Jengraimukh College Official

Jengraimukh College Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jengraimukh College Official, Community College, Jengraimukh, Majuli.

Jengraimukh College, a prime college of Assam, situated at the doorstep of largest river island Majuli, is primarily concerned to develop human resources through the development of intellectual and moral integrity.

Admission Open!!!!!
02/05/2026

Admission Open!!!!!

জেংৰাইমুখ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ উদ্যোগত বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক শ্ৰীযুত চন্দ্ৰধৰ দত্ত, উপাধ্যক্ষ ...
30/04/2026

জেংৰাইমুখ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ উদ্যোগত বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক শ্ৰীযুত চন্দ্ৰধৰ দত্ত, উপাধ্যক্ষ তথা অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক শ্ৰীযুতা ছায়া দত্ত আৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰীযুতা বিনীতা বৰাৰ অৱসৰী বিদায় সভা আয়োজন কৰা হয় । মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-কৰ্মচাৰী, বহুজন গণ্য মান্য ব্যক্তিয়ে জেংৰাইমুখ মহাবিদ্যালয় পৰিয়ালৰ লগত থাকি সুন্দৰভাৱে মহাবিদ্যালয়ৰ তিনিওজন সদস্যক চাকৰি জীৱনত মহাবিদ্যালয় তথা অঞ্চলটিক জ্ঞানৰ পোহৰেৰে আলোকিত কৰাৰ বাবে ধন্যবাদ জনায় ।

"ব’হাগ মাথোঁ এটি ঋতু নহয় নহয় ব'হাগ এটি মাহঅসমীয়া জাতিৰ ই আয়ুস ৰেখাগণ জীৱনৰ ই সাহগণ জীৱনৰ ই সাহ"মাজুলীৰ আগশাৰীৰ উচ্চ শিক্...
27/04/2026

"ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
গণ জীৱনৰ ই সাহ"

মাজুলীৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান জেংৰাইমুখ মহাবিদ্যালয়ত আজি দিনযোৰা কাৰ্য্যসূচীৰে পৰম্পৰাগতভাৱে "বসন্ত উৎসৱ উদযাপন" কৰা হয়। মহাবিদ্যালয়ৰ পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। তাৰপিছতে মহাবিদ্যালয়ৰ শিলিখা তলত শিক্ষক-ছাত্ৰই হুঁচৰি-বিহু প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ সমাজৰ ঐকান্তিক প্ৰচেষ্টা আৰু অংশগ্ৰহণে অনুষ্ঠানটি সফল কৰি তোলে।

মহাবিদ্যালয়খনৰবাবে নতুন বছৰটো শুভ হোৱাৰ কামনাৰে আশীষ ভিক্ষা কৰা হয়।
এই আপাহতে জেংৰাইমুখ মহাবিদ্যালয়ৰ তৰফৰপৰা সকলোলৈকে ৰাঙলীৰ ওলগ জনোৱা হ'ল। সকলোৰে ভাল হওক।

#বিহু
#বহাগ
#অসম

Heartiest congratulations to Jyoti Prakash Gayan, student of Department of Chemistry, Jengraimukh College, for clearing ...
20/03/2026

Heartiest congratulations to Jyoti Prakash Gayan, student of Department of Chemistry, Jengraimukh College, for clearing the prestigious IIT JAM Exam, 2026 with a good rank. He is our second student from the Department who cleared this examination.
Jyoti Prakash Gayan, Best wishes for your future endeavours!!!

হেঁপাহৰ উৎসৱ আলি আ:য়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা..
18/02/2026

হেঁপাহৰ উৎসৱ আলি আ:য়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা..

Observation of National Girl Child Day 2026, on 24th Jan, 2026, under Beti Bachao, Beti Padhao (BBBP) at Jengraimukh Col...
24/01/2026

Observation of National Girl Child Day 2026, on 24th Jan, 2026, under Beti Bachao, Beti Padhao (BBBP) at Jengraimukh College, Majuli, Assam. The program was organised by the Department of Women and Child Development, Majuli, District Administration, Majuli, in collaboration with Jengraimukh College, Majuli and District Law Services Authority, Majuli.
District Administration Majuli
Majuli Police

23/01/2026

Congratulations to the Best Team!!!!!!
Jengraimukh College
Dibrugarh University

*****Achievement Alert********Jengraimukh College has achieved the Best Team honor in the Dibrugarh University Inter-Col...
23/01/2026

*****Achievement Alert********
Jengraimukh College has achieved the Best Team honor in the Dibrugarh University Inter-College Athletics Competition held for three days from 18th Jan to 20th Jan, 2026 in Moridhal College, Dhemaji, Assam. Kudos to our players !!!!!
They have won a total of 21 medals with 8 gold, 8 silver and 5 bronze.
36 college competitors participated in this competition.
The list of players won the medals are as follows:

