Krishnananda Academy, Manikpur

Krishnananda Academy, Manikpur Krishnananda Academy, Manikpur
starts from june 2006 to provide best quality of education. secondary and senior secondary school

আজি কৃষ্ণানন্দ একাডেমী মাণিকপুৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ভূগোল বিষয়ৰ ৯১ জন ছাত্ৰ-ছাত্ৰীক লৈ ইতিহাস প্ৰসিদ্ধ কোচব...
10/12/2025

আজি কৃষ্ণানন্দ একাডেমী মাণিকপুৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ভূগোল বিষয়ৰ ৯১ জন ছাত্ৰ-ছাত্ৰীক লৈ ইতিহাস প্ৰসিদ্ধ কোচবিহাৰ ৰাজবাড়িলৈ ক্ষেত্ৰ অধ্যয়ন (Field Study)ৰ বাবে যোৱা হৈছিল।

উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ চলিত  ছয় মাহিলী পৰীক্ষাৰ কেইখনমান আলোকচিত্ৰ।
25/11/2025

উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ চলিত ছয় মাহিলী পৰীক্ষাৰ কেইখনমান আলোকচিত্ৰ।

Happy Children's Day all dear child.শিশু দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা...
14/11/2025

Happy Children's Day all dear child.
শিশু দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

কৃষ্ণানন্দ একাডেমীত প্ৰতি বছৰে নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠানখনৰ দাপোন স্বৰূপ "অনুভূতি" নামৰ এখন প্ৰাচীৰ পত্ৰি...
08/11/2025

কৃষ্ণানন্দ একাডেমীত প্ৰতি বছৰে নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠানখনৰ দাপোন স্বৰূপ "অনুভূতি" নামৰ এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰাৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। কিন্তু এইবেলি সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ দেহাৱসানৰ বাবে নৱাগত আদৰণি সভা বাতিল কৰা হয়,যদিও আজি প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰাৰ লগতে এই বৰ্ষত একাডেমীৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

মৰমৰ ছাত্ৰ ছাত্ৰী সকল--   ইয়াৰে সকলোকে জনাব বিচাৰিছোঁ যে, কৃষ্ণানন্দ একাডেমীত প্ৰতি বছৰে *নৱাগত আদৰণি সভাৰ* লগত সংগতি ৰ...
05/11/2025

মৰমৰ ছাত্ৰ ছাত্ৰী সকল--
ইয়াৰে সকলোকে জনাব বিচাৰিছোঁ যে, কৃষ্ণানন্দ একাডেমীত প্ৰতি বছৰে *নৱাগত আদৰণি সভাৰ* লগত সংগতি ৰাখি অনুষ্ঠানখনৰ দাপোন স্বৰূপ *অনুভূতি* নামৰ এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰাৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। কিন্তু এইবেলি সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ দেহাৱসানৰ বাবে অনুষ্ঠানত নৱাগত আদৰণি সভা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে,যদিও প্ৰাচীৰ পত্ৰিকা খন প্ৰস্তুত কৰি উন্মোচন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
তদুপলক্ষে অহা ৮/১১/২০২৫ইং তাৰিখ শনিবাৰ দিনা ৰাতিপুৱা ১০ বজাত প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰাৰ লগত সংগতি ৰাখি এই বৰ্ষত একাডেমীৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হ'ব।সেয়েহে উক্ত অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতি কামনা কৰা হ'ল।
ভৱদীয়-
আনছাৰ আহমেদ,অধ্যক্ষ
কৃষ্ণানন্দ একাডেমী, মাণিকপুৰ।

Programme for HS first and second year Half yearly examination under Bongaigaon district.
01/11/2025

Programme for HS first and second year Half yearly examination under Bongaigaon district.

কৃষ্ণানন্দ একাডেমীত অসম তথা ভাৰতবৰ্ষৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰুৱ জুবিন গাৰ্গৰ "শ্ৰদ্ধাঞ্জলি অনুষ্ঠান"ৰ আয়োজন ...
22/09/2025

কৃষ্ণানন্দ একাডেমীত অসম তথা ভাৰতবৰ্ষৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰুৱ জুবিন গাৰ্গৰ "শ্ৰদ্ধাঞ্জলি অনুষ্ঠান"ৰ আয়োজন কৰা হয়।

20/09/2025

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি....

অসম সম্পদ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো🌸🌸🙏🙏
20/09/2025

অসম সম্পদ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো🌸🌸🙏🙏

৭৯তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন।Happy Independence Day
15/08/2025

৭৯তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন।
Happy Independence Day

Mission-2026. #কৃষ্ণানন্দ_একাডেমী_মাণিকপুৰ           ২০২৫ইং চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দ্বাদশ...
09/08/2025

Mission-2026.
#কৃষ্ণানন্দ_একাডেমী_মাণিকপুৰ
২০২৫ইং চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ান ও ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিবলৈ শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক- অভিভাৱিকা আৰু ছাত্ৰী-ছাত্ৰী সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

18/07/2025

Address

Manikpur (Near NH31) PO/Manikpur, PS/Manikpur, PIN
Bongaigaon
783392

Telephone

+919085567863

Website

Alerts

Be the first to know and let us send you an email when Krishnananda Academy, Manikpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Krishnananda Academy, Manikpur:

Share