LGCSU 2019-20

LGCSU 2019-20 Lakhimpur Girls' College Students Union 2019-20 This page is to notify the students of Lakhimpur Girls' College about the activities of the college.

জাননী       ইয়াৰ দ্বাৰা সমূহ ছাত্ৰীক জনোৱা হয় যে বৰ্তমান পৰিস্থিতিৰ বাবে পলমকৈ হ'লেও লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ২০১৯...
10/10/2020

জাননী
ইয়াৰ দ্বাৰা সমূহ ছাত্ৰীক জনোৱা হয় যে বৰ্তমান পৰিস্থিতিৰ বাবে পলমকৈ হ'লেও লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ২০১৯ - ২০ বৰ্ষৰ ৩৪ সংখ্যক বাৰ্ষিক আলোচনীখন প্ৰকাশৰ প্রস্ততি চলোৱা হৈছে | মহাবিদ্যালয়ৰ আলোচনীখনে জন্মলগ্মৰে পৰা ৰক্ষা কৰি অহা এক বিশেষ মানদণ্ডৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ছাত্ৰীসকলৰ পৰা লেখা আহ্বান কৰা হৈছে | লেখা সমূহ ছাত্ৰীসকলক ফোনযোগে তলত উল্লেখ কৰা নম্বৰ দুটিলৈ প্রেৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল |
মহাবিদ্যালয়ৰ আলোচনীখন সকলোৱে ৰুচিশীল লেখাৰে সমৃদ্ধ কৰক
বিনীত
নিপন পাংগিং আস্থা সন্দিকৈ
তত্ত্বাৱধায়ক সম্পাদিকা
সাহিত্য আৰু (১৯-২০ বৰ্ষ)
আলোচনী সাহিত্য আৰু বিভাগ আলোচনী
(7896838019) (6000830275)

শিতানসমূহ --
১) প্রবন্ধ ২) গল্প ৩) কবিতা ৪)অনুভৱ লেখা ৫) উপন্যাস ৬) গ্ৰন্থ সমালোচনা ৭) চলচ্চিত্ৰ সমালোচনা ৮) অনুবাদ সাহিত্য
৯) লিমাৰিক ১০)ব্যংগ সাহিত্য ১১)নাটক ১২)সাক্ষাৎকাৰ ১৩)চিত্র প্রতিকৃতি, কাৰ্টুন, লেণ্ডস্কেপ অন্যান্য ১৪)ফটোগ্রাফ

বি:দ্র - জমা দিয়াৰ অন্তিম তাৰিখ ১৫, ১৬ অক্টোবৰ | ছাত্ৰীসকলে লেখাসমূহ PDF কৰি প্ৰেৰণ কৰিব |

This is to inform all the students that despite the current circumstances we are preparing to publish the 34th issue of the annual college magazine of Lakhimpur Girls' College for the year 2019-20.Students are requested to contribute their reading materials by enriching the standard of the college.For more information contact the undersigned.

Rashna Doley
Vice President
LGCSU 2019-20
(8638160408)

Astha Handique
Magazine and Literary secy.
LGCSU 2019-20
(6000830275)

Nipon Panging
Literary Incharge
(7896838019)

*Topics*
(1) Essays (2) Short Stories (3) Poems (4) Personal Experience (5) Novels (6) Book Criticism (7) Film Criticism (8) Translation Literature
(9) Limerick (10) Satire (11) Drama (12) Interviews (13) Portraits, Cartoons, Landscape, Others (14) Photography

Note: The last date for submission is October 15 &16.Students are asked to submit their articles in PDF format.

