Department of Political Science.Namrup College

Department of Political Science.Namrup College (Department Of Political Science) is a Department Of Namrup College .

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ বিভাগৰ ২০২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক ৩০/০৬/২০২৫...
15/07/2025

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ বিভাগৰ ২০২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক ৩০/০৬/২০২৫ ৰ দিনা মাৰ্কশ্বীট প্ৰদান কৰা কিছু মূহুৰ্ত ।

নামৰূপ মহাবিদ্যালয়ৰ ৫১ তম প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজনীতি বিজ্ঞানৰ বিভাগৰ মৌচুমী গগৈয়ে ২০২৪ বৰ্ষত প্ৰথম স্থানত স্নাতক ডিগ...
09/09/2024

নামৰূপ মহাবিদ্যালয়ৰ ৫১ তম প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজনীতি বিজ্ঞানৰ বিভাগৰ মৌচুমী গগৈয়ে ২০২৪ বৰ্ষত প্ৰথম স্থানত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা বাবে তেওঁক মহিলা অধ্যয়ন আৰু উন্নয়ন কোষ (WSDC) তৰফৰ পৰা এখন মানপত্ৰ তেওঁৰ উজ্জ্বল ভবিষ্যতৰ কামনাৰে প্ৰদান কৰা হ'ল।

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ বিভাগৰ ২০২৪ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক ২৯/০৬/২০২৪...
08/09/2024

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ বিভাগৰ ২০২৪ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক ২৯/০৬/২০২৪ ৰ দিনা মাৰ্কশ্বীট প্ৰদান কৰা কিছু মূহুৰ্ত ।

10/04/2024

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অন্তৰা হাজৰিকা মেমৰ তৰফৰ পৰা আয়োজন কৰা বিহু আদৰণিত , ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী নিজৰা কছাৰী ৰ গীতত ছাত্ৰ- ছাএীৰ লগতে শিক্ষক-‌শিক্ষয়িত্ৰী সকলোৱে আনন্দত‌ নচা এক মূহুৰ্ত।

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অন্তৰা হাজৰিকা মেমৰ তৰফৰ পৰা আয়োজন কৰা বিহু আদৰণি‌ উদযাপন কৰ...
10/04/2024

নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অন্তৰা হাজৰিকা মেমৰ তৰফৰ পৰা আয়োজন কৰা বিহু আদৰণি‌ উদযাপন কৰা কিছু মূহুৰ্ত ছবি আকাৰত সাঁচি ৰখা হ'ল।

2024-25 শিক্ষা বৰ্ষৰ স্নাতক আৰু উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান শাখা) ৰ নামভৰ্ত্তিৰ বিশেষ জাননী।
09/04/2024

2024-25 শিক্ষা বৰ্ষৰ স্নাতক আৰু উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান শাখা) ৰ নামভৰ্ত্তিৰ বিশেষ জাননী।

05.04.2024 তাৰিখে (Voting Awareness) সম্পৰ্কে ৰাজনীতি বিজ্ঞান বিভাগৰ তৰফৰ ফালৰ পৰা আয়োজন কৰা হয়। যিয়ে ছাত্ৰ ছাত্ৰী সক...
05/04/2024

05.04.2024 তাৰিখে (Voting Awareness) সম্পৰ্কে ৰাজনীতি বিজ্ঞান বিভাগৰ তৰফৰ ফালৰ পৰা আয়োজন কৰা হয়। যিয়ে ছাত্ৰ ছাত্ৰী সকলৰ মনত ভোটদান সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে যাতে নিজে জ্ঞান অৰ্জন কৰি আনকো ভোটাৰ সম্পৰ্কে অৱগত কৰিব পাৰে তাৰো এক প্ৰচেষ্টা লোৱা হ'ল।

03/04/2024
(২৯.০৩.২০২৪) তাৰিখৰ দিনা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰ পৰা , ডিগবৈ যুদ্ধ কবৰস্থান ক কেন্দ্ৰ কৰি ,গংগোত্ৰী উদ্যান , শত...
03/04/2024

(২৯.০৩.২০২৪) তাৰিখৰ দিনা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰ পৰা , ডিগবৈ যুদ্ধ কবৰস্থান ক কেন্দ্ৰ কৰি ,গংগোত্ৰী উদ্যান , শতবাৰ্ষিকী তেল সংগ্ৰহালয় আৰু ডিগবৈ পাৰ্কলৈ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষামূলক ভ্ৰমণৰ মূহুৰ্ত সমূহ ছবি আকাৰত সাঁচি ৰখা হ'ল।

23/03/2024

Address

Namrup

Alerts

Be the first to know and let us send you an email when Department of Political Science.Namrup College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Department of Political Science.Namrup College:

Share