Nagaon University AASU Unit

Nagaon University AASU Unit নগাঁও বিশ্ববিদ্যালয় আছু গোট

জয় আই অসম

20/05/2026

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা বৰ্তমানৰ নগাওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সন্মানীয় ড৹ হিতেশ ডেকা ছাৰৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি বহুমূলীয়া মন্তব্য।

জয় আই অসম✊

All Assam Students' Union - AASU
Utpal Sarma
Nagaon University AASU Unit
Nowgong college AASU unit

28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকললৈ আন্তৰিক অভিনন্দন যাচিলোঁ।

আশানুৰূপ ফলাফল লাভ নকৰা পৰীক্ষার্থীসকলকো শুভেচ্ছা যাচি ক'ব বিচাৰিছোঁ - হতাশ হ'ব নালাগে; নিষ্ঠা আৰু অধ্যৱসায় অটুট ৰাখিলে ভৱিষ্যত জীৱনত উত্তৰণৰ পৰ্যাপ্ত সুযোগ আহিব।

সদৌটিৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

Nowgong college AASU unit
Nagaon University AASU Unit
All Assam Students' Union - AASU

10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলোকে অভিনন্দন অভিনন্দন আৰু অভিনন্দন।

যি সকলৰ ফলাফল আশা কৰা মতে হোৱা নাই পৰীক্ষাৰ্থীসকলে হতাশ নহৈ আৰু এবাৰ কষ্ট কৰি সফলতাৰ দিশত আগবাঢ়ি যাওক।

সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Nowgong college AASU unit
Nagaon University AASU Unit
All Assam Students' Union - AASU

🙏All Assam Students' Union - AASU Utpal Sarma Nagaon University AASU Unit Nowgong college AASU unit Mriganka Sekhar Haza...
03/03/2026

🙏
All Assam Students' Union - AASU
Utpal Sarma
Nagaon University AASU Unit
Nowgong college AASU unit
Mriganka Sekhar Hazarika

🙏💐
09/02/2026

🙏💐

🙏
31/01/2026

🙏

🙏Nagaon University AASU Unit Nowgong college AASU unit All Assam Students' Union - AASU Utpal Sarma
23/01/2026

🙏
Nagaon University AASU Unit
Nowgong college AASU unit
All Assam Students' Union - AASU
Utpal Sarma

আপোনাৰ আন্তৰিক উপস্থিতিক আদৰ-আপ্যায়ন যাঁচিবলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'লোঁ...সেৱা আৰু ধন্যবাদেৰে-নগাঁও সদৰ আঞ্চলিক ছাত্ৰ স...
21/01/2026

আপোনাৰ আন্তৰিক উপস্থিতিক আদৰ-আপ্যায়ন যাঁচিবলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'লোঁ...
সেৱা আৰু ধন্যবাদেৰে-

নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থা🙏
Nagaon University AASU Unit
Nowgong college AASU unit
All Assam Students' Union - AASU
Utpal Sarma

মৃত্যু বার্ষিকীত সশ্রদ্ধ প্রণাম। 🙏All Assam Students' Union - AASUUtpal Sarma
17/01/2026

মৃত্যু বার্ষিকীত সশ্রদ্ধ প্রণাম। 🙏
All Assam Students' Union - AASU
Utpal Sarma

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাছিলোঁ। 🙏All Assam Students' Union - AASU Utpal Sarma
14/01/2026

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাছিলোঁ। 🙏
All Assam Students' Union - AASU
Utpal Sarma

Address

Nagaon University
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when Nagaon University AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share