Department of Statistics, Bhattadev University

Department of Statistics, Bhattadev University Department Of Statistics, Bhattadev University, Bajali

২১/১১/২০২৫ ইং পৰিসংখ্যা বিজ্ঞান বিভাগৰ নৱাগত আদৰণি সভাৰ কিছু  মূহুৰ্ত...
22/11/2025

২১/১১/২০২৫ ইং

পৰিসংখ্যা বিজ্ঞান বিভাগৰ নৱাগত আদৰণি সভাৰ কিছু মূহুৰ্ত...

শিক্ষক দিৱস ২০২৫ উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ উদ্যোগত সশ্ৰদ্ধভাৱে অনুষ্ঠানটোৰ আয়োজন কৰা হ’ল...
05/09/2025

শিক্ষক দিৱস ২০২৫ উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ উদ্যোগত সশ্ৰদ্ধভাৱে অনুষ্ঠানটোৰ আয়োজন কৰা হ’ল। এই অনুষ্ঠানত শিক্ষকবৃন্দৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান জ্ঞাপন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী, শ্রদ্ধাঞ্জলি আৰু শিক্ষাগুৰুৱে আগবঢ়োৱা জ্ঞানৰ মহত্ব প্ৰকাশ পোৱা গ’ল। শিক্ষকৰ অমূল্য অৱদানৰ প্ৰতি এই দিনটো এক গৌৰৱৰ প্ৰতীক ৰূপে পালন কৰা হ’ল।

Bidding a heartfelt farewell to the unforgettable Batch of 2022–2025Wishing you all a bright and successful future ahead...
21/05/2025

Bidding a heartfelt farewell to the unforgettable Batch of 2022–2025
Wishing you all a bright and successful future ahead. The Department of Statistics, Bhattadev University is proud of your journey and excited for all that lies ahead.

আমাৰ বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সমূহ ছাত্র-ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
20/07/2023

আমাৰ বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সমূহ ছাত্র-ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।


হেপাহৰ বজালী; উশাহৰ গজালী❤আজিৰ পৰা  ৪ বছৰ আগতে ২০১৯ চনৰ ২৪ জুন তাৰিখে মৰমৰ "বজালী মহাবিদ্যালয়ে" নাম পাইছিল " ভট্টদেৱ বিশ...
24/06/2023

হেপাহৰ বজালী; উশাহৰ গজালী❤

আজিৰ পৰা ৪ বছৰ আগতে ২০১৯ চনৰ ২৪ জুন তাৰিখে মৰমৰ "বজালী মহাবিদ্যালয়ে" নাম পাইছিল " ভট্টদেৱ বিশ্ববিদ্যালয়"।

শুভ জন্মদিন ভট্টদেৱ বিশ্ববিদ্যালয়❤️💚💕

2nd batch of Bhattadev University ✨Department of Statistics❤️
11/06/2023

2nd batch of Bhattadev University ✨
Department of Statistics❤️

যোৱা ৩১/০৩/২০২৩ ইং তাৰিখে আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়(পূৰ্বৰ বজালী মহাবিদ্যালয়)ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপি...
04/04/2023

যোৱা ৩১/০৩/২০২৩ ইং তাৰিখে আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়(পূৰ্বৰ বজালী মহাবিদ্যালয়)ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা ভট্টাচাৰ্য বাইদেউৱে তেখেতৰ ৩১ বছৰীয়া বৰ্ণিল কৰ্মজীৱনৰ পৰা অৱসৰ গ্রহণ কৰে।আজি বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী তথা ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভাগত তেখেতৰ বিদায় সম্ভাষণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
উক্ত সভাখন সভাপতিত্ব কৰে বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম পৰীক্ষা নিয়ন্ত্ৰক শ্ৰদ্ধাৰ দ্বীপেন্দ্ৰ নাৰায়ণ অধিকাৰীদেৱে লগতে উপস্থিত থাকি সভাখনৰ শোভা বৰ্ধন কৰে বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ টিকেন্দ্ৰজিৎ খাটনিয়াৰ ছাৰদেৱে।

বিগত সময়চোৱাত শ্ৰদ্ধাৰ বাইদেউৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ।

Team Statistics Department becomes Champion 🥇in Volleyball in Boy's category 🔥❤️🎉Varsity Week 23Congratulations 👏🎉
30/03/2023

Team Statistics Department becomes Champion 🥇in Volleyball in Boy's category 🔥❤️🎉

Varsity Week 23

Congratulations 👏🎉

দ্বিতীয় দিন: বিশ্ববিদ্যালয় সপ্তাহৰ সাংকৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা আমিবোৰ....
29/03/2023

দ্বিতীয় দিন:

বিশ্ববিদ্যালয় সপ্তাহৰ সাংকৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা আমিবোৰ....

10/09/2022

আমাৰ বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সমূহ ছাত্র-ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

College Road
Pathsala
781325

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919365101273

Alerts

Be the first to know and let us send you an email when Department of Statistics, Bhattadev University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Department of Statistics, Bhattadev University:

Share