Majuli College

Majuli College Welcome to Majuli college. It is the place of wisdom and power.
तमसो मा ज्योतिर्गमय

Majuli College (Assamese: মাজুলী মহাবিদ্যালয়) is located at Kamalabari in
Majuli , Assam , India .[1] It was founded on 17 September 1962. The College is affiliated to
Dibrugarh University and recognized by University Grants Commission (UGC). It was accredited by National Assessment and Accreditation Council (NAAC), India.

Keep Your Dreams Alive 💓
27/07/2019

Keep Your Dreams Alive 💓

Share
23/04/2019

Share

06/04/2018

" Things END. But memories last FOREVER.😑😊

HE IS GAUTOM BORAH   AGED 21  FROM MAJULI, ASSAM. HE IS A B.Sc STUDENT FROM  JORHAT BAHONA COLLEGE, HE SUFFERING  FROM B...
11/03/2018

HE IS GAUTOM BORAH AGED 21 FROM
MAJULI, ASSAM. HE IS A B.Sc STUDENT FROM
JORHAT BAHONA COLLEGE, HE SUFFERING
FROM BOTH KIDNEY FAILURE, HE URGENTLY
REQUIRES A KIDNEY WITH O+ BLOOD AND
HUGE AMOUNT OF MONEY TO UNDERGO
SURGERY. HIS FAMILY ALONE IS UNABLE TO
MANAGE SO HUGE AMOUNT OF MONEY AND
RESOURCES. BUT WE ALL CAN COLLECTIVELY
SAVE HIM AND OFFER HIM A NEW LIFE.
DONATION OF ANY SMALL OR
BIG AMOUNT IS WELCOME.

TO CONTACT: 8011371538
BANK AC NO: 1320010102094
BRANCH NAME: MAJULI BONGAON,
UNITED BANK OF INDIA
IFSC CODE: UTBI0BNAH12
ACCOUNT HOLDER: BIREN BORAH (FATHER)
ASSAM, INDIA

11/03/2018
PLEASE HELP HIM
11/03/2018

PLEASE HELP HIM

আহা আমি সকলোৱে সহায়ৰ হাত আগবঢ়াও ।
11/03/2018

আহা আমি সকলোৱে সহায়ৰ হাত আগবঢ়াও ।

গৌতমক এতিয়া সহায়ৰ প্ৰয়োজন ,আহক !! সাধ‍্যানুসাৰে আৰ্থিকভাৱে গৌতমক সহায় কৰো ।
10/03/2018

গৌতমক এতিয়া সহায়ৰ প্ৰয়োজন ,আহক !! সাধ‍্যানুসাৰে আৰ্থিকভাৱে গৌতমক সহায় কৰো ।

09/03/2018

কোনো সদাসয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে যদি তলত দিয়া ঠিকনা আৰু বেংক একাউন্ট টিত যি পাৰে সেইখিনিৰে সহায়ৰ হাত আগবঢ়াওক,
আমি বিচাৰো যে তেওঁ অতি সোনকালে সুস্থ হোৱাতো ।
আপোনালোকক অনুৰোধ কৰিছোঁ 👏🏻 আমি আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম ।

যোগাযোগ কৰিব বাবে ৯৫৭৭২২৮৩৭৯,৮০১১৩৭১৫৩৮ নম্বৰ টিত কৰিব পাৰে ।

আৰু বেংক একাউণ্ট U B I শাখাৰ 1320010102094 নম্বৰত যি পাৰে ইয়াত জমা দিব পাৰে

(পাৰিলে share কৰি দিব যাতে আপোনালোকৰ পৰা আমি নিশ্চয় অকণমান হলেও সঁহাৰি পাওঁ)

22/01/2018

সদ‍্যসমাপ্ত ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ৰ দ্বাৰা অনুস্থিত আন্তঃ মহাবিদ‍্যালয় যুৱ-মহোৎসৱত মাজুলী মহাবিদ‍্যালয়ে অংশগ্ৰহণ কৰি ৩ টাকৈ পুৰস্কাৰ অৰ্জন কৰি মহাবিদ‍্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । ৭৭ মহাবিদ‍্যালয়ৰ ১৫০০ ৰো অধিক প্ৰতিযোগীয়ে ৪৪ টা ভিন্ন ইভেন্টন অংশগ্ৰহণ কৰিছিল ।
__ ★ খোল বাদনত - (১ম) - ভাস্কৰ শইকীয়া
★বৰগীতত - (৩য়)- পল্লৱী দলে
★ ইনস্টলেচন্ আৰ্ট- (১ম দল) -( শান্তূ দত্ত, নৱ জ্যোতি বৰুৱা, নৱকমল বৰুৱা, কপিল জ‍্যোতি ভূঞাঁ )

22/11/2017

মাজুলী মহাবিদ্যালয়ৰ সমূহ ছাত্র ছাত্ৰী লৈ এটা বিশেষ অনুৰোধ অহা ইংৰাজী ১৮ ডিচেম্বৰৰ পৰা হব লগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ত আমাৰ মহাবিদ্যালয়ৰ পৰা যোগদান কৰাৰ দিহা কৰা হৈছে । গতিকে মাজুলী মহাবিদ্যালয়ৰ ইচ্ছুক ছাত্র ছাত্ৰী সকলক নাম সমূহ দিবলৈ অনুৰোধ জনালোঁ।

উপ সভাপতি
নৱজ্যোতি বৰুৱা
মবাইল- 8399080052
-7086129092

16/10/2017

" বহুত কষ্ট আজি " It's not just a POEM. It's an emotion. Youtube link is here 👉 https://youtu.be/w1-SInBdQbw

Address

Majuli College Road, Kamalabari Chariali
Majuli
785106

Alerts

Be the first to know and let us send you an email when Majuli College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Majuli College:

Share