AISF - Sibsagar College Unit

AISF - Sibsagar College Unit Study and Struggle

21/07/2023

শিৱসাগৰ কলেজ, জয়সাগৰ(স্ব) য়েই চাগে অসমৰ একমাত্র কলেজ, যাৰ পৰিৱেশত অলপ সময় থাকিলে এৰিব মন নাযাব।

Proud to be a Sibsagariyan😊

সকলোকে সাদৰেৰে নিমন্ত্রণ জনালো। আহক আৰু জীপাল কৰক এই শিক্ষাৰ মহাতীৰ্থক। জয়তু শিৱসাগৰ কলেজ।
19/10/2022

সকলোকে সাদৰেৰে নিমন্ত্রণ জনালো। আহক আৰু জীপাল কৰক এই শিক্ষাৰ মহাতীৰ্থক। জয়তু শিৱসাগৰ কলেজ।

18/09/2022
12/09/2022

জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকন🙏

08/09/2022

বিশ্ব বিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাদেৱক জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছো🙏🙏🙏

Teacher's day celebration in Sibsagar College, Joysagar(Autonomous). Photos collected from SCJU 2021-22 page.
05/09/2022

Teacher's day celebration in Sibsagar College, Joysagar(Autonomous).

Photos collected from SCJU 2021-22 page.

03/09/2022

আজি ৰাজ্যিক ক্রীড়া দিৱসৰ লগতে অৰ্জুন বঁটা বিজয়ী সন্মানীয় ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন। শুভকামনা সকলোলৈকে।

Memorandum🙏
01/09/2022

Memorandum🙏

শিৱসাগৰ কলেজৰ কেইজনমান ছাত্ৰই শিৱসাগৰ সচেতন ছাত্ৰ হিচাপে "উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা ঈশান উদয় বৃত্তি ২০২০ ৰ হো...
01/09/2022

শিৱসাগৰ কলেজৰ কেইজনমান ছাত্ৰই শিৱসাগৰ সচেতন ছাত্ৰ হিচাপে "উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা ঈশান উদয় বৃত্তি ২০২০ ৰ হোৱা কেলেংকাৰীৰ উচিত তদন্ত আৰু বৃত্তিৰ প্ৰাপ্তিৰ দাবীত উপায়ুক্ত যোগেদি মুখ্যমন্ত্রীলৈ অনুৰোধ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।"

উপায়ুক্তৰ অনুপস্থিতিৰ "মুখ্য জিলা উন্নয়ন আয়ুক্ত" ক প্ৰদান কৰে।

তেওঁ আমাক উচিত তদন্তৰ আশ্বাস দিয়ে।

ধন্যবাদ।

বৰষুণৰ সতে জয়সাগৰলৈ এক মায়া নামি আহে❤শিৱসাগৰ কলেজৰ সম্মুখভাগ❤Click by Savana Gogoi.
31/08/2022

বৰষুণৰ সতে জয়সাগৰলৈ এক মায়া নামি আহে❤
শিৱসাগৰ কলেজৰ সম্মুখভাগ❤

Click by Savana Gogoi.

কলা শাখাৰ স্নাতকৰ চূড়ান্ত পৰীক্ষাত "শিৱসাগৰ কলেজ, জয়সাগৰ" ৰ সফলতা অব্যাহত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষ স...
12/08/2022

কলা শাখাৰ স্নাতকৰ চূড়ান্ত পৰীক্ষাত "শিৱসাগৰ কলেজ, জয়সাগৰ" ৰ সফলতা অব্যাহত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষ স্হানসমূহ পাবলৈ সক্ষম হৈছে বহু শিৱসাগৰ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে। জয়তু শিৱসাগৰ কলেজ, জয়সাগৰ।

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when AISF - Sibsagar College Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share