Dhakuakhana college confession

Dhakuakhana college confession Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhakuakhana college confession, College & University, Dhuburi.

06/03/2023

#52
3/2/2023 21:10:42
19+ Female A student Botany
"ঢকুৱা খনা মহাবিদ্যালয়ৰ সেই
ধুনীয়া লৰাজন....🥀🌺

কি নাম আছিল তেওঁৰ......?
চেহ.....
নামটোকে পাহৰি থাকিলো,
অই শুনা.....
মই তোমাৰ একপক্ষীয় প্ৰেমিকা,
হোষ্টেলৰ খিৰিকীৰ ফাকেৰে
সদায় জুমি চাওঁ.....
কিজানিবা তোমাক দেখা পাওঁয়ে।

আজি কালি চোন......
সপোনটো তুমি, দিঠকটো তুমি লগা
এই পাগল মনটোক.....
কেনেদৰে স্থিৰ কৰি ৰাখো....

কেতিয়াবা তোমাকে লৈ কবিতা লিখো।
প্ৰতিটো মূহূৰ্ততে কেৱল তুমি....
আকাশে ,বতাহে কেৱল তোমাকে অনুভৱ কৰো।
মুক্ত মন, মুক্ত আকাশ এই মুক্ত পৃথিৱীৰ
মই এজনী পাগলী প্ৰেমিকা...।

তুমি জানো বুজি পাবা ....
মোৰ এই পাগল মনটোৰ কথা।
কেতিয়াবা চিঞৰী চিঞৰী সুধিব মন যায়...
এবাৰ ভালপায় চাবা নেকি মোক?
আমাৰ সম্পৰ্ক চিৰস্থায়ী কৰি ৰাখিম।
তুমি ভাল পালে পাবা নাপালে নাই....
মই কিন্তু তোমাৰ....
আজন্ম আৰু একপক্ষীয় প্ৰেমিকা।"

06/03/2023

#51
2/20/2023 18:09:01
20 Male An ex student Zoology
"Zoology department r jushmita handique
I love you❤
Ans tu diba"

06/03/2023

#50
2/19/2023 16:56:16
23 Female An ex student
"ফাগুনৰ বতৰ।
তোমাৰ দেহৰ কেচা সুগন্ধিয়ে
ফাগুন মাহটো প্ৰিয় কৰি ৰাখিছিল
ঢকুৱাখনা কলেজত।
এতিয়া তুমিও নাই ময়ো নাই।
একো নাই মোৰ দৰে বহুত আছে যিয়ে ৰৈ আছে
তোমাৰ দৰে বহুত আছে যি হেৰাই গৈছে।
Miss you😍🍁"

27/01/2023

#49
23/1/20:36:0123Female
An ex studentZoology

I like a sir of physics department

26/01/2023

#48
12/13/2022 19:56:24 20 Male A student Botany "History department ৰ বিশ্ৰুভা মজিন্দাৰ। প্ৰথমে পৰীক্ষা ভালকে দিবলৈ শুভেচ্ছা জনালোঁ। বহু দিন হ'ল কলেজত দেখা নাই যে, whatsapp ত DP খনেই চাই থাকো আৰু। তোমাৰ বাবে কিমান উত্তাপত কবিতা লিখিলে তুমি বৰফৰ পৰা পানী হৈ গলিবা, সেয়া সৈতো মই বুজিব নোৱাৰিলোঁ। অপেক্ষা কৰি কৰি শেষ হৈছে আৰু। তোমাক সদায় ভাল লাগি থাকিব। পিছে আজি কথা এটা ক'ব হে মন মেলিছো। তুমি কলেজত ল'ৰা এটা চাইছা বোলে ( ঘৰৰ মানুহ ঘৰতে থাকিব যেন পাওঁ 🥲🥲🥲)। শুনি মনত বৰ বেজাৰ লাগিল। আশাবোৰ শেষ হৈ গ'ল। তথাপিও তোমালৈ বহুত শুভেচ্ছা জনালোঁ। বাকী যদি মই শুনা কথাটো সঁচা হয়। তেন্তে জনাবা বুলি আশা ৰাখিলোঁ। বৰ বেছি আমণি নকৰোঁ। ভালকে পঢ়া। পৰীক্ষাৰ বাবে Best of luck.

ইতি
তোমাৰ একপক্ষীয় প্ৰেমিক। "

26/01/2023

47
11/23/2022 0:25:14 22 Male An ex student "ঢকুৱাখনা কলেজ, নামটো শুনিলেই ভাল লাগে কিবা এটা, এতিয়াও ঢকুৱা লৈ কিবা এটা কামত গলে কলেজ খন এবাৰ চাই যাওঁ।। মই ২০১৭-১৯ batch ৰ Higher secondary science stream ৰ ছাত্ৰ আছিলোঁ... বৰ্তমান নৰ্থ লখিমপুৰ কলেজ ৰ পৰা ডিগ্ৰী শেষ কৰিলোঁ। বহুতৰ দৰেই মোৰো প্ৰেম হৈছিল, এবাৰ পঢ়ি থকা সময়ত আৰু কলেজ খনৰ পৰা ওলাই অহাৰ পিছত।।। প্রথম টোৰ কথা নকওঁ, শেষৰটোকেই অকণমান লিখো... আমি অচিনাকি ৰ পৰা চিনাকি হৈছিলোঁ লাহে লাহে।। তেনেকৈ এদিন বন্ধুত্ব তাৰপিছত প্ৰেম।। আৰু এদিন হঠাৎ তাই কলে যে ""আমাৰ relationshipটিআৰুcontinueকৰিবনোৱাৰিম।""পিছত মই লাহে লাহে অনুভৱ কৰিলোঁ যে আমাৰ প্ৰেম অৰ্থাৎ মোৰ প্ৰেম একপক্ষীয় ভাৱেই আৰম্ভ হৈছিল আৰু এক পক্ষীয় ভাৱেই শেষ হৈছিল... মনত পৰিলে আজিও নীৰৱে চকুলো মচো ... ""Yaad aapko kiye Bina raha bhi nahi jata,dil mein jagah bhi toh apne eisi banake gayi hai"" BTW বৰ্তমান ও তাই DKC ৰে student... শেষত হিমাংশু প্ৰসাদ দাসৰ famous dialogue,"" তুমি কুশলে থাকা মিছ.....? আকৌ কেতিয়াবা লগ পাম..."

we are back in •••••😉
04/11/2022

we are back in •••••😉

04/11/2022

#46
8/23/2022 23:09:17
বিদায় বিয়লি বেলা Male A student Economics মহাবিদ্যালয়ত প্ৰায় দুই হেজাৰো অধিক ছাত্ৰ ছাত্ৰী থকাৰ পিছতো কাৰো লগত প্ৰেম হোৱা নাই নে? কোনেও কাকো পতাব মন যোৱা নাই নে?? এতিয়াই লʼৰাই ছোৱালীক, ছোৱালীয়ে লʼৰাক নাচালে আৰু কেতিয়া চাবা হে??? নাই confession আছে বুলি গম পোৱা নাই???? খবৰ টো জনাই দিলোঁ। এতিয়া পঢ়িবলৈ হে ফেচবুক টো খুলি ৰৈ আছোঁ।।।

04/11/2022

#45
5/26/2022 17:50:35 20
Female A student English 18 female a student To bsc 4th semester botany [Gogoi😌👀🌹] Kio nejanu tumak dekhile Val lge Kiba ata 💞prem Kora nejai Hoi jai heitu atiya mur khetot hoise tumak dekha pasore pora 🤭but one side he 🤧2021 r pora dekhi ahisu kintu aji loike abar matibo pora nai voi lge Kiba ata tumak dekha pasore pora bhut kotha monole ahi thake [Tumak dekha pale hopun jagi uthe bukukhoni hoi tazmohol ]👀kintu kobo he nuwaru kijani moi vba mote tumi nevabibou para..aji 1 year hol sai thaka tumak kin2 kotha abar patibole hahokh gutabo nuwarilu .tumi lgr bur logot off time t bahirt thkile moi sable jau kijani dekha pam ba okle lora tuk... nai Okle thkibo he nwuare Logr burr lgt thkiboi thkiboi .Adin okle thkiba abar kotha patibo mon ase mon khuli potito kotha 2mr mukhore hunibo mon ase🤭 hahi thkiba hahi thkile Val lage tumak 💟 [Tumar one side premika]💟💕🌹

আমাৰ গৌৰৱোজ্জ্বল ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰণ জনালোঁ🙏
21/07/2022

আমাৰ গৌৰৱোজ্জ্বল ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰণ জনালোঁ🙏

25/05/2022

#43
4/24/2022 0:31:25 20 Male A student Chemistry
Political Department r 6th semester tumi,chosma pindhi aha suwalijoni bor morom lage tumak ,tumak dekhile ki buli kou mathu prem prem vabei ahe nametu njnu, kunubai mentione kri diyasun plzz

25/05/2022

#42
4/24/2022 0:22:16 19 Male A student Chemistry
"বৰ্নালী বা ভাল লাগে আপোনাক।সেদিনা কলেজত দেখা পাইছিলো মাতিব নহ'ল।এবাৰ মাতিম বুলি গৈছিলো আপুনি ছোৱালীৰ মাজত কথা পাতি আছিলে kakhole যাবলৈ লাজ লাগিলে।আপোনাৰ Personality তো ভাল পাও💕আপুনি যেতিয়া আগতে কলেজত চুলি মেলি আহে চাও বাৰু বেছিকে ,হলেও বেছি চালে প্ৰেম হয় বুলি বেলেগ এফালে চাও ।Hey বৰ্নালী বা আপুনি 🔥লক্ষীমপুৰ কলেজত ভালকে পঢ়িব দেই,কিন্তু দমতেই থাকিব হাঁহিও থাকিব।হাঁহি লে বেছি ভাল লাগে দমত থাকিলে লৰা ওচৰলে যাবলে সাহস নকৰিব সেইকাৰণে আগতে ওচৰত গৈ মাতিবলেও ভয় লাগি থাকিল।আপুনি confession বিলাক পঢ়ে বুলি জানো সেইকাৰণে লিখি দিলো comment ata দিব ।
Assamese department ৰ পৰা পঢ়ি যোৱা বৰ্নালী বাৰ Kotha লিখিছো।এতিয়া যে লক্ষীমপুৰত পঢ়ি আছে🙏💕🥀"

Address

Dhuburi

Alerts

Be the first to know and let us send you an email when Dhakuakhana college confession posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share