Jaleswar College , Tapoban

Jaleswar College , Tapoban The Jaleswar College, Tapoban is a(Arts) Degree College. There are 12 Nos. The Jaleswar College, Tapoban is established in the year 1981.

It is established by Sri Afzalur Rahman Ex-Minister,Assam.The College land, building etc. all are made by the Hon'ble Afzalur Rahman.He is the root of this college. Though the college was established in 1981 but due to lack if unavoideable circumstances in official procedure like i,e Permission, Govt Concurrence, Affiliation was begining in the year 1991.Since 1991 the college has been imparting y

eomam service to the poor and backward people of this locality. The jaleswar College, Tapoban is situated in such a place which is near the Brahmaputra River in the North and jinjiram River in the South.It is reverain area. The College has been affiliated to Gauhati University in the year 1994-95 vide E.C Res. No. 96/8/97/(17) date 15.06.1996 and accorded permanent affiliation in the year 2012 vide R.E.C-01/2013/3(B)(27) date 25.01.2013. The College has been registered under society Registration No RS/GOAL/251/J/42 of 2013-14.

FYUGP 4th Semester Internship Programme JCT/2025
11/08/2025

FYUGP 4th Semester Internship Programme JCT/2025

06/08/2025
"Nijut Moina" Application form distribution ceremony. Jaleswar College Tapoban
06/08/2025

"Nijut Moina" Application form distribution ceremony.
Jaleswar College Tapoban

22/05/2024

অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত SAMARTH পোৰ্টেলত BA 1st sem.ৰ বাবে ৰেজিষ্ট্ৰেছন চলি আছে। ছাত্ৰ-ছাত্ৰীয়ে পোৰ্টেলত ৰেজিষ্ট্ৰেছন কৰিহে কলেজত আবেদন কৰিব পাৰিব।

Admission Going
05/04/2024

Admission Going

20/10/2023

নতুন নতুন চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ বিষয়ে আৰু বিভিন্ন ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ আবেদন কৰাৰ বাবে আৰু আমাৰ স্কুল কলেজৰ অনলাইন আবেদনৰ বিষয়ে জানিবলৈ আমাৰ এই WhatsApp Channel টো Follow কৰক আৰু আমাৰ লগত থাকক ।

ধন্যবাদ 😊

23/08/2023

Ops

09/07/2022

ঈদ মোৱাৰক
সকলোকে পবিত্ৰ ঈদ ঊল আযহা ত্যাগৰ উৎসব উপলক্ষে সকলোৰে জীৱনলৈ কৰিয়াই আনক অনাবিল সুখ শান্তি আৰু সমৃদ্ধি। সকলোকে পবিত্ৰ ঈদ ঊল আযহাৰ শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিলো।
🔰তাকাব্বাল্লাহু মিন্না ওয়া মিনকুম🔰
┏━━━━ ﷽━━━━┓
♻️🕌ঈদ মোবারক🕌♻️
┗━━━━ ﷽━━━━┛

ধন্যবাদেৰে--
জলেশ্বৰ কলেজ, তপোবন

03/07/2022

Admission Open session: 2022-23
Krishna Kanta Handiqui State Open University
course: M.A. and B.A.,
Available Subject for M.A.:
Assamese, English, Economic, Political science,
Education
Centre: Jaleswar College, Tapoban
Contact :8473095515

JCT Opening Admission 2022-23
30/06/2022

JCT Opening Admission 2022-23

31/05/2022

নতুন শিক্ষানীতিক কেন্দ্ৰীয় কেবিনেটে আজি মঞ্জুৰ কৰে ।

১০শ্ৰেণী বৰ্ড বন্ধ M.Phil বন্ধ কৰা হ'ল।

মাননীয় মন্ত্ৰী ও কেন্দ্ৰীয় শিক্ষা বিভাগ, ভাৰত চৰকাৰে প্ৰস্তাৱিত নতুন শিক্ষানীতি ২০২০ আজি কেন্দ্ৰীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্ৰায় ৩৬ বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী হৈছে।

নতুন শিক্ষানীতি কেবিনেটে আজি (new education policy2020) সেউজ সংকেত প্ৰদান কৰে। ৩৪বছৰৰ পিছত শিক্ষানীতিত কি কি পৰিৱৰ্তন আহিল তাক সৰলকৈ জানো আহক। নতুন শিক্ষানীতিৰ প্ৰকাৰ সমূহ চমুকৈ জানো আহক।

----5 Years Fundamental---
1. Nursery @4 Years
2. Jr KG @5 Years
3. Sr KG @6 Years
4. Std 1st @7 Years
5. Std 2nd @8 Years

---- 3 Years Preparatory---
6. Std 3rd @9 Years
7. Std 4th @10 Years
8. Std 5th @11 Years

----- 3 Years Middle---
9. Std 6th @12 Years
10.Std 7th @13 Years
11.Std 8th @14 Years

---- 4 Years Secondary---
12.Std 9th @15 Years
13.Std SSC @16 Years
14.Std FYJC
15.STD SYJC @18 Years

মন কৰিবলগীয়া কথা:

----কেৱল 12ৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা 

---M.Phil বন্ধ কলেজৰ ডিগ্ৰী ৪বছৰ 
10 class Exam বন্ধ M.Phil বন্ধ ---

৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা -- স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়োৱাব লাগিব
বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় ল'ব লাগিব।

আগতে 10 পৰীক্ষা দিব লাগিছিল এতিয়া নালাগে ।
9 class ৰ পৰা 12 লৈ চেমিষ্টাৰ ফৰ্মলা হ'ব স্কুলৰ শিক্ষা 5+3+3+4 ফৰ্মূলাত পঢ়োৱা হ'ব ।

কলেজৰ ডিগ্ৰী 3 আৰু 4 বছৰ হ'ব । ইয়াৰে প্ৰথম বছৰ চাৰ্টিফিকেট কৰ্চ দ্বিতীয় বছৰ ডিপ্ল'মা আৰু তৃতীয় বছৰ ডিগ্ৰী, চতুৰ্থ বছৰ ডিগ্ৰী পাব।

৩বছৰ ডিগ্ৰী তেওঁলেকে পাব যিবোৰ শিক্ষাৰ্থী উচ্চ শিক্ষা ল'ব নিবিচাৰে । সেইসকল শিক্ষাৰ্থীয়ে ৪ বছৰ ডিগ্ৰী হ'লে সেই ১ বছৰতে M.A কৰিব পাৰিব।

M.A ছাত্ৰই এতিয়া পোনপটীয়াকৈ Ph.D কৰিব পাৰিব।

ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলে এটা কৰ্চৰ মাজতে আন এটা কৰ্চ কৰিব পাৰিব ২০৩৫; ভিতৰত গ্ৰেছ এনলমেণ্ট ৫০হাজাৰ আশা কৰে।

উচ্চ শিক্ষাটো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডিমিক ফাইনেন্সছিয়েল অটোনমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ'ব । দেশৰ মুঠ ৪৫ হাজাৰ কলেজক সাঙুৰি লোৱা হ'ব ।

চৰকাৰী এটা শ্লগান চৰকাৰী নিজৰ সপোনৰ প্ৰজেক্ট সকলো সংস্থাক হ'ব সমান ।

🛑সংগ্ৰহ:ভাৰত চৰকাৰ শিক্ষামন্ত্ৰণালয় ও সংসদীয় চেনেল ।

Address

P/O/Katarihara, P/S/Lakhipur
Goalpara
783132

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Telephone

+919557760386

Alerts

Be the first to know and let us send you an email when Jaleswar College , Tapoban posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Jaleswar College , Tapoban:

Share