ABVP Bhuragaon

ABVP Bhuragaon ABVP BHURAGAON

18/08/2024

Protest by ABVP Bhuragaon unit justice for Moumita Debnath (RG Kar Hospital )

ভাৰতৰ *৭৮তম স্বাধীনতা দিৱস - ১৫ আগষ্ট* উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP), ভূৰাগাঁও শাখাৰ উদ্যোগত *স্বাধীনতা দি...
14/08/2024

ভাৰতৰ *৭৮তম স্বাধীনতা দিৱস - ১৫ আগষ্ট* উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP), ভূৰাগাঁও শাখাৰ উদ্যোগত *স্বাধীনতা দিৱস পালন আৰু এখনি চিত্ৰাংকন, গীত, বক্তৃতা প্ৰতিযোগিতা* আয়োজন কৰা হৈছে৷ উক্ত কাৰ্যক্ৰম আৰু প্ৰতিযোগিতাত সমুহ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীক অংশগ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হল৷

স্হান: ভূৰাগাঁও চাৰিআলি
সময়: দিনৰ ১০ বজাত

ধন্যবাদেৰে,
ABVP, Bhuragaon Unit

ABVP BHURAGAON UNIT
12/08/2024

ABVP BHURAGAON UNIT

12/08/2024

🙏ভাৰতৰ *৭৮তম স্বাধীনতা দিৱস - ১৫ আগষ্ট* উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP), ভূৰাগাঁও শাখাৰ উদ্যোগত *স্বাধীনতা দিৱস পালন আৰু এখনি চিত্ৰাংকন, গীত, বক্তৃতা প্ৰতিযোগিতা* আয়োজন কৰা হৈছে৷ উক্ত কাৰ্যক্ৰম আৰু প্ৰতিযোগিতাত সমুহ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীক অংশগ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হল৷

স্হান: ভূৰাগাঁও চাৰিআলি
সময়: দিনৰ ১০ বজাত
ধন্যবাদেৰে,
ABVP, Bhuragaon Unit

"শিক্ষা সদায় জীৱনৰ বাবে জীৱন সদায় দেশৰ বাবে" ভাৱত বিশ্বাস কৰি সদায় শিক্ষা ক্ষেত্ৰৰ বিকাশ আৰু ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্...
09/07/2024

"শিক্ষা সদায় জীৱনৰ বাবে জীৱন সদায় দেশৰ বাবে" ভাৱত বিশ্বাস কৰি সদায় শিক্ষা ক্ষেত্ৰৰ বিকাশ আৰু ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে তৈয়াৰ কৰি ভাৰত মাতৃক বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ কাম কৰা ছাত্ৰ সংগঠনটোৱেই হৈছে "অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ"।

ৰাষ্ট্ৰপ্ৰেমৰ ভাৱেৰে সদায় আগবঢ়া ছাত্ৰ সংগঠনটিৰ এই ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত পৰিষদৰ সকলো কাৰ্যকৰ্তা, শুভচিন্তক, পূৰ্বকাৰ্যকৰ্তা তথা সমূহ ছাত্ৰ সমাজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

ABVP সদস্যতা অভিযান ভূৰাগাওঁ শংকৰদেব শিশু নিকেতন
06/06/2024

ABVP সদস্যতা অভিযান ভূৰাগাওঁ শংকৰদেব শিশু নিকেতন

আহক আমি সকলোৱে বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা গ্ৰহণ কৰোঁ।
21/05/2024

আহক আমি সকলোৱে বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা গ্ৰহণ কৰোঁ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছো ।
09/05/2024

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছো ।

সকলোলৈকে হনুমান জয়ন্তীৰ শুভেচ্ছা থাকিল,শ্ৰী হনুমানে সকলোৰে জীৱনৰ দুখ বিনাশ কৰি সকলোৰে জীৱনলৈ যাতে সুখৰ সাগৰ বোৱাই তাৰেই...
23/04/2024

সকলোলৈকে হনুমান জয়ন্তীৰ শুভেচ্ছা থাকিল,শ্ৰী হনুমানে সকলোৰে জীৱনৰ দুখ বিনাশ কৰি সকলোৰে জীৱনলৈ যাতে সুখৰ সাগৰ বোৱাই তাৰেই কামনা কৰিলোঁ।

ABVP ভূৰাগাওঁ ইউনিটৰ তৰফৰ পৰা এই অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা গুৰুসকলক আৰু আৰক্ষী বিষয়াক এখন ফুলাম গামোচাৰে আমাৰ বাপতি ...
15/04/2024

ABVP ভূৰাগাওঁ ইউনিটৰ তৰফৰ পৰা এই অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা গুৰুসকলক আৰু আৰক্ষী বিষয়াক এখন ফুলাম গামোচাৰে আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হয় ।

সকলো অসমবাসী ৰাইজলৈ‌ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল
13/04/2024

সকলো অসমবাসী ৰাইজলৈ‌ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল

Address

Bhuragaon
Morigaon
782121

Telephone

+916001297277

Website

Alerts

Be the first to know and let us send you an email when ABVP Bhuragaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to ABVP Bhuragaon:

Share