07/10/2023
আজি ৰংপুৰ আই টি আই ১০ বছৰ সম্পূৰ্ণ কৰিলে, পোন প্ৰথমে প্ৰতিষ্ঠান খনিৰ সকলো কৰ্মকৰ্তা আৰু ছাত্ৰ ছাত্ৰীৰ একত্ৰিত হৈ পাতাকা উত্তোলন কৰা হ'ল । দ্বিতীয়তে সম্বৰ্ধনা অনুষ্ঠানটি আৰম্ভ হোৱা পিছতেই বন্তি প্ৰজ্বলন কৰা হ'ল । শেষত সকলোৱে মিলি কেক কাটিলে। আৰু সূকলমে সকলো খিনি কাম সম্পূৰ্ণ হ'ল।