R.K. Nagar College Karimaganj রামকৃষ্ণ নগর মহাবিদ্যালয়, করিমগঞ্জ

  • Home
  • India
  • Karimganj
  • R.K. Nagar College Karimaganj রামকৃষ্ণ নগর মহাবিদ্যালয়, করিমগঞ্জ

R.K. Nagar College Karimaganj  রামকৃষ্ণ নগর মহাবিদ্যালয়, করিমগঞ্জ DISSEMINATION OF COLLEGE INFORMATION FOR GLOBAL ACCESS

ACTA, Karimganj–Hailakandi Zone in association with ACTA Unit, Women Cell, and IQAC of Ramkrishna Nagar College successf...
27/04/2026

ACTA, Karimganj–Hailakandi Zone in association with ACTA Unit, Women Cell, and IQAC of Ramkrishna Nagar College successfully organized an International Women’s Day programme on 25th April 2026 in collaboration with Kalinagar Gaon Panchayat. The event was held at the Kalinagar GP Office.
The programme witnessed active participation from faculty members of various colleges, rural women of Kalinagar Gaon Panchayat, and other stakeholders. The event aimed to promote awareness on women’s empowerment, gender equality, and the importance of education and social participation of women in rural areas.
Speakers highlighted the role of women in society and emphasized the need for collective efforts to ensure their rights, dignity, and development. The programme concluded with an engaging interaction session, encouraging community involvement and empowerment initiatives at the grassroots level.

Mr. Brajagopal Sinha donated a few books on "Bishnupriya Manipuri Language" towards our Central Library of Ramkrishna Na...
30/01/2026

Mr. Brajagopal Sinha donated a few books on "Bishnupriya Manipuri Language" towards our Central Library of Ramkrishna Nagar College, Sribhumi. Thank you 🙏
Photo Credit:
Dr. D.P.Namasudra

22/01/2026

Students are actively engaged in the preparation of Alpana on the occasion of the Saraswati Puja celebration at Ramkrishna Nagar College

22/01/2026

Invitation to All Students and well wishers

23/09/2025

"Zubin Garg's Speech on Reading Habits"

👉 জুবিন গাৰ্গে তেওঁৰ শৈশৱৰ এটা গুৰুত্বপূর্ণ সময় কৰিমগঞ্জত কাটাইছিল, যাক এতিয়া শ্ৰীভূমি বুলি জনা যায়। তেওঁ ইয়াত নবম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। সেই সময়ৰ পৰাই তেওঁৰ অধ্যয়নৰ প্ৰতি গভীৰ আগ্ৰহ জন্মিছিল। বিভিন্ন ভাষাৰ, বিভিন্ন লেখকৰ কিতাপ তেওঁ পঢ়িছিল। এই অভ্যাসক আগুৱাই লৈ যাবলৈ তেওঁ বিবেকানন্দ লাইব্ৰেৰীতো ভৰ্তি হৈছিল। কৰিমগঞ্জত তেওঁৰ এই অধ্যায় আমাৰ সকলোৰ বাবে এটা প্ৰেৰণাৰ কাহিনী — জ্ঞানপ্ৰেম আৰু অধ্যৱসায়েই এজন কিংবদন্তীক গঢ়ি তোলে।
Source: https://www.facebook.com/share/v/178ePv1xj8/

23/09/2025

জুবিন গাৰ্গ, যাক স্নেহভাৱে “জুবিন দা” বুলি কোৱা হয়, তেওঁ কেৱল এজন গায়ক নহয়, অসমবাসীৰ হৃদস্পন্দন আৰু ভাৰতীয় সংগীত জগতৰ এজন উজ্জ্বল নক্ষত্র আছিল। তেওঁৰ জীৱনপথ কেৱল গান পৰ্যন্ত সীমাবদ্ধ নহ’ল; তেওঁ সংগীতৰ জৰিয়তে মানুহক একত্ৰিত কৰিলে, সংস্কৃতি প্ৰচাৰ কৰিলে আৰু সমাজৰ বাবে নিজৰ শক্তি আৰু সময় উৎসৰ্গা কৰিলে।

🎶 সাংস্কৃতিক আইকন

অসমীয়া আধুনিক সংগীত জগতত জুবিন গাৰ্গে এক নতুন জাগৰণ আনিলে। যেতিয়া অসমীয়া আধুনিক সংগীত ম্লান হৈ পৰিছিল, তেতিয়া তেওঁৰ কণ্ঠ আৰু অভিনৱ শৈলীয়ে পুনৰ যুৱসমাজৰ মাজত জীয়াই তুলিলে। তেওঁৰ বিখ্যাত অ্যালবাম অনামিকাই তেওঁৰ নামক ঘৰে ঘৰে পৰিচিত কৰিলে। পাছত তেওঁ কেৱল অসমীয়া নহয়, হিন্দী, বঙালী, নেপালী, তামিল আদি বহুতো ভাষাত গান গাই বহুজাতিক মঞ্চত অসমীয়া প্ৰতিভাক উজ্জ্বল কৰিলে। বলিউডৰ Ya Ali গানটোৱে তেওঁক ৰাষ্ট্ৰীয় পৰিসৰত চিনাকি কৰাই তুলিলে।

🎥 অসমীয়া সিনেমাৰ বিকাশ

এজন সংগীত পৰিচালক আৰু প্লেবেক গায়ক হিচাপে জুবিন গাৰ্গে অসমীয়া সিনেমাত নতুন প্রাণ সঞ্চাৰ কৰিলে। তেওঁৰ সুৰে চলচ্চিত্ৰক অনুভূতিময় আৰু আকর্ষণীয় কৰি তুলিলে। ইয়াৰ ফলত অসমীয়া চলচ্চিত্ৰ জগত বহুলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল।

