Kaliabor College

Kaliabor College

কলিয়াবৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক  ৰাজনিশ শৰ্মা দেৱৰ  অকাল মৃত্যুত কলিয়াবৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা ...
11/05/2025

কলিয়াবৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ৰাজনিশ শৰ্মা দেৱৰ অকাল মৃত্যুত কলিয়াবৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷

কলিয়াবৰ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি যদি কোনোৱে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে কৰিব পাৰিব, লগতে অন্য কোনো শিক্ষানুষ্ঠান ...
28/04/2025

কলিয়াবৰ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি যদি কোনোৱে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে কৰিব পাৰিব, লগতে অন্য কোনো শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীয়ে যদি অংশগ্ৰহন কৰিব বিচাৰে তেন্তে আহিব কব।

Kaliabor College Students' Union 2024-25
Malay Ranjan Borah

fans

17/12/2024

কলিয়াবৰ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবৰ্ষ SCOOTY পাব তেওঁলোকে কলেজৰ পৰা BONAFIDE CERTIFICATE উলিয়াব লাগিব। তাৰ বাবে প্ৰয়োজনীয় DOCUMENT হল,

১) Bonafide certificate বিচাৰি আবেদন (APPLICATION)
২) MONEY RECEIPT
৩) বৰ্তমান চলি থকা* *পৰীক্ষাৰ ADMIT CARD ।
৪) I-CARD

21/10/2024

নবাগত আদৰণী ২০২৪-২৫ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য ৩ Kaliabor College

21/10/2024

নবাগত আদৰণী ২০২৪-২৫ ৰ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য Kaliabor College

21/10/2024

নবাগত আদৰণী ২০২৪-২৫ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য ২ Kaliabor College

সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏🙏
19/10/2024

সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏🙏

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏🙏
14/10/2024

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏🙏

৭৮ তম স্বাধীনতা দিৱস 🇮🇳 উদযাপন উপলক্ষে আমাৰ NCC দল ।Kaliabor College  ৰ তৰফৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ 🇮🇳 শুভেচ্ছা জ্ঞা...
15/08/2024

৭৮ তম স্বাধীনতা দিৱস 🇮🇳 উদযাপন উপলক্ষে আমাৰ NCC দল ।
Kaliabor College ৰ তৰফৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ 🇮🇳 শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Address

Kaliabor College Road, Kuwaritol
Nagaon
782137

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm
Sunday 8am - 9pm

Telephone

+3672211255

Alerts

Be the first to know and let us send you an email when Kaliabor College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Kaliabor College:

Share