradigm of Jorhat in 75 Years of Independence')

৯/অসমীয়া বিভাগঃ
(সাহিত্য সম্পৰ্কীয় তিনিটি বিষয়)
ক) 'তোমাৰ অঞ্চলৰ সাহিত্য চৰ্চাৰ গতি-প্ৰকৃতি'

খ) 'তোমাৰ অঞ্চলৰ মানুহৰ বাতৰি-কাকত, আলোচনী অধ্যয়ন আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰভাৱ'

গ) 'তোমাৰ অঞ্চলৰ সমাজ-সংস্কৃতিৰ ৰূপৰেখা'

১০/শিক্ষাতত্ত্ব বিভাগঃ  'যোৰহাট জিলাৰ গ্ৰাম্য অঞ্চলৰ পুৰুষ আৰু মহিলাৰ শৈক্ষিক স্তৰৰ এক তুলনামূলক অধ্যয়ন'(A Comparative study of the Academic Level of Rural Male and Female-- A case study of Rural Areas of Jorhat Dstrict')


# #দৰ্শন বিভাগৰ অধ্যয়নৰ ১১-০১-২০২৩ তাৰিখ আৰু ১২-০১-২০২৩ তাৰিখেক্ষেত্ৰ অধ্যয়ন কৰা অসমৰ ভিন্ন জিলাৰ গাওঁসমূহ আৰু ফটোসহ এক ৰেঙণি # # ঃঃ

১/ ২নং চাওদাং গাঁও, যোৰহাট
২/ ঢেকৰগঢ়া, যোৰহাট
৩/বাপুজী নগৰ, যোৰহাট
৪/বহতীয়া গাঁও, যোৰহাট
৫/ ভূৰাকলা গাঁও, যোৰহাট
৬/বাঘমৰা গাঁও, যোৰহাট
৭/লেকাই চেতিয়া গাঁও, যোৰহ‍াট
৮/ ডিমাকুচি, ওদালগুৰি জিলা
৯/দৰং জিলা
১০/খুটিয়া পোতা গাঁও,যোৰহাট


# # শ্ৰদ্ধাভাজনেষু/স্নেহভাজনেষু, আপোনালোক সকলোকে আমাৰ এই বাতৰি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আশা কৰোঁ, আমাৰ অনুৰোধ ৰক্ষা কৰি কৃতাৰ্থ কৰিব।। # # #
- - আন্তৰিকতাৰে - - '

23/11/2022

Adresse

MG Road
Democratic Republic Of The
785001

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Philosophy Department Jorhat College publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager