Puberun Sangeet academy

Puberun Sangeet academy Devoted to music

14/07/2025
ভাতখাণ্ডে সঙ্গীত বিদ্যাপিঠ লক্ষ্ণৌৰ 2024 বৰ্ষৰ তত্বপৰীক্ষা ভাৰত নাট্যম , শাস্ত্ৰীয় প্ৰথমা আৰু মধ্যমাপৰীক্ষা সুকলমে  অনু...
19/12/2024

ভাতখাণ্ডে সঙ্গীত বিদ্যাপিঠ লক্ষ্ণৌৰ 2024 বৰ্ষৰ তত্ব
পৰীক্ষা ভাৰত নাট্যম , শাস্ত্ৰীয় প্ৰথমা আৰু মধ্যমাপৰীক্ষা
সুকলমে অনুষ্ঠিত হৈ যায়।

09/11/2024

পূবেৰুণ সঙ্গীত একাডেমীৰ বৰগীতৰ ন-শিকাৰু
মহিলাসকলৰ দ্বাৰা উপাসনা ক'লা কেন্দ্ৰত আয়োজিত
বাণীপুৰ সাহিত্য সভাৰ উদ্যোগত উপাসনা ক'লা কেন্দ্ৰৰ সহযোগত ভাষা গৌৰৱ অনুষ্ঠানত বৰগীতৰ পৰিবেশনৰ মূহুৰ্ত।

14/06/2024

Admission for all classes are going on at Puberun Sangeet Academy situated at Banipur Dibrugarh bylane 7
Pin 786003
We provide classes as follows by:- Art,Guitar,Tabla, khol, Sattriya dance, Indian Classical ,Borgeet ,&Modern Song etc.....
Puberun Sangeet Academy is also a registered & affiliated by Bhatkhande Sangeet Vidyapith (lucknow) Sarbabharatiya Sangeet O. Sanskrity parishad (calcutta)&Sangit Satra pariksha parishad (Guwahati)
For any queries please DM us directly or can call us on
Office:- 9401218051
9435598078.

05/11/2023

ড. ভূপেন হাজৰিকাদেৱৰ পূণ্য তিথিত পূবেৰুণ সঙ্গীত একাডেমী তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ 🙏🙏🙏🙏

26/09/2023

শ্ৰী শ্ৰী শ‌ঙ্কৰদেব গুৰুজনাৰ ৫৭৫ তাম আৰ্বিভাব তিথিৰ
উপলক্ষে তেখেতৰ বিৰচিত বৰগীত দুভাগ আইসকলৰ
সহযোগত আগবঢ়ালোঁ ।🙏🙏🙏

সঙ্গীত নাটক একাডেমীৰ নতুন দিল্লীৰ অন্তৰ্গত ষষ্ঠ দশ সত্ৰীয়া সঙ্গীত সমাৰোহত পূবেৰুণ সঙ্গীত একাডেমীৰ অধ্যক্ষা শ্ৰীমতী ৰুক্...
25/09/2023

সঙ্গীত নাটক একাডেমীৰ নতুন দিল্লীৰ অন্তৰ্গত ষষ্ঠ দশ সত্ৰীয়া সঙ্গীত সমাৰোহত পূবেৰুণ সঙ্গীত একাডেমীৰ অধ্যক্ষা শ্ৰীমতী ৰুক্মিণী গোস্বামী আৰু উপাধ্যক্ষ ৰমেন দত্ত আৰু আমাৰ সত্ৰীয়া নৃত্য আৰু খোলৰ অধ্যাপক শিৱপ্ৰসাদ হাজৰিকাৰ লগতে ড: বলীন সন্দিকৈ মনোহাৰী দেবী মহিলা কানৈ মহাবিদ্যালয় অসমীয়া
বিভাগৰ অধ্যাপক আৰু বাঁহী বাদক বিটুল দুৱৰী সহযোগত বৰগীত পৰিবেশন কৰা হয়।

28/06/2023
পূবেৰুণ সঙ্গীত একাডেমীত ৫ জুন ২০২৩ সোমবাৰৰ পৰা হ'ব লগা বৰগীতৰ প্ৰশিক্ষণ __কৰ্ম শলা
19/05/2023

পূবেৰুণ সঙ্গীত একাডেমীত ৫ জুন ২০২৩ সোমবাৰৰ
পৰা হ'ব লগা বৰগীতৰ প্ৰশিক্ষণ __কৰ্ম শলা

Address

Banipur Bylane 7
Dibrugarh
786003

Telephone

+919401218051

Website

Alerts

Be the first to know and let us send you an email when Puberun Sangeet academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share