Lanka Mahavidyalaya Alumni Association

Lanka Mahavidyalaya Alumni Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lanka Mahavidyalaya Alumni Association, Lanka Mahavidyalaya, Lanka.

HAPPY INDEPENDENCE DAY.......
15/08/2016

HAPPY INDEPENDENCE DAY.......

03/10/2015

Sir /Madam/Friends ,

An urgent meeting of the Executive Committee of Lanka Mahavidyalaya Alumni Association will be held on 04/10/2015(Sunday) at 10-30am in the premises of Lanka Mahavidyalaya. Therefore, You are earnestly requested to attend the meeting .
With thanks.........

D. J. HAZARIKA
General Secretary ,
L.M.V.A.A.

31/07/2014

লংকা মহাবিদ্যালয়ৰ নবাগত সমূহ ছাত্ৰ-ছাত্ৰীক "লংকা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনী"ৰ তৰফৰ পৰা উস্ম আদৰণি আৰু আন্তৰিক শুভকামনা জনালোঁ ..........

লংকা মহাবিদ্যালয়ৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসৰ কেইখনমান ফটো .........
22/07/2014

লংকা মহাবিদ্যালয়ৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসৰ কেইখনমান ফটো .........

লংকা মহাবিদ্যালয়ৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসৰ কেইখনমান ফটো .......
22/07/2014

লংকা মহাবিদ্যালয়ৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসৰ কেইখনমান ফটো .......

17/07/2014

অহা ইংৰাজী ২০জুলাই'২০১৪ তাৰিখ দেওবাৰে লংকা মহাবিদ্যালয়ৰ ৩৬ তম প্রতিষ্ঠা দিৱসটি "লংকা মহাবিদ্যালয় প্রাক্তন ছাত্র-ছাত্রী সন্মিলণী"ৰ সৌজন্যত পুৱা ১০ বজাৰ পৰা উদ্ যাপনৰ দিহা কৰা হৈছে। উক্ত অনুষঠানত সমূহ প্রাক্তন ছাত্র-ছাত্রী, ছাত্র-ছাত্রী আৰু শুভাকাঙ্খী ৰাইজৰ উপষ্ঠিতি আৰু সহযোগিতা একান্তভাৱে কামনা কৰা হ'ল।
ধন্যবাদেৰে -
দিব্য জ্যোতি হাজৰিকা
সাধাৰণ সম্পাদক
লংকা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলণী,
ভ্ৰাম্যভাষ:- ৯৮৫৯৬৯০৭৭৩

26/06/2014

অহা ৬ জুলাই '২০১৪ তাৰিখ দেওবাৰে দিনৰ ১১-০০ বজাত লংকা মহাবিদ্যালয় প্ৰাঙ্গণত "লংকা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সন্মিলণী"ৰ এখনি বিশেষ সাধাৰণ সভা আহ্বান কৰা হৈছে। উক্ত সভাত লংকা মহাবিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ উপস্থিতি আৰু সহযোগিতা একান্ত ভাৱে কামনা কৰিলোঁ । ধন্যবাদেৰে -
দিব্য জ্যোতি হাজৰিকা
সাধাৰণ সম্পাদক
লংকা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলণী,
ভ্ৰাম্যভাষ:- ৯৮৫৯৬৯০৭৭৩

11/06/2014

অহা ইংৰাজী ২২-০৬-২০১৪ তাৰিখে দেওবাৰে দিনৰ ১১-০০ বজাত লংকা মহাবিদ্যালয় প্ৰাঙ্গণত লংকা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখনি বিশেষ সাধাৰণ সভা আহ্বান কৰা হৈছে । গতিকে উক্ত সভাখনিত আপোনাৰ উপস্থিতি আৰু সহযোগিতা একান্ত ভাৱে কামনা কৰা হ'ল । লগতে আপোনাৰ চিনাকি সমূহ প্ৰাক্তন ছাত্ৰ -ছাত্ৰীসকলকো সভালৈ নিমন্ত্ৰণ জনাবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনালো ।

ইতি
দিব্য জ্যোতি হাজৰিকা
সাধাৰণ সম্পাদক
লংকা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সন্মিলনী ।

The first executive meeting of newly constituted Alumnae association of Lanka Mahavidyalaya wil be held on 25-05-2014 at...
11/05/2014

The first executive meeting of newly constituted Alumnae association of Lanka Mahavidyalaya wil be held on 25-05-2014 at 11am in the college premises . Therefore all members of executive committee are hereby earnestly requested to attend the meeting without fail.

11/05/2014

New Committee of Lanka Mahavidyalaya Alumnae Association has been formed on 11-05-2014. All former students are hereby requested to come forward and join hand to do something for the all round development of the college.

Address

Lanka Mahavidyalaya
Lanka
782446

Website

Alerts

Be the first to know and let us send you an email when Lanka Mahavidyalaya Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share