Borhat BPB Memorial College Students Union 2023 - 2024

Borhat BPB Memorial College Students Union 2023 - 2024 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Borhat BPB Memorial College Students Union 2023 - 2024, College & University, Borhat Habi Gaon, Barhat.

Borhat B.P.B. Memorial College Students Union 2023 - 2024 General Election
12/09/2023

Borhat B.P.B. Memorial College Students Union 2023 - 2024 General Election

সকলোৰে উপস্থিত, দিহা-পৰামৰ্শ তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।Invitation card written by Pritom Gogoi (Assista...
03/09/2023

সকলোৰে উপস্থিত, দিহা-পৰামৰ্শ তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

Invitation card written by Pritom Gogoi (Assistant General Secretary, Borhat B.P.B. Memorial College Students Union 2022-2023)
Invitation car design by (Ex student of our college and a digital art creator)

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যশস্বী খেলুৱৈ, হকীৰ যাদুকৰখ্যাত ম...
29/08/2023

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যশস্বী খেলুৱৈ, হকীৰ যাদুকৰখ্যাত মেজৰ ধ্যান চাঁদক জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু আমিও সমগ্ৰ ভাৰতবৰ্ষৰ দৰে তেওঁৰ জন্মবাৰ্ষিকী দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ত উদযাপন কৰোঁ।

HAPPY INDEPENDENCE DAY🇮🇳
15/08/2023

HAPPY INDEPENDENCE DAY🇮🇳

বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ NSS গোটৰ দ্বাৰা আয়োজন কৰা 'পঞ্চ প্ৰাণ সংকল্প' অনুষ্ঠানটিত উপস্থিত থাকো ।...
09/08/2023

বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ NSS গোটৰ দ্বাৰা আয়োজন কৰা 'পঞ্চ প্ৰাণ সংকল্প' অনুষ্ঠানটিত উপস্থিত থাকো ।
Attending the 'Panch Pran Pledge taking ceremony' under campaign by NSS unit of Borhat B.P.B. Memorial College, Charaideo, Assam.

09/06/2023
20/02/2023
'মিচিং' সকলৰ পুৰাতন সংস্কৃতিৰ অংগ কৃষিভিত্তিক উৎসৱ 'আলি আ:য়ে লিগাংৰ' শুভেচ্ছা আৰু ওলগ জনাইছোঁ ।
15/02/2023

'মিচিং' সকলৰ পুৰাতন সংস্কৃতিৰ অংগ কৃষিভিত্তিক উৎসৱ 'আলি আ:য়ে লিগাংৰ' শুভেচ্ছা আৰু ওলগ জনাইছোঁ ।

২০২৩ - ২০২৪ শিক্ষাবৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ অন্তিম কাৰ্যসূচী 'বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানটি' কেনেধৰণে অনু...
13/02/2023

২০২৩ - ২০২৪ শিক্ষাবৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ অন্তিম কাৰ্যসূচী 'বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানটি' কেনেধৰণে অনুষ্ঠিত কৰা হ'ব, সেইবিষয়ে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰো ।

বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ২০২৩ - ২০২৪ শিক্ষাবৰ্ষৰ ছাত্র একতা সভাৰ প্ৰথমখন অনানুষ্ঠানিক সভা ।
11/02/2023

বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ২০২৩ - ২০২৪ শিক্ষাবৰ্ষৰ ছাত্র একতা সভাৰ প্ৰথমখন অনানুষ্ঠানিক সভা ।

Address

Borhat Habi Gaon
Barhat
785693

Alerts

Be the first to know and let us send you an email when Borhat BPB Memorial College Students Union 2023 - 2024 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Borhat BPB Memorial College Students Union 2023 - 2024:

Share