ARSU Unit Gauhati University

ARSU Unit Gauhati University This page is to unit & assist the Rabha students in Gauhati University in every possible way. Appreh

এক ঐতিহাসিক দিন ২৯/০১/২০২৬         গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় পুঁজিৰে ৰাভা ...
29/01/2026

এক ঐতিহাসিক দিন ২৯/০১/২০২৬

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় পুঁজিৰে ৰাভা ভাষাৰ সংৰক্ষণ, বিস্তাৰ আৰু উত্তৰণৰ মহান উদ্দেশ্য আগত ৰাখি স্নাতকোত্তৰ প্ৰমাণ পত্ৰ প্ৰদান কেন্দ্ৰ (PG Diploma Center)ৰ শুভ উদ্বোধন কৰা হয়। এই ঐতিহাসিক পদক্ষেপৰ শুভ সূচনা কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়াই।

এই দিনটো ৰাভা ভাষা, সাহিত্য আৰু সংস্কৃতিৰ শিক্ষাগত যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰিলে । এই পদক্ষেপে আমাৰ সংস্কৃতি,ভাষা সাহিত্যক বিশ্বদৰবাৰত আগুৱাই লৈ যাব বুলি আমি আশাবাদী।

17/11/2025
নৱাগত আদৰণি সভা ২০২৫।    অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাত‌ এই বিশেষ দিনত উপস্থিত থকা সন্মানীয় অতিথি , গুৱাহাটী বিশ্ববিদ্য...
17/11/2025

নৱাগত আদৰণি সভা ২০২৫।

অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাত‌ এই বিশেষ দিনত উপস্থিত থকা সন্মানীয় অতিথি , গুৱাহাটী বিশ্ববিদ্যালয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ অগ্ৰজসকল , বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ - ছাত্ৰীসকল আৰু বিভিন্ন আঞ্চলিকৰ পৰা অহা দাদা- বাইদেউ সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়
জয়তু গুৱাহাটী বিশ্ববিদ্যালয় নিখিল ৰাভা ছাত্ৰ সন্থা

🙏নাছিৰিবা🙏We the members of All Rabha Students' Union  ,Gauhati University committee, cordially invite you to the Rabha ...
14/11/2025

🙏নাছিৰিবা🙏

We the members of All Rabha Students' Union ,Gauhati University committee, cordially invite you to the Rabha Freshers' meet.

02/09/2025

উৰ্গিৰাছং
নমস্কাৰ।
আপোনালোকক জনাবলৈ পাই‌‌ সুখী হৈছো যে প্ৰতি বছৰৰ দৰে এই বেলিকাও গুৱাহাটী বিশ্ববিদ্যালয়ৰ" নিখিল ৰাভা ছাত্ৰ সন্থা" গোটৰ দ্বাৰা প্ৰকাশিত "দগো ৰাংছাং " শীৰ্ষক মুখপত্ৰখন প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সেয়েহে লিখনিসমূহ Type বা DTP কৰি দিয়াৰ লগতে অহা ১৫/০৯/২০২৫ ইং তাৰিখৰ ভিতৰত তলৰ ঠিকনাত জমা দিবলৈ অনুৰোধ জনালোঁ। *(ছপা প্ৰতিলিপি গ্ৰহণ কৰা নহ'ব)*

ধন্যবাদ,
আলোচনী সম্পাদিকা
কাকলি ৰাভা
Email: [email protected]
WhatsApp: 8486965024
Phone no: 6000241859

সহ: সম্পাদিকা
চম্পা ৰাভা
Phone/WhatsApp No: 9365117308
E-mail: [email protected]

Formation of new committee GU ARSU batch 2025-26
28/08/2025

Formation of new committee

GU ARSU batch 2025-26

Unity is strength...      Yesterday on 5th may 2025 ,the members of All Rabha Students Union Gauhati University Committe...
05/05/2025

Unity is strength...

Yesterday on 5th may 2025 ,the members of All Rabha Students Union Gauhati University Committee attended the freshman social program collaboratively organised by Pandu College, Handique Girls' College, Pragjyotish College, K.C. Das Commerce College and B.Baruah College All Rabha Students Union.

We are so grateful for the opportunity to have attended this program with you all.

Caught in the trend, but not complaining💫  ARSU
01/04/2025

Caught in the trend, but not complaining💫

ARSU

Making memories with the best company   ARSU    A small picnic organised by GU ARSU,simple but unforgettable 🥰
30/03/2025

Making memories with the best company

ARSU

A small picnic organised by GU ARSU,
simple but unforgettable 🥰

  TIMES, GAUHATI UNIVERSITY
29/11/2024

TIMES, GAUHATI UNIVERSITY

Address

Gopinath Bordoloi Nagar, Jalukbari
Gauhati
781014

Website

Alerts

Be the first to know and let us send you an email when ARSU Unit Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to ARSU Unit Gauhati University:

Share