10/08/2025
- জাননী -
স্নাতক পৰ্যায়ত নামভৰ্তি কৰাটোৱেই শেষ সোণালী সুযোগ।
১১ আগষ্ট সোমবাৰৰ পৰা ২৪ আগষ্ট সোমবাৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন কাৰণত নামভৰ্তি কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অন্তিম সুযোগ দিছে অসম চৰকাৰে।
গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে খালী পদৰ বিপৰীতে সোৱণশিৰি মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব।
নামভৰ্তিৰ সুবিধাৰ বাবে তলত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে।
অধ্যক্ষ
সোৱণশিৰি মহাবিদ্যালয়
১০/০৮/২
মোবাইল নং- ৬০০১৭ ৪৪১১৪