Debating and Quizzing Society , Bahona College

Debating and Quizzing Society , Bahona College বাহনা মহাবিদ্যালয়ৰ তৰ্ক আৰু কুইজৰ ক্?

"ষষ্ঠ অসম ডিবেট ২০২২" ত বাহনা মহাবিদ্যালয় ক প্ৰতিনিধিত্ব কৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়া ৰ বিচাৰক...
31/07/2022

"ষষ্ঠ অসম ডিবেট ২০২২" ত বাহনা মহাবিদ্যালয় ক প্ৰতিনিধিত্ব কৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়া ৰ বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় তেখেতক অভিনন্দন জনাইছোঁ।

তাং:২৮.৬.২০২২

২৬/৫/২০২২:ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ‍্যোগত আৰু Internal Quality Assurance Cell(IQAC) ৰ সহযোগ ত সদৌ অসম ভিত্ত...
29/05/2022

২৬/৫/২০২২:ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ‍্যোগত আৰু Internal Quality Assurance Cell(IQAC) ৰ সহযোগ ত সদৌ অসম ভিত্তিত আয়োজিত আন্ত:মহাবিদ্যালয়/বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয় ক প্ৰতিনিধিত্ব কৰি মৃম্ময় বৰা আৰু সুদীপ্ত শইকীয়া ই শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। মৃম্ময় বৰা দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক।

তৰ্কৰ বিষয় :
সদনৰ মতে," ৰাষ্ট্ৰীয় শিক্ষানীতি,২০২০ ৰ প্ৰেক্ষাপটত প্ৰযুক্তি নিৰ্ভৰ শিক্ষা ব‍্যৱস্থাই ভাৰতবৰ্ষৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ গুণগত আৰু ফলপ্ৰসূ উত্তনৰণৰ একমাত্র পথ।"

১৩.৫.২০২২ : জেংৰাইমুখ কলেজ , মাজুলী ত আয়োজিত আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা ত বাহনা মহাবিদ্যালয় ৰ মৃণ্ময় বৰাই শ্ৰেষ্...
15/05/2022

১৩.৫.২০২২ : জেংৰাইমুখ কলেজ , মাজুলী ত আয়োজিত আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা ত বাহনা মহাবিদ্যালয় ৰ মৃণ্ময় বৰাই শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হয়।

৬.০৫.২০২২: শিৱসাগৰ জিলাৰ ডিমৌ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ‍্যা নিকেতনৰ উদ‍্যোগত আৰু প্ৰয়াত ভূপেন বৰগোহাঁই পৰিয়ালৰ সহযোগত...
07/05/2022

৬.০৫.২০২২: শিৱসাগৰ জিলাৰ ডিমৌ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ‍্যা নিকেতনৰ উদ‍্যোগত আৰু প্ৰয়াত ভূপেন বৰগোহাঁই পৰিয়ালৰ সহযোগত অনুস্থিত কৰা সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা ত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সুদীপ্ত শইকীয়া দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত।

দ্বিতীয় শ্ৰেষ্ঠ দল অসম ৰাজ্যিক NSUI    ৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUI  ৰ সহযোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্রী হি...
24/04/2022

দ্বিতীয় শ্ৰেষ্ঠ দল

অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUI ৰ সহযোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্রী হিতেশ্বৰ শইকীয়া সোঁৱৰণি "যুক্তিনিনাদ" শীৰ্ষক তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ৰ সূদীপ্ত শইকীয়া আৰু মৃন্ময় বৰা দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত।

তাং:২২.০৪.২০২২

মহাবিদ্যালয় সপ্তাহ ২০২১-২২ ৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতা খনিত স্থান প্ৰাপ্ত সকলৰ নাম নিম্নোক্তধৰনৰ:তৰ্ক প্ৰতিযোগিতাৰ স্থান...
08/02/2022

মহাবিদ্যালয় সপ্তাহ ২০২১-২২ ৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতা খনিত স্থান প্ৰাপ্ত সকলৰ নাম নিম্নোক্তধৰনৰ:

তৰ্ক প্ৰতিযোগিতাৰ স্থান প্ৰাপ্তসকলৰ নাম:

শ্ৰেষ্ঠ তাৰ্কিক: সুদিপ্ত শইকীয়া, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক:পাৰিজাত শইকীয়া, স্নাতক প্ৰথম সন্মাষিক(ইংৰাজী বিভাগ)

তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক: অংকিতা শৰ্মা, স্নাতক তৃতীয় সন্মাষিক (ৰাজনীতি বিজ্ঞান বিভাগ)

কুইজ প্ৰতিযোগিতা ৰ স্থান প্রাপ্ত সকল:

শ্ৰেষ্ঠ দল:

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
১)শ্বাসতী শইকীয়া
২)হিমাশ্ৰী বৰা
৩)জহিৰুল ইছলাম

দ্বিতীয় শ্ৰেষ্ঠ দল:

ৰাজনীতি বিজ্ঞান বিভাগ
১)অংকিতা শৰ্মা
২)দেবাংগ বৰা

তৃতীয় শ্ৰেষ্ঠ দল:

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
১)অংকুৰ দত্ত
২)নিবিড় নিলাভ বৰা
৩)ঈশান জ্যোতি বৰা

সুদিপ্ত শইকীয়া
তৰ্ক সম্পাদক
তাং:১০.০১.২০২২



২১.১১.২০২১ : পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম ভিত্তিত আয়োজিত অন্তিম খন তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব ক...
26/01/2022

২১.১১.২০২১ : পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম ভিত্তিত আয়োজিত অন্তিম খন তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়াই চতুৰ্থ শ্ৰেষ্ঠ তাৰ্কিক ৰ সন্মান অৰ্জন কৰে।

১০.১.২০২২: সদৌ অসম ভিত্তিক লক্ষীমপুৰৰ ব্ৰিল্লীয়েন্ট একাডেমিত আয়োজিত তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰ...
26/01/2022

১০.১.২০২২: সদৌ অসম ভিত্তিক লক্ষীমপুৰৰ ব্ৰিল্লীয়েন্ট একাডেমিত আয়োজিত তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি বাহনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

Address

Nimati Road
Jorhat

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when Debating and Quizzing Society , Bahona College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share