30/11/2025
ছাত্ৰনেতা পিংকুল দত্ত স্মাৰক ফাউণ্ডেচনৰ উদ্যোগত
অনলাইন স্মাৰক বক্তৃতানুষ্ঠান-২০২৫
বিষয়ঃ "সংখ্যাতত্বৰ অ' আ ক খ "
মুখ্য বক্তাঃ ড° অনুপম শইকীয়া
প্ৰবক্তা, গণিত বিভাগ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,(IIT, GUWAHATI) গুৱাহাটী।
সময়ঃ সন্ধ্যা, ৭ বজা।
Sunday, Nov 30 • 6:00 – 11:00 PM
Google Meet joining info
Video call link: https://meet.google.com/duo-zzus-axw