13/11/2017
ধিং মহাবিদ্যালয়ৰ ২০১৬-১৭ বষৰ্ৰ বছেৰেকীয়া আলোচনীৰ কাম আৰম্ভ কৰি থকা হৈছে !
গতিকে ইছ্ছুক ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ লিখনি সমূহ অতি সোনকালে আলোচনী সম্পাদক হাতত জমা দিবলৈ অনুৰোধ জনালো !
ধন্যবাদেৰে
আলোচনী সম্পাদক
পিনাক জোতি বৰা
যোগাযোগ : 8720988598/ 8720918371
বিঃদ্ৰঃ বিষয় সমূহ আৰু সবিশেষ তলৰ ফটোত লিখা আছে !