Goalpara jila akrsu

Goalpara jila akrsu Koch rajbongshi

09/02/2021
01/10/2020
গোৱালপাৰা কোচ ৰাজবংশীছাত্ৰ সন্থাৰ অন্তৰ্গত হাতোগাওঁ আঞ্চলীক কোচ ৰাজবংশী ছাত্র সন্থাৰ নৱ গঠিত সমিতি খনলৈ গোৱালপাৰা জিলা ক...
01/10/2020

গোৱালপাৰা কোচ ৰাজবংশীছাত্ৰ সন্থাৰ অন্তৰ্গত হাতোগাওঁ আঞ্চলীক কোচ ৰাজবংশী ছাত্র সন্থাৰ নৱ গঠিত সমিতি খনলৈ গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা শুভকামনা ঞ্জাপন কৰিছোঁ! প্ৰচাৰ সম্পাদক পাৰ্থ জ্যোতি বৰ্মন

22/09/2020

Koch rajbongshi

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰনৰ দাবিত আজি গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা গোৱালপাৰা উপায...
21/09/2020

ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰনৰ দাবিত আজি গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা গোৱালপাৰা উপাযুক্ত মহাদয়লৈ এখন ম্মাৰক পত্ৰ প্ৰদান কৰা হয়।

গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তগ'ত ৰ ্জু লী আঞ্চলিক কোচ -ৰাজব ্শী ছাত্ৰ সন্থাৰ।নৱগঠিত নতুন সমিতি খনলৈ শুভেচ...
21/09/2020

গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তগ'ত ৰ ্জু লী আঞ্চলিক কোচ -ৰাজব ্শী ছাত্ৰ সন্থাৰ।নৱগঠিত নতুন সমিতি খনলৈ শুভেচ্ছা ঞ্জাপন কৰিছোঁ!

Address

Goalpara
123456

Telephone

+919101330035

Website

Alerts

Be the first to know and let us send you an email when Goalpara jila akrsu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Goalpara jila akrsu:

Share