❤️ সমাজসেৱী আৰু জনতাৰ শিল্পী

জুবিন কেৱল শিল্পীহে নহয়, তেওঁ এজন সমাজসেৱী আছিল। পৰিৱেশ সংৰক্ষণ, সামাজিক ন্যায়, মানৱাধিকাৰ আদি বিষয়ে তেওঁ সদায় সোচ্চাৰ আছিল। অসমত বানপানী আদি বিপদৰ সময়ত তেওঁ আগভাগ লৈ সহায়-সহযোগ আগবঢ়াইছিল। তেওঁৰ বহু অনুষ্ঠানেই সামাজিক বাৰ্তা দিয়া অনুষ্ঠানত পৰিণত হৈছিল।

🌱 যুৱসমাজৰ অনুপ্ৰেৰণা

নতুন প্ৰজন্মৰ গায়ক-শিল্পীক উজ্জীবিত কৰিবলৈ তেওঁ সদায় আগবঢ়িছিল। নতুন প্ৰজন্মক মঞ্চ প্ৰদান কৰি তেওঁ নিশ্চিত কৰিছিল যে অসমীয়া সংগীতৰ জুই জীয়াই থাকিব।

🌏 বিশ্বমঞ্চত অসমীয়া সংস্কৃতি

বহুভাষিক সংগীত আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জৰিয়তে তেওঁ অসমীয়া সংগীতক বিশ্বমঞ্চলৈ লৈ গৈছিল। তেওঁ সত্যিই এজন সাংস্কৃতিক দূত হিচাপে সকলো সমাজ, ধৰ্ম আৰু ভাষাক একত্ৰিত কৰিছিল।

✨ উত্তরাধিকার

জুবিন গাৰ্গৰ জীৱন প্ৰমাণ যে শিল্পই সমাজক সলনি কৰিব পাৰে। তেওঁৰ গান কেৱল সুৰ নহয়, ই আছিল একতাৰ, আশা আৰু প্ৰেমৰ বাৰ্তা। তেওঁ সদায় জনতাৰ শিল্পী হিচাপে সন্মানিত হৈ থাকিব।

 #শ্ৰদ্ধাঞ্জলিআমাৰ হিয়াৰ  "হাৰ্টথ্ৰ’ব" জুবিন গাৰ্গৰ অকাল মৃত্যুত ৰামকৃষ্ণ নগৰ কলেজ পৰিয়াল, শ্ৰীভূমি, অসম গভীৰ শোকাহত।তেও...
23/09/2025

#শ্ৰদ্ধাঞ্জলি

আমাৰ হিয়াৰ "হাৰ্টথ্ৰ’ব" জুবিন গাৰ্গৰ অকাল মৃত্যুত ৰামকৃষ্ণ নগৰ কলেজ পৰিয়াল, শ্ৰীভূমি, অসম গভীৰ শোকাহত।

তেওঁৰ মাধুৰ্যময় কণ্ঠ, সুৰৰ যাদু আৰু অসম তথা দেশজুৰি সংগীত জগতত আগবঢ়োৱা অৱদান সদায় অনন্য হৈ থাকিব।

প্ৰিয় জুবিন দা, আপোনাৰ সুৰৰ জোনাক আৰু আপোনাৰ স্মৃতি আমাক অনন্তকাললৈ প্ৰেৰণা দি যাব।

আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

23/09/2025

“With a heavy heart, we bid our final farewell to our beloved Zubin Da, whose soulful voice and timeless melodies will forever echo in our hearts. His journey may have ended on this earth, but his music, love, and blessings will continue to guide generations. On this day of his cremation, we offer our deepest prayers for his eternal peace. May the divine light embrace him, and may his soul rest in heavenly harmony. Though we have lost him physically, Zubin Da will remain immortal through his songs and the countless lives he touched.”

23/09/2025

“ভাৰী হৃদয়েৰে আমি আজি আমাৰ প্ৰিয় জুবিন দাক অন্তিম বিদায় জনালোঁ। তেওঁৰ সুৰৰ মাধুৰী আৰু গীতৰ বাণী চিৰদিন আমাৰ হৃদয়ত প্ৰতিধ্বনি হৈ থাকিব। জীৱনৰ যাত্ৰা অৱসান হলেও, তেওঁৰ সুৰ, সপোন আৰু আশীৰ্বাদ যুগ যুগ ধৰি প্ৰজন্মক অনুপ্ৰাণিত কৰি যাম। এই দিৱসত, অন্ত্যেষ্টিৰ লগত আমি তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। ভগৱানে তেওঁৰ আত্মাক শাশ্বত শান্তি দিওক। শাৰীৰিকভাৱে যদিও তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তথাপি জুবিন দা তেওঁৰ সুৰৰ মাজেৰে অনন্তকাল জীৱন্ত হৈ থাকিব।”

Address

Karimganj
788166

Telephone

+918472086782

Website

http://www.rknagarcollege.org/

Alerts

Be the first to know and let us send you an email when R.K. Nagar College Karimaganj রামকৃষ্ণ নগর মহাবিদ্যালয়, করিমগঞ্জ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to R.K. Nagar College Karimaganj রামকৃষ্ণ নগর মহাবিদ্যালয়, করিমগঞ্জ:

Share