30/04/2026
ভট্টদেৱ বিশ্ববিদ্যালয়ত ২০২৬-২৭ শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় সহায় আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ উদ্দেশ্যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), ভাট্টদেৱ বিশ্ববিদ্যালয় গোটৰ তৰফৰ পৰা এটি Help Desk খোলা হৈছে। নামভৰ্তি সম্পৰ্কীয় যিকোনো জাননী বা সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আমাৰ স্বেচ্ছাসেৱকসকলৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় সহায় গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।
To provide necessary assistance and complete information to students regarding the admission process for the session 2026-27 at Bhattadev University, a Help Desk has been set up by the All Assam Gorkha Students' Union (AAGSU), Bhattadev University Unit. For any admission-related queries or issues, students may feel free to reach out to our volunteers for support. Thank you.
भट्टदेव विश्वविद्यालयमा २०२६-२७ शैक्षिक सत्रको नामभर्ना प्रक्रियाको सन्दर्भमा विद्यार्थीहरूलाई आवश्यक सहयोग र सम्पूर्ण जानकारी प्रदान गर्ने उद्देश्यले अखिल असम गोर्खा छात्र संघ (AAGSU), भट्टदेव विश्वविद्यालय एकाइद्वारा एउटा Help Desk स्थापना गरिएको छ। नामभर्ना सम्बन्धी कुनै पनि जिज्ञासा वा समस्याका लागि विद्यार्थीहरूले हाम्रा स्वयंसेवकहरूसँग सम्पर्क गरी आवश्यक सहयोग प्राप्त गर्न सक्नेछन्। धन्यवाद।