17/06/2026
যোৱা ইংৰাজী ১৫ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু DUMSSC ৰ উদ্যোগত আৰু NSS আৰু ১নং লাখেৰাজ TMPK আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা দহদিনীয়া শীতকালীন পাঠদান তথা শিক্ষা সজাগতা শিবিৰত অংশগ্ৰহণ কৰা DUMSSC ৰ বিষয়ববীয়াসকলক আজি NSS ৰ তৰফৰ পৰা ড° জিতু বড়া ছাৰে প্ৰশংসা পত্ৰ প্ৰদান কৰে।