🥇 1500 meter boys: Gold (Sanjib Doley)
🥈 ⁠1500 meter girls: Silver (Puli Doley)
🥉 Shot put throw boys: Bronze (Rohan Pegu)
🥈 400 meter girls: Silver (Rashna Pegu)
🥉 ⁠400 meters girls: Bronze (Satyama Tayung)
🥇 5000 meter girls: Gold (Puli Doley)
🥇 5000 meter boys: Gold (Sanjib Doley)
🥉 5000 meter boys : Bronze (Monikumar Patir)
🥈 ⁠Discuss girls: Silver (Sushmita Doley)
🥉 ⁠Discuss boys: Bronze (Rohan pegu)
🥈 ⁠200 meter girls: Silver (Rashna Pegu)
🥇 800 meter boys: Gold( Sanjib Doley)
🥈 ⁠800 meter boys: Silver (Abhimanyu Doley)
🥈 800 meter girls: Silver (Puli Doley)
🥇 ⁠(4x400meter relay, boys): Gold
🥇 ⁠Javelin throw, boys : Gold (Rohan Pegu)
🥇 (4x400meter relay, girls: Gold
🥈 Javelin throw, girls: Silver (Sushmita Doley)
Sanjib Doley : Best long-distance player (boys' section).
Puli Doley : Best long-distance player (girls' section).

The principal, teachers, staff and student union of Jengraimukh College have congratulated all the players and manager, Mr. Uditya Kumar Borah, assistant professor, Department of Economics, for such a remarkable achievement.
Dibrugarh University

****Achievement Alert***** Heartfelt congratulations to our boxers for winning medals in Inter-College Boxing Championsh...
19/12/2025

****Achievement Alert*****

Heartfelt congratulations to our boxers for winning medals in Inter-College Boxing Championship, Dibrugarh University, 2025, which was held at Dibru College, Dibrugarh.
Thanks to Mr Ramkrishna Dutta, Professor-in-charge, for his exceptional leadership and support in guiding our students towards this victory.

The final result is as follows:

1. Punsang Doley (57-60 kg) - Gold medal 🥇
2. Elajyoti Pegu (45-47 kg)- Gold Medal 🥇
3. Pranjal Mili (60-65 kg)- Silver Medal 🥈
4. Mitali Chungkrang (47-50 kg) - Bronze Medal 🥉

🎁🎁🎁Best Female Boxer: Elajyoti Pegu, Jengraimukh College!!!

Congratulations and best wishes!!!!

জেংৰাইমুখ মহাবিদ্যালয়ত সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্নজেংৰাইমুখ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত তৃ...
15/10/2025

জেংৰাইমুখ মহাবিদ্যালয়ত সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্ন

জেংৰাইমুখ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত তৃতীয় সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীতটোৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নব কুমাৰ পেগুৱে আদৰণিমূলক ভাষণ প্ৰদান কৰে। 'সাম্প্ৰতিক পৰিস্থিতিত ৰাজনৈতিক নেতাসকলে ন্যস্তস্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে ৰাজহুৱা বিষয়সমূহ ইচ্ছাকৃতভাৱে ৰাজনীতিকৰণ কৰাৰ বাবে সমাজৰ প্ৰকৃত উন্নয়নত বাধা আহিছে' - তৰ্ক প্ৰতিযোগিতাৰ এই বিষয়ত অসমৰ ১১খন শিক্ষানুষ্ঠানৰ মুঠ ১৮ জন প্ৰতিযোগীয়ে সপক্ষে আৰু বিপক্ষে তেওঁলোকৰ যুক্তি আৰু মতসমূহ উপস্থাপন কৰে। জলসিঞ্চন বিভাগ, মাজুলীৰ গাণনিক বিষয়া মাধুৰ্য দাসে অধ্যক্ষৰ দায়িত্ব পালন কৰা আজিৰ প্ৰতিযোগিতাখনত লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক দোলেন কুমাৰ গগৈ আৰু ছমহীয়াআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক গুণকৃষ্ণ কোঁচে বিচাৰকৰ দায়িত্ব বহন কৰে। প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ- শ্ৰেষ্ঠ তাৰ্কিক- লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অলি চাবুকধৰা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক- মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ভাগ্যজ্যোতি দত্ত, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক- চামগুৰি সত্ৰ ৰাওনাপাৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুপ্ৰতীম শইকীয়া। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মৃন্ময় বৰাই। শ্ৰেষ্ঠ দলৰ বঁটা মাধৱদেৱ বিশ্ববিদ্যালয় আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা ডিব্ৰুগড় বিশ্ববিদ্যালয় দলটিয়ে লাভ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে মল্লিকা মৰাণ আৰু শলাগৰ শৰাই আগবঢ়ায় ৰিংকুমণি চুতীয়াই।

জেংৰাইমুখ মহাবিদ্যালয়ৰ তৃতীয় সদৌ অসম আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ দৃশ্যাংশ

Address

Jengraimukh
Majuli
785105

Opening Hours

Monday 8:30am - 4:30pm
Tuesday 8:30am - 4:30pm
Wednesday 8:30am - 4:30pm
Thursday 8:30am - 4:30pm
Friday 8:30am - 4:30pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Jengraimukh College Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Jengraimukh College Official:

Share