MANDIA HIGHER SECONDARY SCHOOL

MANDIA HIGHER SECONDARY SCHOOL This school made by some social workers of mandia...in 4th march 1956.. And also this page creat by Raju khan (x student)

 #মন্দিয়া_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ত  #প্ৰাক্তন_ছাত্ৰ_ছাত্ৰী_সমাৰোহ অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে আজি প্রথম খন সভা অনুষ্ঠিত ক...
19/01/2025

#মন্দিয়া_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ত #প্ৰাক্তন_ছাত্ৰ_ছাত্ৰী_সমাৰোহ অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে আজি প্রথম খন সভা অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত অধ্যয়ন কৰা ১৯৫৬ চনৰ পৰা ২০২৪ ইং চনলৈ প্ৰতি গৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক অহা ০২/০২/২০২৫ ইং তাৰিখ দেওবাৰৰ দিনা ৰাতিপুৱা ১১ বজাত দ্বিতীয় খন সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হল।
স্থান :- মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

19/03/2024

মন্দিয়া উঃমাঃবিদ্যালয়ৰ
ষষ্ঠ শ্ৰেনীৰ নতুনকৈ নাম ভৰ্তিৰ বাবে অহা ২০/০৩/২৪ ইং তাৰিখৰ পৰা প্ৰ-পত্ৰ দিয়া হব।
যোগাযোগঃ বিদ্যালয় প্ৰাঙ্গন।

04/10/2023

ইয়াৰ দ্বাৰা মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে, অহা ৬/১০/২০২৩ ইং শুক্ৰবাৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ কমিটি গঠনাৰ্থে এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল। উক্ত সভাখনৰ দিন বাৰ সম্পূৰ্কে চোছিয়াল মেডিয়াত ব্যাপক প্ৰচাৰ হোৱাত একাংশ সচেতন ব্যাক্তি আৰু চাকৰিয়াল ব্যাক্তিৰ মন্তব্য অধ্যক্ষৰ দৃষ্টিগোচৰ হোৱাত ৬/১০/২৩ ইং তাৰিখৰ সভাখনৰ পৰিৱৰ্তে অহা ৮/১০/২৩ ইং তাৰিখ ৰবিবাৰ পুৱা ১০-৩০ বজাত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
গতিকে উক্ত সভাত সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অহা ৮/১০/২৩ ইং তাৰিখ ৰবিবাৰ পুৱা ১০-৩০ বজাত আপোনাৰ/আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।
ধন্যবাদেৰে
অধ্যক্ষ
মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।

COVID-19 may be new, but the COVID-19 vaccines are built on trusted work that goes back decades.  COVID-19 vaccines are ...
17/06/2021

COVID-19 may be new, but the COVID-19 vaccines are built on trusted work that goes back decades.

COVID-19 vaccines are safe and effective. Get vaccinated as soon as you can.

31/05/2021

The World Health Organization (WHO) designates 31st May of each year as the World No To***co Day. The theme for 2021 is “Commit to Quit”.

On this occasion of World No To***co Day-2021, make fervent appeal of pledged that we shall Never smoke and consume any type of To***co Product in our life and We shall keep the area To***co free.

SAY NO TO TO***CO!
YES TO LIFE!

Wishing you all happy
11/11/2020

Wishing you all happy

15/08/2020

15/08/2020

Today is a day to feel proud about being a part of this great nation. May this spirit of freedom leads us all to success and glory in life. Happy 74th Independence Day to all! 🇮🇳🇮🇳🇮🇳

12/08/2017
Rj with his friends
04/07/2014

Rj with his friends

The batch of 2011
23/11/2013

The batch of 2011

23/11/2013

Good evening every one

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when MANDIA HIGHER SECONDARY SCHOOL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share