We extend our heartiest wishes to all the student appearing for their final examinations❤️
05/10/2020

We extend our heartiest wishes to all the student appearing for their final examinations❤️

We are sorry to inform you about the demise of Gitashree Konch,a student of 6th semester,Department of Botany.We would l...
02/10/2020

We are sorry to inform you about the demise of Gitashree Konch,a student of 6th semester,Department of Botany.We would like to convey our deepest condolences to the family and friends. May God Bless peace to the departed soul and courage to the bereaved family to bear the irreplaceable loss🙏🌼

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ   গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম তস্মৈশ্ৰী গুৰুৱে নম: ৷৷ব্ৰক্ষ্মা,বিষ্ণু,মহেশ্বৰ...
05/09/2020

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম তস্মৈশ্ৰী গুৰুৱে নম: ৷৷

ব্ৰক্ষ্মা,বিষ্ণু,মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে দেশৰ ভৱিষ্যত সকলৰ জীৱন দ্ৰষ্টা আৰু গঢ়োতা শিক্ষাগুৰু সকল।
আজি ৫ ছেপ্টেম্বৰ ড . সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। সেয়েহে সমগ্ৰ ভাৰতবৰ্ষতে আজি তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে উদযাপন কৰিছে।
শিক্ষক দিৱসৰ মধুৰ ক্ষণত, "হে শিক্ষাগুৰু" আপোনালোকৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।🙏🏻🌼
On Teachers' day, we express our greetings to the entire teaching fraternity who has been playing an unparalleled role in shaping our lives by selflessly guiding us.

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যাপক নিপন পাংগিং ছাৰৰ  কাব্যসংকলন "নামদাং" প্ৰকাশ পালে। সকলোৱে আদৰি ল'ব বুলি আ...
27/08/2020

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যাপক নিপন পাংগিং ছাৰৰ কাব্যসংকলন "নামদাং" প্ৰকাশ পালে। সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো আৰু তেখেতক ল: বা: ম: ১৯-২০ বৰ্ষৰ ছাত্ৰী একতা সভা তথা সমূহ ছাত্ৰীয়ে শুভেচ্ছা জনাইছো।
ইচ্ছুক পাঠকে মিঠু শইকীয়াৰ লগত যোগাযোগ কৰিব পাৰে : 9706763520

"আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছো ! প্ৰথম প্ৰয়াস ! হয়তো কবিতা ! হয়তো নহয় ! হয়তো এয়া অকবিতা ! আপোনালোকৰ পৰামৰ্শ, সমালোচনা আদৰেৰে গ্ৰহণ কৰিম"- নিপন পাংগিং

আপোন মহাবিদ্যালয়খনৰ এজন সকলোৰে প্ৰিয় তথা শ্ৰদ্ধাৰ শিক্ষাগুৰু বিকাশ ছাৰলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা।   বিগত দিনত আমাৰ ...
27/08/2020

আপোন মহাবিদ্যালয়খনৰ এজন সকলোৰে প্ৰিয় তথা শ্ৰদ্ধাৰ শিক্ষাগুৰু বিকাশ ছাৰলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা। বিগত দিনত আমাৰ পথপ্ৰদৰ্শক , আমাৰ সাহস, অনুপ্ৰেৰণা হৈ আমাক উৎসাহিত কৰি আহিছে আৰু আগন্তুক দিনতো একেদৰেই বিচাৰো।
আজি বিশেষ দিনটোৰ পুনৰবাৰ শুভাষা ।
We extend our heartfelt wishes to you on your special day.Happy Birthday Sir💚🌼
Regards
- LGCSU 2019-20

On the momentous occasion of the Foundation Day of Lakhimpur Girls' College, let us all celebrate 48 years of women empo...
16/08/2020

On the momentous occasion of the Foundation Day of Lakhimpur Girls' College, let us all celebrate 48 years of women empowerment.
Solidifying the pillars of Knowledge and Character, these glorious 48 years of Lakhimpur Girls' College, have produced successful women who have established themselves and have brought honour to this prestigious institution. We are not only proud, but also privileged to be a part of this college.

Happy 48th Foundation Day.
Long live LGC.

