Madhabdev University Students' Union 2023-24

Madhabdev University Students' Union 2023-24 Official page of Madhabdev University Students' Union (MDUSU)

Session: 2023-24

আজি ইং ২৬ নৱেম্বৰ ২০২৪, তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী (২০২৩-২৪ বৰ্ষ...
26/11/2024

আজি ইং ২৬ নৱেম্বৰ ২০২৪, তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী (২০২৩-২৪ বৰ্ষ) উন্মোচন কৰা হয়।

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই আলোচনীখন (E-Magazine) হিচাপে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰা হব।

এই আলোচনীখন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াৱা বিশ্ববিদ্যালয়ৰ সমূহ শ্ৰদ্ধাৰ শিক্ষাগুৰু, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকললৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

~ ছাত্ৰ একতা সভা ২০২৩-২৪ বৰ্ষ, মাধৱদেৱ বিশ্ববিদ্যালয়

নমস্কাৰ মাধৱদেৱিয়ান,আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অহা কালিলৈ অৰ্থাৎ ইং ২৬ নৱেম্বৰ ২০২৪ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়...
25/11/2024

নমস্কাৰ মাধৱদেৱিয়ান,

আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অহা কালিলৈ অৰ্থাৎ ইং ২৬ নৱেম্বৰ ২০২৪ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ (২০২৩-২৪ বৰ্ষ) উন্মোচন কৰিবলৈ আগবাঢ়িছো।

গতিকে, আপোনালোক সকলোৰে উপস্থিতি একান্তৰে কামনা কৰিলোঁ।

স্থান: প্ৰেক্ষাগৃহ, মাধৱদেৱ বিশ্ববিদ্যালয়।
সময়: দিনৰ ১১ বজাত।

~ ছাত্ৰ একতা সভা ২০২৩-২৪ বৰ্ষ, মাধৱদেৱ বিশ্ববিদ্যালয়।

Gautom Doley
Paresh Hazarika
Saurav Basumatari
Rukmoni Das

আজি ইং ৩ নৱেম্বৰ ২০২৪ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয় নৱ ছাত্ৰাবাসৰ নিৰ্মাণৰ কাম আধাৰশিলা স্থাপন কৰা হয়। আমাৰ বিশ্ববিদ্যা...
03/11/2024

আজি ইং ৩ নৱেম্বৰ ২০২৪ তাৰিখে মাধৱদেৱ বিশ্ববিদ্যালয় নৱ ছাত্ৰাবাসৰ নিৰ্মাণৰ কাম আধাৰশিলা স্থাপন কৰা হয়।

আমাৰ বিশ্ববিদ্যালয়ত আন এটা মূল সমস্যা, ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ আসনৰ অপৰ্যাপ্ততা তাক আমি আমাৰ কাৰ্য্যকালতেই সফলতাৰে এখোজ সমাধান কৰিবলৈ সক্ষম হৈছোঁ।

আসনৰ অপৰ্যাপ্ততাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলৰ আসন পাবলৈ সক্ষম নহৈ বাহিৰত মেচ, P.G. লৈ থাকিব লগা হৈছিল যাৰ বাবে ছাত্ৰ একতা সভা আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ সহযোগত আমি ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদ লৈ প্ৰস্তাৱ আগবঢ়াইছিলো আৰু আমাৰ প্ৰস্তাৱৰ ইতিবাচক সঁহাৰি জনাই।

বৰ্তমান সময়ত কেৱল ছাত্ৰাবাসৰ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছোঁ যদিও আমি আশাবাদী যে পৰৱৰ্তী সময়ত ছাত্ৰীনিবাস নিৰ্মাণৰ বাবেও অনুমোদন লাভ কৰিম। পৰবৰ্তী সময়ৰ ছাত্ৰ একতা সভাই এই ক্ষেত্ৰত তৎপৰতা দেখাব বুলি আশা কৰিছোঁ

~ ছাত্ৰ একতা সভা- ২০২৩-২৪ বৰ্ষ, মাধৱদেৱ বিশ্ববিদ্যালয়

Madhabdev University
Gautom Doley
Paresh Hazarika

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক  ড° ক্ষীৰপদ দত্ত ছাৰক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। তেখেতৰ...
01/10/2024

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক ড° ক্ষীৰপদ দত্ত ছাৰক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ।

তেখেতৰ বলিষ্ঠ নেতৃত্ব, কৰ্ম নিষ্ঠাই মাধৱদেৱ বিশ্ববিদ্যালয়লৈ এক অনন্য ৰূপ আনি দিব বুলি আমি আশাবাদী।

Madhabdev University
Gautom Doley
Paresh Hazarika

স্বাগত স্বাগত........         নৱাগত সতীৰ্থ..........মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত "নৱাগত আদৰণী সভা-২০২৪...
19/09/2024

স্বাগত স্বাগত........
নৱাগত সতীৰ্থ..........

মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত "নৱাগত আদৰণী সভা-২০২৪" ৰ কাৰ্যসূচী।
সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি একান্তৰে কামনা কৰিলোঁ।

Madhabdev University
Gautom Doley
Paresh Hazarika

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
14/09/2024

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

📌
10/09/2024

📌

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।Madhabdev University Madhabdev University Students' Union 2023-24 Gautom...
20/08/2024

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।

Madhabdev University
Madhabdev University Students' Union 2023-24
Gautom Doley
Paresh Hazarika
Saurav Basumatari

Candle March by Students of Madhabdev University Demanding Justice for Late Dr. Moumita Debnath    Paresh Hazarika Gauto...
18/08/2024

Candle March by Students of Madhabdev University Demanding Justice for Late Dr. Moumita Debnath




Paresh Hazarika
Gautom Doley
Saurav Basumatari

Address

Bihpuriagaon

Website

Alerts

Be the first to know and let us send you an email when Madhabdev University Students' Union 2023-24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Madhabdev University Students' Union 2023-24:

Share