Sreeman Chakravarty Academy

Sreeman Chakravarty Academy Sreeman Chakravarty Academy will focus upon learning using less stressful activities and impart educ

The objective of Sreeman Chakravarty Academy is adoption of education as a means of social transformation. Its focus is on integrating the necessities of changing times with need based education.

2025 ত আমাৰ একাডেমীত অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠান সমূহৰ কিছু চিত্ৰ
17/01/2026

2025 ত আমাৰ একাডেমীত অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠান সমূহৰ কিছু চিত্ৰ

আমাৰ একাডেমীত আজি উদযাপন কৰা স্বাধীনতা দিৱসৰ কিছু স্থিৰ চিত্ৰ
15/08/2025

আমাৰ একাডেমীত আজি উদযাপন কৰা স্বাধীনতা দিৱসৰ কিছু স্থিৰ চিত্ৰ

আজি ২১জুনত আমাৰ একাডেমীত'11th International Day of Yoga' উদযাপন কৰা হয়
21/06/2025

আজি ২১জুনত আমাৰ একাডেমীত'11th International Day of Yoga' উদযাপন কৰা হয়

আজি আমাৰ একাডেমীত প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়।
12/04/2025

আজি আমাৰ একাডেমীত প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়।

আমাৰ একাডেমীত পালন কৰা 76 তম গণৰাজ্য দিৱসৰ কিছু স্থিৰ চিত্ৰ...
27/01/2025

আমাৰ একাডেমীত পালন কৰা 76 তম গণৰাজ্য দিৱসৰ কিছু স্থিৰ চিত্ৰ...

শিল্পী দিৱস' উপলক্ষ্যে আমাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ক...
26/01/2025

শিল্পী দিৱস' উপলক্ষ্যে আমাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উত্তৰ পাৰৰ জাতীয় বিদ্যালয়সমূহৰ মাজত হোৱা খেল ধেমালিৰ আকস্মিক বক্তৃতাত সপ্তম শ্ৰেণীৰ নৱাৰুণ কলিতাই দ্বিতীয় স্থান লাভ ক...
26/01/2025

উত্তৰ পাৰৰ জাতীয় বিদ্যালয়সমূহৰ মাজত হোৱা খেল ধেমালিৰ আকস্মিক বক্তৃতাত সপ্তম শ্ৰেণীৰ নৱাৰুণ কলিতাই দ্বিতীয় স্থান লাভ কৰিছে আৰু কুইজ প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ সাগৰ কলিতা আৰু সপ্তম শ্ৰেণীৰ নৃতিক কলিতাই দ্বিতীয় স্থান লাভ কৰিছে। তিনিও গৰাকীক অভিনন্দন জ্ঞাপন কৰিলো লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

আজি শ্ৰীমান চক্ৰৱৰ্ত্তী একাডেমী বামুন্দীত  ছাত্ৰ ছাত্ৰীসকলে উলহ মালহেৰে প্ৰাক ভোগালী বিহু উদযাপন কৰে লগতে ছাত্ৰ ছাত্ৰীসক...
11/01/2025

আজি শ্ৰীমান চক্ৰৱৰ্ত্তী একাডেমী বামুন্দীত ছাত্ৰ ছাত্ৰীসকলে উলহ মালহেৰে প্ৰাক ভোগালী বিহু উদযাপন কৰে লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হোৱা ভেশচন প্ৰতিযোগিতাৰে 2024-2025 চনৰ বাৰ্ষিক খেল ধেমালিৰ অনুষ্ঠানটিৰ সমাপ্তি ঘটে।

শ্ৰীমান চক্ৰৱৰ্ত্তী একাডেমী বামুন্দী ৰ 2024-25 বৰ্ষৰ বাৰ্ষিক খেল ধেমালিৰ অনুষ্ঠান জানুৱাৰীৰ ৭ তাৰিখে ৰ পৰা  আৰম্ভ হৈ জান...
11/01/2025

শ্ৰীমান চক্ৰৱৰ্ত্তী একাডেমী বামুন্দী ৰ 2024-25 বৰ্ষৰ বাৰ্ষিক খেল ধেমালিৰ অনুষ্ঠান জানুৱাৰীৰ ৭ তাৰিখে ৰ পৰা আৰম্ভ হৈ জানুৱাৰীৰ ১১তাৰিখে সমাপ্ত হয়। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ক্ষেত্ৰিহাৰদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বৰ্ত্তমান আমাৰ একাডেমীৰ শিক্ষক শ্ৰীযুত পবিত্ৰ কুমাৰ কলিতাদেৱে। তেখেতৰ পৰিচালনাতে খেল ধেমালিৰ অনুষ্ঠানটি সুকলমে সম্পন্ন হয়।

প্ৰকৃতিৰ লগত  ছাত্ৰ-ছাত্ৰীক সংপৃক্ত কৰা প্ৰয়াস.... আজি আমাৰ একাডেমীৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেবামু...
31/12/2024

প্ৰকৃতিৰ লগত ছাত্ৰ-ছাত্ৰীক সংপৃক্ত কৰা প্ৰয়াস.... আজি আমাৰ একাডেমীৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেবামুন্দীৰ লাহেশ্বৰীৰ বালিচৰ অভিনৱ পন্থাৰে কৰা তৰমুজ খেতি প্ৰত্যক্ষ কৰিলে লগতে ব্ৰহ্মপুত্ৰনদীৰ পাৰৰ মনোমোহা দৃশ্যৰ উপভোগ কৰিলে

আমাৰ একাডেমীৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানটোৰ কিছু স্থিৰ চিত্ৰ                                   অনুষ্ঠানটিৰ শুভ উদ্বোধন ...
30/12/2024

আমাৰ একাডেমীৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানটোৰ কিছু স্থিৰ চিত্ৰ অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থ দেৱে

Address

Bamundi, Kamrup (R)
Kamrup
781103

Website

Alerts

Be the first to know and let us send you an email when Sreeman Chakravarty Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share