শিক্ষক, যিজনে আমাক জ্ঞানৰ পোহৰেৰে জীৱন জিনিবলৈ শিকাই ,যিজনৰ শাসনৰ মাজতো আমি মৰম বিচাৰি পাওঁ | লক্ষীমপুৰ বালিকা মহাবিদ্যা...
05/08/2020

শিক্ষক, যিজনে আমাক জ্ঞানৰ পোহৰেৰে জীৱন জিনিবলৈ শিকাই ,যিজনৰ শাসনৰ মাজতো আমি মৰম বিচাৰি পাওঁ | লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ খুবেই পৰিচিত তেনে এটি নাম নিপন পাংগিং ছাৰ | মহাবিদ্যালয়খনৰ প্রতিটো ক্ষেত্ৰতে ওতঃপ্রোতঃ জড়িত তেখেত | তেখেত আমাৰ প্রতিটো কাৰ্যৰ পথ প্ৰদৰ্শক | তেখেতৰ ছাত্ৰী হিচাপে আমি গৰ্বিত |
আজিৰ দিনতো তেখেতৰ বাবে বিশেষ | এই বিশেষ দিনটোত তেখেতলৈ অলেখ শুভকামনা যাচিলো |
We extend our heartfelt wishes to you on your special day.Happy Birthday Sir💚
Regards
- LGCSU 2019-20

This evening we heard the extremely sad news of the demise of Minakhi Saikia, a student of Lakhimpur Girls' College..She...
06/06/2020

This evening we heard the extremely sad news of the demise of Minakhi Saikia, a student of Lakhimpur Girls' College..She was in 6th semester,Department of History.We are all saddened by her unfortunate death and send our condolences to her family and friends.We sincerely pray for the peace of the departed soul🙏

LGCSU 2019-20

The tough time that we're facing today is a message from nature to bring a change in our lifestyle. There's enough damag...
05/06/2020

The tough time that we're facing today is a message from nature to bring a change in our lifestyle. There's enough damage that we have done already but small steps from every individual can still save our environment.
আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি আকৌ এবাৰ প্ৰতিজ্ঞা লওঁ যে আমাৰ পৃথিৱীখনৰ জৈৱ বৈচিত্ৰ্যতা জীয়াই ৰখাৰ ..পৃথিৱীখন জীয়াই থাকিলেহে আমিও থাকিম । পৃথিৱীখন জীয়াই ৰাখিবলৈ আমাৰ পৰিৱেশ সুস্থভাৱে ৰখাটো আমাৰ দায়িত্ব।।



The demise of Dr. Manoranjan Pandit Sir, former Principal of Lakhimpur Girls' College is a very tragic news for the enti...
05/06/2020

The demise of Dr. Manoranjan Pandit Sir, former Principal of Lakhimpur Girls' College is a very tragic news for the entire family of Girls' College.
We sincerely pray for the peace of the departed soul.
Heartfelt condolences to the bereaved family.

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° মনোৰঞ্জন পণ্ডিত ছাৰৰ আজি দেহাৱসান ঘটে। তেখেতৰ বিয়োগত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী , কলেজ কৰ্মচাৰী , সমূহ ছাত্ৰীয়ে শোক প্ৰকাশ কৰিছো। তেখেতৰ মৃত্যু এক অপূৰণীয় ক্ষতি ।ছাৰৰ আত্মাৰ সদ্‌গতি তথা চিৰশান্তি কামনা কৰিলো।
লঃ বাঃ মঃ
ছাত্ৰী একতা সভা ১৯-২০ বৰ্ষ

To mark 46th World Environment Day with the theme 'Time for Nature', We want to appeal the students of LGC to plant tree...
04/06/2020

To mark 46th World Environment Day with the theme 'Time for Nature', We want to appeal the students of LGC to plant trees and then share with us using the ...

"Mother Nature too needs care and protection.Show her your care by caring for the Planet"


Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when LGCSU 2019-20 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share