Ujani Majuli Kherkatia College

Ujani Majuli Kherkatia College UMK College
Ratanpur Miri, Majuli
Dist-Jorhat
PIN-785105

  Accredited with   Grade for 2nd Cycle of Assessment
21/04/2023

Accredited with Grade for 2nd Cycle of Assessment

NAAC PEER TEAM11th & 12th April, 2023
13/04/2023

NAAC PEER TEAM
11th & 12th April, 2023

25/03/2023
 #সবিনয়_নিবেদন এই বৰ্ষৰ স্নাতক কলা শাখাত নামভৰ্ত্তি কৰিব বিচৰা মাজুলী আৰু লক্ষীমপুৰ জিলাৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ মহা...
05/07/2022

#সবিনয়_নিবেদন
এই বৰ্ষৰ স্নাতক কলা শাখাত নামভৰ্ত্তি কৰিব বিচৰা মাজুলী আৰু লক্ষীমপুৰ জিলাৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ বিচাৰিলে www.umkcollege.in ত log in কৰি অনলাইন ফৰ্ম ফিলাপ কৰিব পাৰিব। আমাৰ মহাবিদ্যালয়ৰ সবিশেষ ইয়াৰ লগত সংলগ্ন ছবিখনত দিয়া আছে। সীমিত সুবিধাৰ মাজেৰে আমি সাজু হৈছোঁ ভৱিষ্যত প্ৰজন্মক গঢ়িবলৈ। প্ৰাকৃতিক পৰিবেশেৰে ভৰপূৰ আমাৰ মহাবিদ্যালয়খনৰ পৰাই বহু প্ৰসিদ্ধ ব্যক্তি ওলাই গৈছে। এই মহাবিদ্যালয়ৰ এক ঐতিহ্য আছে।

আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ লগত যোগাযোগ ৰাখিব। এই বৰ্ষতে মহাবিদ্যালয়ৰ NAAC assessment কৰাবলৈ যো-জা কৰা হৈছে। মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ ২০২৩ বৰ্ষৰ জুলাই মাহত সামৰণি পৰিব। গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন আছে। আপোনালোকৰ আপোন মহাবিদ্যালয়খনিলৈ এপাক মাৰি চাই যাবহি কাৰণ আপোনালোকেহে প্ৰত্যক্ষ কৰিব পাৰিব পৰিৱৰ্তনক।

অনুগ্ৰহ কৰি পষ্টটো শ্যেয়াৰ কৰি প্ৰচাৰ কৰিব বুলি আশা ৰাখিলোঁ🙏

Golden jubilee celebration
01/07/2022

Golden jubilee celebration

01/07/2022
'দৈনিক জনমভূমি' আৰু 'অসমীয়া প্ৰতিদিন'ত আজি
10/03/2022

'দৈনিক জনমভূমি' আৰু 'অসমীয়া প্ৰতিদিন'ত আজি

26/01/2022

নতুন বছৰ,নতুন মানুহ নতুনত্ব ৰ আশাৰে
31/12/2021

নতুন বছৰ,নতুন মানুহ নতুনত্ব ৰ আশাৰে

Address

Nayabazar, Ratanpur Miri
Majuli-Bongaon
785104

Alerts

Be the first to know and let us send you an email when Ujani Majuli Kherkatia College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share