ABVP Dibrugarh University UNIT

ABVP Dibrugarh University UNIT অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখা।
বন্দেমাতৰম
জয় আই অসম

22/12/2025
Congratulations
18/12/2025

Congratulations

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ২০২৫-২০২৬ বৰ্ষৰ বাবে ৰাজ্যিক সভানেত্ৰী হিচাপে পুনৰবাৰ অধ্যাপিকা ৰীতামণি বৈশ্য আৰু ৰাজ্যিক সম্পাদক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি শ্ৰী মানস প্ৰতীম কলিতা নৱনিৰ্বাচিত হৈছে।

Dr. Rita Moni Baishya and Former Students Union President of Post Graduate students union,Gauahti University Shri Manash Pratim Kalita have been elected as State President and State Secretary, respectively, for the year 2025-26.

Congratulations to Karanraj Karmakar for being shortlisted for the zonal-level competition of NEYP 2026. From dibrugarh ...
15/12/2025

Congratulations to Karanraj Karmakar for being shortlisted for the zonal-level competition of NEYP 2026. From dibrugarh university

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ধুবুৰী জিলাত অনুষ্ঠিত হবলগীয়া   ৩১তম্ ৰাজ্যিক অধিৱেশনলৈ অসম বিভিন্ন প্ৰান্তৰ ...
11/12/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ধুবুৰী জিলাত অনুষ্ঠিত হবলগীয়া ৩১তম্ ৰাজ্যিক অধিৱেশনলৈ অসম বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্য্যকৰ্তা সকলক অশেষ স্বাগতম জনালোঁ ........



10/12/2025
“সীমান্ত কুমাৰ বৈশ্য”, আপোনাৰ পুনৰ নিৰ্বাচনৰ বাবে আন্তৰিক অভিনন্দন। আপোনাৰ পৰিশ্ৰম সত্যেই সম্মান পালে। আগলৈও অধিক সফলতা ...
02/12/2025

“সীমান্ত কুমাৰ বৈশ্য”, আপোনাৰ পুনৰ নিৰ্বাচনৰ বাবে আন্তৰিক অভিনন্দন। আপোনাৰ পৰিশ্ৰম সত্যেই সম্মান পালে। আগলৈও অধিক সফলতা লাভ কৰক—এই শুভেচ্ছা
Simanta Kumar Baishya
ABVP Dibrugarh University UNIT
ABVP Assam

02/12/2025

অসমৰ পাহাৰ ভৈয়ামৰ

জাতি-জনগোষ্ঠীক একত্ৰিত কৰি স্বৰ্গদেউ চাওলুং ঢ্যু-কা-ফা-ই অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ পথ প্রশস্ত কৰি গৈছে। 'অসম দিৱস'ৰ প্ৰাকক্ষণত সমূহ অসমবাসীলৈ পৰিষদৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আধুনিক অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ঢ্যু-কা-ফাক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ
ABVP Dibrugarh University UNIT
ABVP Assam

৭৬, ৯৮, ৪৪৮ জন সদস্যতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে পুনৰবাৰ বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনৰ গৌৰৱ অর্জন কৰিছে।বীৰেন্দ্ৰ ...
28/11/2025

৭৬, ৯৮, ৪৪৮ জন সদস্যতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে পুনৰবাৰ বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনৰ গৌৰৱ অর্জন কৰিছে।

বীৰেন্দ্ৰ সিংহ সোলংকি (ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ABVP)

📌World's Largest Student Organization for a reason.

New Record, 76,98,448 Students and Karyakartas joined hands with ABVP this year. (2025-26).🚩

Akhil Bharatiya Vidyarthi Parishad (ABVP)

24/11/2025

লাচিত দিৱস
মহান বীৰযোদ্ধা লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতিৰ শৌর্য-বীর্য, কর্তব্যনিষ্ঠা, দেশপ্রেম, বীৰত্ব, সাহস আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্রতীক।
'লাচিত দিৱস'ৰ পৱিত্ৰ ক্ষণত মহান যোদ্ধাগৰাকীলৈ শত-সহস্র প্রণাম যাচিলোঁ।

ABVP Dhubri Unit staged a protest and burnt the effigies of BN College faculty members Shahjahan Ali Sarkar and Fahim Sa...
23/11/2025

ABVP Dhubri Unit staged a protest and burnt the effigies of BN College faculty members Shahjahan Ali Sarkar and Fahim Sayed, who threatened ABVP college unit secretary Parinita Roy with academic repercussions, including marks reduction, for her association with ABVP. 🚫🔥

Address

Dibrugarh University
Dibrugarh
786004

Alerts

Be the first to know and let us send you an email when ABVP Dibrugarh University UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to ABVP Dibrugarh University UNIT:

Share