Cotton College

Cotton College Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Cotton College, College & University, cotton college, Guwahati.

India's Best Co-ed Day schools of 2016 Guwahati has 5 school out 309 entries. Don Bosco School, Panbazar - 82 rankSanskr...
12/05/2017

India's Best Co-ed Day schools of 2016

Guwahati has 5 school out 309 entries.

Don Bosco School, Panbazar - 82 rank
Sanskriti The Gurukul, Guwahati - 84 rank
Maria’s Public School, Narengi, Guwahati - 103 rank
Sarala Birla Gyan Jyoti, Guwahati - 103 rank
Faculty Higher Secondary School, Guwahati - 145 rank

Source : http://www.educationworld.in/rank-school/all-cities/day-school/co-ed/2016.html

CCPC(Cotton College Photography Club) in association with UniTreed & Creative Frames presents an interactive PHOTOWALKCo...
25/12/2016

CCPC(Cotton College Photography Club) in association with UniTreed & Creative Frames presents an interactive PHOTOWALK
Come and Experience the pleasure of clicking together
Share tips and tricks and learn from your comrades.

Venue- ECAC, COTTON COLLEGE, GUWAHATI
Time- starts at 1PM
Date- 28th December, 2016

Bring your own cameras (not necessarily DSLRs, mobile phone cameras create magic as well)

05/11/2016

প্ৰতিজন কটনিয়ানৰ বাবে আজি বৰ গৌৰৱৰ দিন। মই আজি আৰু গৰ্বেৰে কওঁ, "হয়, মই কটনিয়ান " । জয় মহান কটন কলেজ।

19/10/2016

If people say something bad about you, Judge you as if they know you, Don’t feel bad just remember “Dogs bark if they don’t know the person.”

29/09/2016

Election result - president, VP, gs, gcr, bcr, music, cricket, gym, debate ( rkb hostel ). AGS , editor (mndp) hostel

08/09/2016

Prof Hemanta Kumar Bhattacharya(Retd) of dept of Chemistry passed away today.
RIP Sir...

05/09/2016

Happy teacher day

17/08/2016
13/08/2016

কটন কলেজ মুৰ্দাবাদ বোলা, কটনৰ পতন বুলি Rhyms মিলোৱা, কটনে গৰিমা হেৰুওৱা বুলি চিন্তা জাহিৰ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ অনুৰোধ -
এবাৰ আহিবচোন কেতিয়াবা কটনলৈ ৷ দীঘলীপুখুৰীৰ পাৰৰ বটানী ডিপাৰ্টমেণ্টৰ সেউজীয়াখিনিৰে সোমাই জুল'জীৰ পিছৰ SNBC ৰে ওলাব ৷ চিন্তা নকৰিব, কেৰম বা ভলীবল প্ৰেক্টিচ কৰি থকা ল'ৰাকেটাই আপোনাক উদ্দেশ্যি অশ্লীল বাক্য নকয় ৷ পথৰ দাঁতিৰ বেৰত কটনিয়ানে অঁকা তৈলচিত্ৰবোৰ উপভোগ কৰি আপুনি আগুৱাই যাওক কলেজ কেণ্টীনলৈ ৷ কাণ উনালে হয়তো শুনিব পাৰে কোনোবা হোষ্টেলৰ পৰা ভাঁহি অহা বাঁহী বা গীটাৰৰ সুৰ ৷ ভিৰ নাথাকিলে পঢ়ি চাব কেণ্টীনৰ প্ৰাচীৰ পত্ৰিকাখন ৷ এবাৰ লাইব্ৰেৰীতো সোমাব... চাই যাব ৰীডিং ৰুমৰ ভিৰ ৷ নাজানে যদি কওঁ যে এইটো অসমৰ সৰ্ববৃহৎ কলেজ লাইব্ৰেৰী ৷ সময় হ'লে 'কটনিয়ান'খনত চকু ফুৰাব; গম পাব প্ৰতিভা মৰি যোৱা নাই কটনত ৷ দৰ্জা খোলা থাকিলে ভুমুকিয়াব KBR প্ৰেক্ষাগৃহটিতো ৷ হয়তো তাত চলি আছে কোনো গম্ভীৰ অনুষ্ঠান অথবা নাটকৰ আখৰা ৷ MCB ৰ মাজেৰে আহি হেনৰী কটনৰ প্ৰতিমূৰ্তিৰ সমুখত থিয় দিব এবাৰ ৷ নোটিচ বোৰ্ডখন চালে বুজিব কিমান co-curricular কাম হৈ থাকে কটনত ৷ সহস্ৰ মেধা পাৰ হৈ যোৱা মেইন গেট আপুনিও পাৰ হৈ যাওক ৷ ভাগৰ লাগিছে যদি কফী হাউছত সোমাই চাহ একাপ খাব পাৰে ৷ সেই ঘৰটিতে বহি এদিন লৰ্ড কাৰ্জনে কথা দিছিল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ৰেল আলি বহলোৱাৰ.... তাৰ কাষতে আছে কেমিষ্ট্ৰী বিল্ডিং ৷ ১১৫ বছৰ পুৰণি ক'ৰিডৰটোৰে খোজ কাঢ়িব এবাৰ; বহু বিশ্ববিশ্ৰুত মনীষীৰ খোজ তাত পৰি আছে ৷ নিউ আৰ্টচৰ আহল বহল শ্ৰেণীকোঠাৰ বাৰাণ্ডাৰ পৰা দেখিব নতুন ভৱন সজা হৈছে চুডমাৰ্চন হলৰ কাষেৰে ৷ চিৰযৌৱনা কটন যেন সদা বিকশিত ৷ কটন কলেজৰ এই ছবিখন দেখিছেনে আপুনি? কটন কলেজৰ এইখন ছবি যদি আপুনি দেখা নাই তেন্তে অনুগ্ৰহ কৰি কটন আৰু কটনিয়ানৰ বিষয়ে সৰ্বজান্তা হৈ মতামত নিদিব ৷
copied

Address

Cotton College
Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Cotton College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share