Krishnaguru Mahavidyalaya

Krishnaguru Mahavidyalaya Established 18 August, 1992
A Spiritual College that transform youth to different levels through Spiritualism. Come join us and build your personality.

আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ দ্বাৰা মহাবিদ্যা...
05/06/2026

আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ দ্বাৰা মহাবিদ্যালয় প্ৰাঙ্গন, মহাবিদ্যালয়ৰ ছাত্ৰাৱাস-ছাত্ৰী নিবাসত গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মাণিক চন্দ্ৰ বৰ্মনে।
পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত 'পৰিৱেশ সংৰক্ষণ' ত যুৱ সম্প্ৰদায়ৰ ভূমিকা শিতানত এক ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলৰ সন্তোষজনক সহাঁৰি লাভ কৰা হয়।

“Inspired by Nature. For Climate. For Our Future.”

Krishnaguru Mahavidyalaya

04/06/2026

স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞাণ প্ৰদান কৰা………

01/06/2026

Freshmen Social Programme
Organized by HS 2nd Year Students
(Arts & Commerce)
Krishnaguru Mahavidyalaya

Freshmen Social ProgrammeOrganized by HS 2nd Year Students(Arts & Commerce)Krishnaguru Mahavidyalaya
31/05/2026

Freshmen Social Programme
Organized by HS 2nd Year Students
(Arts & Commerce)
Krishnaguru Mahavidyalaya

【】কৃষ্ণগুৰু মহাবিদ্যালয়ৰ উদ্যোগত "একবিংশ শতিকাত দক্ষতা, যুৱশক্তি আৰু উদ্যোগী শিক্ষা" বিষয়ক এখনি আলোচনা চক্ৰ আজি কৃষ্ণগুৰ...
17/05/2026

【】কৃষ্ণগুৰু মহাবিদ্যালয়ৰ উদ্যোগত "একবিংশ শতিকাত দক্ষতা, যুৱশক্তি আৰু উদ্যোগী শিক্ষা" বিষয়ক এখনি আলোচনা চক্ৰ আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ চয়নিকা ডেকা । উল্লেখ্য, ড৹ চয়নিকা ডেকা কৃষ্ণগুৰু মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী।

উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ শুভেচ্ছা💐
28/04/2026

উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ শুভেচ্ছা💐

ADMISSION OPEN 2026-27   Krishnaguru MahavidyalayaKRISHNAGURU COLLEGE OF SCIENCE AND TECHNOLOGY
13/04/2026

ADMISSION OPEN 2026-27


Krishnaguru Mahavidyalaya
KRISHNAGURU COLLEGE OF SCIENCE AND TECHNOLOGY

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ মুহুৰ্তত মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পতাকা উন্মোচন আৰু গণৰাজ্য দিৱস উদযাপন...
26/01/2026

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ মুহুৰ্তত মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পতাকা উন্মোচন আৰু গণৰাজ্য দিৱস উদযাপন____

Krishnaguru Mahavidyalaya

25/10/2025

Address

Nasatra
Barpeta

Website

Alerts

Be the first to know and let us send you an email when Krishnaguru Mahavidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share