27/04/2025
যোৱা ইংৰাজী ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় শিৱসাগৰ বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আৰু ছাত্র একতা সভাৰ সহযোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী।
"জয় আই অসম"
শিৱসাগৰ বিশ্ববিদ্যালয়, জয়সাগৰ
Joysagar
Sibsagar
Be the first to know and let us send you an email when Sibsagar University Aasu Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.