Morigaon Polytechnic Students' Union

Morigaon Polytechnic Students' Union Official page of Morigaon polytechnic students union for the session 2021-22 and 2022-23.

Morigaon Polytechnic celebrates 79th Independence Day.
16/08/2025

Morigaon Polytechnic celebrates 79th Independence Day.

নৱনিৰ্বাচিত সাধাৰণ সম্পাদক,উপ সভাপতিকে প্ৰমুখ্য কৰি মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ সমূহ সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞ...
02/11/2024

নৱনিৰ্বাচিত সাধাৰণ সম্পাদক,উপ সভাপতিকে প্ৰমুখ্য কৰি মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ সমূহ সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ‌ 🎉

08/09/2024

মৰিগাঁ‌ও পলিটেকনিকলৈ নৱাগত সকলো ছাত্ৰ-ছাত্ৰীক উস্ম আদৰণি 🙏

কাইলৈ পৰা ২০২৪ ত নামভৰ্তি কৰা প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদান আৰম্ভ হব । তেওঁলোকে মেলিব নতুন জীৱনৰ পাতনি । প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক সকলক মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ।

সকলো ছাত্ৰ-ছাত্ৰীৰ সহায়-সহযোগিতা কামণা কৰিলোঁ‌ 🙏
04/09/2024

সকলো ছাত্ৰ-ছাত্ৰীৰ সহায়-সহযোগিতা কামণা কৰিলোঁ‌ 🙏

Morigaon Polytechnic celebrates 78th Independence Day.
15/08/2024

Morigaon Polytechnic celebrates 78th Independence Day.

31/05/2024
Team Morigaon polytechnic  polytechnic meet 2024
24/02/2024

Team Morigaon polytechnic
polytechnic meet 2024

10/09/2023

মৰিগাঁ‌ও পলিটেকনিকলৈ নৱাগত সকলো ছাত্ৰ-ছাত্ৰীক উস্ম আদৰণি 🙏

অহা ১২ ছেপ্টেম্বৰ,২০২৩ পৰা প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদান আৰম্ভ হ'ব । অভিযন্তা হোৱাৰ সপোন লৈ তেওঁলোকে মেলিব নতুন জীৱনৰ পাতনি । প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক সকলক মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ।

আজি ২০ জুন তাৰিখে মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত ৰাভা দিৱসৰ কিছু দৃশ্য
20/06/2023

আজি ২০ জুন তাৰিখে মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত ৰাভা দিৱসৰ কিছু দৃশ্য

17/06/2023

২০২৩ বৰ্ষৰ Polytechnic Admission Test (PAT) পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা সমূহ পৰীক্ষাৰ্থীলৈ মৰিগাঁ‌ও পলিটেকনিক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

Address

Marigaon

Website

Alerts

Be the first to know and let us send you an email when Morigaon Polytechnic Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share