Basic training centre, chabua

Basic training centre, chabua Established in the year 1962, a pioneer of teacher training institute and at present D.El.Ed course is offered under SCERT, Assam.

04/10/2022

ইয়াৰ দ্বাৰা আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে চাবুৱা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ বাৰ্ষিক আলোচনী "মণিকাঞ্চন"ৰ দ্বিতীয় সংখ্যা প্ৰকাশৰ বাবে আগবাঢ়িছোঁ। ইয়াৰ বাবে আমি প্ৰাৰম্ভিক যাৱতীয় কাম-কাজ সমূহ আৰম্ভ কৰিছোঁ। ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমালৈ শুভাশীষ জনাই শুভেচ্ছা বাণী প্ৰেৰণ কৰিলে। 
গতিকে "মণিকাঞ্চন" বাৰ্ষিক আলোচনীখনি সৰ্বাংগীন সুন্দৰভাৱে প্ৰকাশৰ ক্ষেত্ৰত এই কেন্দ্ৰৰ লগত জড়িত প্ৰাক্তন প্ৰশিক্ষক, কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীসকলৰ পৰাও আমি লেখাৰ বাবে এই পষ্টৰ জৰিয়তে অনুৰোধ জনালোঁ। আপোনালোকৰ ইতিবাচক সহাঁৰিয়ে আমাক আলোচনীখনি প্ৰকাশৰ ক্ষেত্ৰত উৎসাহিত কৰি তুলিব।
বি:দ্ৰ:- ১/ লেখা জমা দিয়াৰ অন্তিম তাৰিখ ৬/১০/২০২২
২/ লেখা সমূহৰ লগত লেখকৰ এখন পাচ পৰ্ট ফটো প্ৰেৰণ কৰিব।
৩/ লেখাসমূহ ৮৮২২৬০২৩৩১/
৬০০১৯২০২৮২ ৱাটচ্‌এপ নম্বৰত প্ৰেৰণ কৰিব।

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে কেন্দ্ৰত বিস্তৃত কাৰ্যসূচী ৰূপায়নৰ লগতে  ত্ৰৈমাসিক ই আলোচনী  #বুনিয়াদৰ দ্বিতীয় সংখ্যা ...
16/08/2022

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে কেন্দ্ৰত বিস্তৃত কাৰ্যসূচী ৰূপায়নৰ লগতে ত্ৰৈমাসিক ই আলোচনী #বুনিয়াদৰ দ্বিতীয় সংখ্যা আৰু প্ৰাচীৰ পত্ৰিকাৰ বিশেষ সংখ্যা #স্বৰাজ উন্মোচন ...

25/06/2022

ইয়াৰ দ্বাৰাই বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ সমূহ প্ৰাক্তন প্ৰশিক্ষাৰ্থী সকলক জনাও যে আমাৰ অনুষ্ঠানৰ পৰা প্ৰকাশিত ত্ৰিমাক্ষিক ই-আলোচনী "বুনিয়াদ" ৰ দ্বিতীয় সংখ্যাৰ প্ৰকাশৰ বাবে আগবাঢ়িছো । উক্ত আলোচনী খনত প্ৰাক্তন প্ৰশিক্ষাৰ্থী সকলৰ এক শিতানৰ দিহা কৰা হৈছে। গতিকে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আপোনালোকৰ লেখাসমূহ বিচৰা হৈছে।
লগতে যিসকল প্ৰাপ্তন প্ৰশিক্ষাৰ্থী শিক্ষাৰ লগত জড়িত ক্ষেত্ৰত কৰ্মৰত তেওঁলোকৰ নাম, কৰ্মৰত বিদ্যালয়ৰ নাম, ঠিকনাৰ লগতে একোখনকৈ ফটো (passport size) বিচৰা হৈছে । যাতে এখন উন্নত মানৰ ই-আলোচনী প্ৰস্তুত কৰি উলিয়াব পাৰোঁ তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা একান্তই কামনা কৰিলোঁ। আপোনালোকৰ দিহা পৰামৰ্শয়ে আমাক যথেষ্ট উপকৃত কৰিব বুলি আমি আশাবাদী।
(বি:দ্ৰ: সকলো প্ৰশিক্ষাৰ্থীৰ লগত আমাৰ প্ৰত্যক্ষ যোগাযোগ নথকাৰ বাবে আপোনালোকক আমাৰ এই page টোৰ পৰাই অবগত কৰোৱাৰ পদক্ষেপ লোৱা হৈছে।)

