Duliajan college students' union 2022-23

Duliajan college students' union 2022-23 Welcome

দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শিক্ষাবিদ পূৰ্ণকান্ত হাজৰিকাদেৱৰ আজি সন্ধিয়া দেহাৱসান ঘটে । তেখেতৰ আত্...
18/12/2025

দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শিক্ষাবিদ পূৰ্ণকান্ত হাজৰিকাদেৱৰ আজি সন্ধিয়া দেহাৱসান ঘটে । তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ।🙏....

🕯️🙏
17/08/2024

🕯️🙏

আজি ইংৰাজী ১৭/০১/২০২৪ তাৰিখে দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক মুখপত্ৰ 'অনুৰণন'ৰ উনচত্বাৰিংশত্ত...
17/01/2024

আজি ইংৰাজী ১৭/০১/২০২৪ তাৰিখে দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক মুখপত্ৰ 'অনুৰণন'ৰ উনচত্বাৰিংশত্তম সংখ্যাটি উন্মোচন কৰা হয়।

যোৱাকালি অৰ্থাৎ ২০/১০/২০২৩ তাৰিখে দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাই নৱ - নিৰ্বাচিত ( ২০২৩-২৪ বৰ্ষ ) ছাত্ৰ একতা সভা...
21/10/2023

যোৱাকালি অৰ্থাৎ ২০/১০/২০২৩ তাৰিখে দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাই নৱ - নিৰ্বাচিত ( ২০২৩-২৪ বৰ্ষ ) ছাত্ৰ একতা সভাক আনুষ্ঠানিকতাৰে দায়িত্ব অৰ্পণ কৰে। 🔄
♥️নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰত্যেকজন বিষয়ববীয়ালৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ ।আশা কৰোঁ নৱ - নিৰ্বাচিত ছাত্ৰ একতা সভাই অনাগত দিনত সততা আৰু নিষ্ঠাৰে মহাবিদ্যালয়ৰ বিভিন্ন কামসমূহ সক্ৰিয়ভাৱে কৰি যাব ।
✅ বিভিন্ন সময়ত বিভিন্ন ধৰণে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ মাজেৰে আমাক আগবঢ়াই লৈ যোৱা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ,উপাধ্যক্ষ , ছাত্ৰ একতা সভাৰ তত্বাৱধায়কসকল , প্ৰাক্তন ছাত্ৰ একতা সভা , মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী , মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তথা আমাৰ সৈতে সকলো সময়তে জড়িত হৈ থকা ব্যক্তিসকল , তথা সকলোলৈকে ছাত্ৰ একতা সভা ২০২২-২৩ ৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
Anurag Gogoi
Rishikalpa Neog
Utpal Dowari
Bitu Buragohain
begum
Nabajit Konwar
Polash Handique
dutta
Akashdeep Borah
Jinti Borah
dowarah
bora

18/10/2023

ছাত্ৰ একতা সভা তৰফৰ পৰা দুলীয়াজান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে সমূহ অসমবাসী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

যোৱা ইংৰাজী ৩০/০৮/২০২৩ তাৰিখ (বুধবাৰে) দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু দুলীয়াজান মহাবিদ্যালয় পৰিয়া...
01/09/2023

যোৱা ইংৰাজী ৩০/০৮/২০২৩ তাৰিখ (বুধবাৰে) দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু দুলীয়াজান মহাবিদ্যালয় পৰিয়ালবৰ্গৰ সহযোগত 'নৱাগত আদৰণি ' অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । উক্ত সভাত সভপতিত্ব কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈ ডাঙৰীয়াই । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপিকা ড° নীৰাজনা মহন্ত বেজবৰা বাইদেউ । লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰীযুত নয়নজ্যোতি গগৈ ডাঙৰীয়া, লগতে উপস্থিত থাকে দুলীয়াজান মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত নৰেন চাংমাই ছাৰ , সভাত উপস্থিত থাকে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া , সাধাৰণ সম্পাদক শ্ৰীযুত সমীৰণ গগৈ ডাঙৰীয়া আৰু বিষয়ববীয়া সকল । মুকলি সভাৰ পাছতেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাৰ গীতৰ শৰাইৰে দিনজোৰা কাৰ্যসূচীৰে 'নৱাগত আদৰণি' অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানটি দিহা - পৰামৰ্শ আৰু সহায় - সহযোগিতাৰে সফল কৰি তোলাত সহায় কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু সকলোলৈকে ছাত্ৰ একতা সভা তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
জয়তু দুলীয়াজান মহাবিদ্যালয় ❤️
D.C.S.U __2022-23

৩০ আগষ্ট ২০২৩ দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত দুলীয়াজান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সহযোগত নৱাগত আদৰণি স...
29/08/2023

৩০ আগষ্ট ২০২৩
দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত দুলীয়াজান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সহযোগত নৱাগত আদৰণি সভা ✅
D.C.S.U_ 2022-23

যোৱা ইংৰাজী ২১ আৰু ২২ আগষ্ট তাৰিখে দুলীয়াজান মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ অহা NAAC ৰ দুদিনীয়া কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ...
24/08/2023

যোৱা ইংৰাজী ২১ আৰু ২২ আগষ্ট তাৰিখে দুলীয়াজান মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ অহা NAAC ৰ দুদিনীয়া কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ ___ ✅

.C.S.U.

ছাত্ৰ একতা সভাৰ দাবী অনুসৰি দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত নতুন দৰ্জাসমূহ প্ৰদান কৰা হয় । D.C.S.U ___✅
14/08/2023

ছাত্ৰ একতা সভাৰ দাবী অনুসৰি দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত নতুন দৰ্জাসমূহ প্ৰদান কৰা হয় ।
D.C.S.U ___✅

৫৫ তম প্ৰতিষ্ঠা দিৱস 💙 # দুলীয়াজান মহাবিদ্যালয়
01/08/2023

৫৫ তম প্ৰতিষ্ঠা দিৱস 💙
# দুলীয়াজান মহাবিদ্যালয়

Oil India limited ৰ উদ্যোগত আৰু দুলীয়াজান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সহযোগত চাফাই অভিযান ✅💐
08/07/2023

Oil India limited ৰ উদ্যোগত আৰু দুলীয়াজান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সহযোগত চাফাই অভিযান ✅💐

Address

Duliajan

Alerts

Be the first to know and let us send you an email when Duliajan college students' union 2022-23 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share