27/10/2022
ঔঁম শান্তি 🕊️
অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী দেৱৰ বিয়োগৰ বাতৰি পাই আমি মৰ্মাহত হৈছো ৷ চিৰসেউজ অভিনেতাগৰাকীৰ মৃত্যু অসমীয়া চলচিত্ৰ জগতৰ বাবে এক বৃহৎ ক্ষতি ৷ তেখেতৰ অভিনয় প্ৰতিভাই সকলোকে বিস্ময়বিমুগ্ধ কৰি ৰাখিছিল ৷ প্ৰয়াত বিশিষ্ট অভিনেতা গৰাকীলৈ আমি সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷
ঔঁম শান্তি