Digboi College Student's Union 2023-24

Digboi College Student's Union 2023-24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Digboi College Student's Union 2023-24, College & University, Digboi.

07/12/2025
It's  a matter of immense pride & glory that Digboi College (A+ in NAAC accreditation) has received autonomous status co...
09/09/2024

It's a matter of immense pride & glory that Digboi College (A+ in NAAC accreditation) has received autonomous status conferred by University Grants Commission (UGC) today.

" গুৰু ব্ৰহ্মা গুৰু বিষ্ণুগুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰীগুৰুৱে নমঃ । "শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত ডিগ...
05/09/2024

" গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম
তস্মৈশ্ৰীগুৰুৱে নমঃ । "

শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত ডিগবৈ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা তৰফৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ।

ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ সহযোগত  ৩১/০৮/২০২৪ তাৰিখ শনিবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নৱ...
01/09/2024

ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ সহযোগত ৩১/০৮/২০২৪ তাৰিখ শনিবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপ শইকীয়া ছাৰে । লগতে উপস্থিত থাকে বিশিষ্ট অতিথি সকল , মহাবিদ্যালয় শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল , মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ , আৰু ছাত্ৰ-ছাত্ৰী সকল। এই অনুষ্ঠানতে ডিগবৈ মহাবিদ্যালয় স্নাতক শাখাৰ ২০২৪ বৰ্ষৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । শেষলৈ এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সভাখন সামৰণি মৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোলৈ ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা তৰফৰ পৰা ধৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।।

জয়তু ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৩-২৪ ❤️
জয়তু ডিগবৈ মহাবিদ্যালয়❤️
জয় আই অসম

ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৩-২৪ৰ উদ্যোগত আৰু ডিগবৈ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত আজি ডিগবৈ মহাবিদ্যালয়ৰ প...
23/08/2024

ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৩-২৪ৰ উদ্যোগত আৰু ডিগবৈ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত আজি ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাংগণত দেৰিকৈ হলেও কলকাতা কাণ্ডৰ বাবে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞাৰ বিভাগৰ অধ্যাপক শ্ৰীযুত ৰাজীৱ ৰুদ্ৰ তাৰিয়াঙ ,ডিগবৈ মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল লগতে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। এই অনুষ্ঠানত উপস্থিত থকা সকললৈ ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই ঘটনাৰ লগত জড়িত দোষীয়ে কঠোৰকৈ কঠোৰ শাস্তি পাওক ।

আজি দিনটোৰ মহাবিদ্যালয়ৰ কিছু নান্দনিক দৃশ্য ❤️
15/07/2024

আজি দিনটোৰ মহাবিদ্যালয়ৰ কিছু নান্দনিক দৃশ্য ❤️

গৌৰৱোজ্জ্বল ৬০ টি বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ডিগবৈ  মহাবিদ্যালয়ৰ আজি ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে মহাবিদ্যালয়খনে হীৰ...
15/07/2024

গৌৰৱোজ্জ্বল ৬০ টি বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ডিগবৈ মহাবিদ্যালয়ৰ আজি ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে মহাবিদ্যালয়খনে হীৰক জয়ন্তী বৰ্ষৰ দুৱাৰ-দলিত প্ৰৱেশ কৰিছে । এই সুৱৰ্ণ সুযোগতে প্রতিজন শিক্ষাগুৰু, বিষয়া- কৰ্মচাৰী তথা ন-পুৰণি শিক্ষার্থীলৈ যাচিলোঁ অলেখ শুভকামনা । মৰমৰ মহাবিদ্যালয়খনি সদায়েই
জাকতজিলিকা হৈ থাকক, মানৱ সম্পদ গঢ়ি তোলাৰ
ক্ষেত্ৰত হৈ ৰওক অগ্ৰণী ক্ষেত্র ......

'জয়তু ডিগবৈ মহাবিদ্যালয়'।।
Digboi College

প্রিয় মহাবিদ্যালয়খনিৰ  হীৰক জয়ন্তী শুভাৰম্ভণী অনুষ্ঠান আৰু ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা সকলোৰে সহায় সহযোগিতা আৰু উপস্থ...
13/07/2024

প্রিয় মহাবিদ্যালয়খনিৰ হীৰক জয়ন্তী শুভাৰম্ভণী অনুষ্ঠান আৰু ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিলোঁ।

Address

Digboi
786171

Website

Alerts

Be the first to know and let us send you an email when Digboi College Student's Union 2023-24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share