লেখনি প্ৰেৰণ কৰাৰ অন্তিম তাৰিখ: 30-06-2022
আপোনালোকৰ তথ্যসমূহ এই ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ- [email protected]
WhatsApp No: 7002658280

প্ৰথম সংখ্যক ই-আলোচনী  #বুনিয়াদ আৰুপ্ৰাচীৰ পত্ৰিকা  #বৰ্হমথুৰি(ৰঙালীৰ বিশেষ সংখ্যা-২০২২) উন্মোচন...@বুনিয়াদী প্ৰশিক্ষণ...
08/04/2022

প্ৰথম সংখ্যক ই-আলোচনী #বুনিয়াদ আৰু
প্ৰাচীৰ পত্ৰিকা #বৰ্হমথুৰি(ৰঙালীৰ বিশেষ সংখ্যা-২০২২) উন্মোচন...

@বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, চাবুৱা ।

 #সাংস্কৃতিক শোভাযাত্ৰা ও বঁটা বিতৰণী সভা... #খেলʼ বি.টি.চি. ২০২২...
23/03/2022

#সাংস্কৃতিক শোভাযাত্ৰা ও বঁটা বিতৰণী সভা...

#খেলʼ বি.টি.চি. ২০২২...

 -2022 for admission into 2 year D.EL.ED course (2022-24)
22/03/2022

-2022 for admission into 2 year D.EL.ED course (2022-24)

চাবুৱা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ একালৰ প্ৰশিক্ষাৰ্থী ( ২০১৬-১৭) তথা APRO ৰ হাবিলদাৰ মনোৰঞ্জন গগৈৰ যোৱা ইংৰাজী 30|11|20...
03/12/2021

চাবুৱা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ একালৰ প্ৰশিক্ষাৰ্থী ( ২০১৬-১৭) তথা APRO ৰ হাবিলদাৰ মনোৰঞ্জন গগৈৰ যোৱা ইংৰাজী 30|11|2021 তাৰিখে সন্ধিয়া চাবুৱাস্থিত নিজ গৃহৰ পৰা কৰ্তব্যস্থলী তিনিচুকীয়া অভিমুখে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত লাইপুলিত এখন চাৰিচকীয়া বাহনৰ সৈতে হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু হয় । তেখেতৰ এই অকাল মৃত্যুৰ খবৰে আমাক সকলোকে মৰ্মাহত কৰি তুলিছে । কেন্দ্ৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।

  of Pre-Entrance-Test(PET) ,2021  2021-23
11/11/2021

of Pre-Entrance-Test(PET) ,2021
2021-23

প্ৰত্যেকটো সমাপ্তিয়েই এক নতুন আৰম্ভণি ... #আনুষ্ঠানিক বিদায় সম্ভাষণ (০৩|১১|২০২১) #২০১৯-২১ বৰ্ষ
09/11/2021

প্ৰত্যেকটো সমাপ্তিয়েই এক নতুন আৰম্ভণি ...

#আনুষ্ঠানিক বিদায় সম্ভাষণ (০৩|১১|২০২১)
#২০১৯-২১ বৰ্ষ

  Entrance Test( PET)- 2021 for admission into 2 year D.EL.ED course for the session 2021-23.  September 2021.  Wishes t...
16/09/2021

Entrance Test( PET)- 2021 for admission into 2 year D.EL.ED course for the session 2021-23.

September 2021.

Wishes to all the candidates.

Address

Bishmile, Chabua
Chabua

Telephone

+919854250246

Website

Alerts

Be the first to know and let us send you an email when Basic training centre, chabua posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share