JB College Bherbheri Bill

JB College Bherbheri Bill faculties are talented,; good environment, etc

28/04/2026
29/08/2025

6 September , 2.30 pm

Independence Day celebration  # JB Group of Institute  #
15/08/2025

Independence Day celebration # JB Group of Institute #

World Environment Day
05/06/2025

World Environment Day

12/04/2025
11/04/2025

J.B.Senior Secondary School
HSLC Result -2025
First Division -07
Second Division -39
Third Division - 07

শ্ৰদ্ধাৰ পিতৃ মাতৃ / অভিভাৱক সকল।J.B English School ৰ সম্ভাষন গ্ৰহণ কৰিব।      অতি আনন্দেৰে জনাও যে যোৱা ২০২৩ বৰ্ষত দৰঙৰ...
10/03/2025

শ্ৰদ্ধাৰ পিতৃ মাতৃ / অভিভাৱক সকল।
J.B English School ৰ সম্ভাষন গ্ৰহণ কৰিব।

অতি আনন্দেৰে জনাও যে যোৱা ২০২৩ বৰ্ষত দৰঙৰ চেনিবাৰীত ১৮ গৰাকী ছাত্ৰ ছাত্ৰীৰে J.B Group of Institute ৰ অধীনত এখনি ইংৰাজী মাধ্যমৰ বিদ্যালয় J.B English School নামেৰে স্থাপন কৰা হৈছিল। আজি বিদ্যালয় খনিয়ে তৃতীয় বৰ্ষত ভৰি দিলে। এই তিনিটা বছৰত বিদ্যালয় খনিত বৰ্তমান প্ৰায় ১৫০ ৰ অধিক শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।

সুস্থ সবল সমাজ গঢ়িবলৈ হলে গুণগত শিক্ষাৰ খুবেই প্ৰয়োজন। সেয়ে আপোনালোকৰ সন্তানক যদি ভাল শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে, তেনেহলে আহক JB English School ত, য'ত অভিজ্ঞতা সম্পন্ন শিক্ষক ( বিষ্ণু প্ৰসাদ, নিবিদিতা চাংমা, ব্ৰিজিত দৈমাৰী, ৰেবিকা বাগলাৰী, ফৰিদা পাৰবিন, আঞ্জুমা খাতুন) ৰ দ্বাৰা Nursery ৰ পৰা অষ্টম শ্ৰেণীলৈ ইংৰাজী মাধ্যমত পাঠদান দিয়া হয়।

ধন্যবাদেৰে
জেহিৰুল ইছলাম (সঞ্চালক)
J.B Group of Institute

26/02/2025

Admission is going on (2025-26)
JB English School

Address

College Road, Bherbheri Bil
Mangaldai
784525

Telephone

+918724862422

Website

Alerts

Be the first to know and let us send you an email when JB College Bherbheri Bill posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to JB College Bherbheri Bill:

Share